ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Fashion Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

নিউজ ডেস্কঃ

News Desk by News Desk
February 25, 2026
Reading Time: 1 min read
A A
0
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

RELATED POSTS

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

আজিকালি মানুহ বিভিন্ন অ’টিটি প্লেটফৰ্ম (OTT platform) বা অনলাইন সমলৰ প্ৰতি আকৰ্ষিত হৈছে। ইয়াৰ সুযোগ লৈ কেইবাটাও অ’টিটি প্লেটফৰ্মে বজাৰত বিভিন্ন অশ্লীল ৱেব ছিৰিজ (Pornographic web series) প্ৰচাৰ কৰি আছে। যিটো কেন্দ্ৰীয় চৰকাৰৰ বাবে ডাঙৰ মূৰৰ কামোৰণি হৈ পৰিছে। এতিয়া কেন্দ্ৰই ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা আৰম্ভ কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে (Ministry of Information and Broadcasting) অশ্লীল সমল দেখুওৱাৰ বাবে পাঁচটা অ’টিটি এপ নিষিদ্ধ (5 No OTT platform Ban) কৰিছে।

অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

ইয়াৰ পূৰ্বে ২০২৫ চনৰ জুলাইত কেন্দ্ৰই একেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল। ২৫টা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰা হৈছিল। কেন্দ্ৰীয় চৰকাৰে কৈছে যে অ’টিটি প্লেটফৰ্মবোৰো আইনৰ আওতালৈ অনা হ’ব। কঠোৰ নিৰীক্ষণ কৰা হ’ব যাতে তেওঁলোকে আইনৰ বিৰুদ্ধে কোনো সমল প্ৰকাশ নকৰে আৰু বয়স অনুসৰি সমলৰ শ্ৰেণীবিভাজন কৰে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে দেশৰ সকলো ছ’চিয়েল মিডিয়া চেনেল আৰু অ’টিটি প্লেটফৰ্মলৈ সতৰ্কবাণী জাৰি কৰিছে। তথ্য প্ৰযুক্তি আইন, ২০২১-ত সন্নিবিষ্ট নৈতিকতাৰ সংহিতা আখৰে আখৰে মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে। শিশুসকলে যিকোনো প্ৰকাৰে প্ৰাপ্তবয়স্কৰ সমল চোৱাৰ পৰা বাধা দিবলৈ ‘মূল্যাংকিত সমলৰ বাবে প্ৰৱেশাধিকাৰ নিয়ন্ত্ৰণ’ৰ ব্যৱহাৰৰ বাবে নিৰ্দেশনাৱলী জাৰী কৰা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: OTTplatformBan
Share4Tweet3Send

Related Posts

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ
Entertrainment

by News Desk
September 2, 2026
51
Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
69
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
60
ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :
Entertrainment

ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :

by ASSAM TIMES POST
February 12, 2025
76
ADVERTISEMENT
Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping
ALL NEWS

September 15, 2026
50
Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে
National-International

Price hike : উৎসৱৰ পূৰ্বে মূল্যবৃদ্ধিৰ মহাবিস্ফোৰণ, খুচুৰা মুদ্ৰাস্ফীতি ৪.৮২ শতাংশলৈ বৃদ্ধি
Economy

PM Modi birth day : প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনত ঘৰে ঘৰে জ্বলিব চাকি
National-International

PM Modi birth day : প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনত ঘৰে ঘৰে জ্বলিব চাকি

September 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

September 15, 2026
Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে

Daughter Wife murder case : ‘ক্ৰাইম ছিৰিজ’ চাই পত্নী, তিনি কন্যাক হত্যাৰ ষড়যন্ত্ৰ, হত্যাকাণ্ডৰ পিছত ঘূৰি ফুৰিছিল মন্দিৰে মন্দিৰে

September 15, 2026
Price hike : উৎসৱৰ পূৰ্বে মূল্যবৃদ্ধিৰ মহাবিস্ফোৰণ, খুচুৰা মুদ্ৰাস্ফীতি ৪.৮২ শতাংশলৈ বৃদ্ধি

Price hike : উৎসৱৰ পূৰ্বে মূল্যবৃদ্ধিৰ মহাবিস্ফোৰণ, খুচুৰা মুদ্ৰাস্ফীতি ৪.৮২ শতাংশলৈ বৃদ্ধি

September 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d