ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Manipur | পুনৰ উত্তপ্ত মণিপুৰ, নিৰাপত্তা বাহিনীৰে সংঘর্ষত নিহত ৪০ উগ্ৰপন্থী

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 28, 2023
Reading Time: 1 min read
A A
0
Manipur | পুনৰ উত্তপ্ত মণিপুৰ, নিৰাপত্তা বাহিনীৰে সংঘর্ষত নিহত ৪০ উগ্ৰপন্থী

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

Tear gas use in Manipur : ‎‎মণিপুৰত প্ৰতিবাদকাৰীৰ ওপৰত কন্দোৱা গেছ নিক্ষেপ নিৰাপত্তাৰক্ষীৰ

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত

সোমবাৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ (Amit Shah) মণিপুৰ (Manipur) ভ্ৰমণৰ পূৰ্বে পুনৰ উত্তপ্ত হৈ পৰিছে ৰাজ্যখন। দেওবাৰে মণিপুৰৰ বহু ঠাইত উগ্ৰপন্থী আৰু নিৰাপত্তা বাহিনীৰ সংঘর্ষ হয়। মুখ্যমন্ত্রী এন বীৰেন সিঙে (N Biren Singh) জনোৱা মতে, নিৰাপত্তা বাহিনীৰ হাতত প্ৰায় ‘৪০ জন উগ্ৰপন্থী’ নিহত হৈছে। জানিব পৰা মতে, শান্তি পুনৰুদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰিছে নিৰাপত্তা বাহিনীয়ে। তাৰ ফলতেই আৰম্ভ হয় সংঘর্ষ। এতিয়াও সেনাই অভিযান চলাই থকা বুলি জানিব পৰা গৈছে।

Manipur Violence
40 suspected Kuki militants killed by security forces in Manipur: CM Biren Singh

উল্লেখ্য, উত্তপ্ত মণিপুৰৰ শেহতীয়া পৰিস্থিতিত প্রায় ৭০ জন লোকৰ মৃত্যু হৈছে। বিগত ২৫ দিন ধৰি ৰাজ্যখনত ইণ্টাৰনেট সেৱা বন্ধ। বহু লোক গৃহহীন হৈছে। অৱশ্যে দেওবাৰৰ সংঘর্ষ দুই জনজাতিৰ মাজত হোৱা নাই বুলি জনাইছে মুখ্যমন্ত্রী বীৰেন সিঙে। তেওঁ সংবাদ মাধ্যমক জনাইছে, কুকি উগ্ৰপন্থী (Kuki Militants) আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘর্ষ হৈছে।

Tags: Manipur
Share4Tweet3Send

Related Posts

Tear gas use in Manipur : ‎‎মণিপুৰত প্ৰতিবাদকাৰীৰ ওপৰত কন্দোৱা গেছ নিক্ষেপ নিৰাপত্তাৰক্ষীৰ
NORTHEAST

Tear gas use in Manipur : ‎‎মণিপুৰত প্ৰতিবাদকাৰীৰ ওপৰত কন্দোৱা গেছ নিক্ষেপ নিৰাপত্তাৰক্ষীৰ

by News Desk
June 15, 2026
50
One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১
NORTHEAST

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

by News Desk
June 8, 2026
50
Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত
NORTHEAST

Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত

by News Desk
June 5, 2026
50
Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন
NORTHEAST

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

by Staff Reporter
June 4, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
NORTHEAST

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

by Staff Reporter
May 28, 2026
50
Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
ADVERTISEMENT
Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ
DIPHU

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

June 19, 2026
50
World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত
National-International

World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

June 19, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : বাহাল থাকিল কেন্দ্ৰৰ সিদ্ধান্ত, ২২ জুনলৈকে টেলিগ্ৰামৰ নিষেধাজ্ঞাত হস্তক্ষেপ নকৰে ন্যায়ালয়ে

June 19, 2026
50
Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ
KARBI ANGLONG

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

June 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

June 19, 2026
World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

June 19, 2026
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

Telegram ban : বাহাল থাকিল কেন্দ্ৰৰ সিদ্ধান্ত, ২২ জুনলৈকে টেলিগ্ৰামৰ নিষেধাজ্ঞাত হস্তক্ষেপ নকৰে ন্যায়ালয়ে

June 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx