ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

চলিত বৰ্ষৰ তিনি খানতকৈ সফল অক্ষয়-শ্বাহিদ-বিকিঃ

Staff Reporter by Staff Reporter
December 4, 2019
Reading Time: 1 min read
A A
0
চলিত বৰ্ষৰ তিনি খানতকৈ সফল অক্ষয়-শ্বাহিদ-বিকিঃ

চলিত বৰ্ষতে বহু কেইখন জনপ্ৰিয় ছবিয়ে দৰ্শকক আমোদ প্ৰদান কৰিছে। অক্ষয় কুমাৰৰ লগতে শ্বাহিদ কাপুৰ তথা বিকি কৌশলৰ ছবিয়েও এই বৰ্ষটোত দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছে।

RELATED POSTS

বিশ্বকাপত লিঅ’নেল মেছিৰ প্ৰথম হেটট্ৰিক

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

Akshay kumar 1 | ASSAM TIMES POST

অক্ষয় কুমাৰৰ “কেশৰী”, “মিছন মংগল” আৰু “হাউচফুল ৪” আদি ছবি সমূহে কোটি টকীয়া বস্ক অফিচ কালেকচন কৰিছে। ঠিক তেনেদৰে, শ্বাহিদ কাপুৰৰ “কৱীৰ সিং” আৰু বিকি কৌশল অভিনীত “উৰি” ছবিখনেও মুক্তিৰ পিছতেই লাভ কৰিছিল আকাশলংঘী সফলতা।

vicky kaushal 660 1 | ASSAM TIMES POST

71336384 | ASSAM TIMES POST

এনেক্ষেত্ৰত একেষাৰেই ক’ব পৰা যায় যে বলীউডৰ তিনি খানৰ তুলনাত এই বৰ্ষটোত অইন অভিনেতাই লাভ কৰিলে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি।

Tags: bollywode filmbollywood cinemabollywood moviebollywood news
Share4Tweet3Send

Related Posts

বিশ্বকাপত লিঅ’নেল মেছিৰ প্ৰথম হেটট্ৰিক
National-International

বিশ্বকাপত লিঅ’নেল মেছিৰ প্ৰথম হেটট্ৰিক

by Staff Reporter
June 17, 2026
50
Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
National-International

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

by News Desk
June 16, 2026
50
Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ
National-International

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

by News Desk
June 16, 2026
50
Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎
National-International

Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

by News Desk
June 16, 2026
50
Shiv Shivir : ‎পুনৰ বিচ্ছেদৰ পথত উদ্ধৱ থাকৰেৰ ‘শিৱ শিবিৰ’
National-International

Shiv Shivir : ‎পুনৰ বিচ্ছেদৰ পথত উদ্ধৱ থাকৰেৰ ‘শিৱ শিবিৰ’

by News Desk
June 16, 2026
50
Five states Election : সময়ৰ আগতেই হোৱাৰ সম্ভাৱনা ৫ ৰাজ্যৰ নিৰ্বাচন : সাজু হ’ল বিজেপি
National-International

Five states Election : সময়ৰ আগতেই হোৱাৰ সম্ভাৱনা ৫ ৰাজ্যৰ নিৰ্বাচন : সাজু হ’ল বিজেপি

by News Desk
June 16, 2026
50
ADVERTISEMENT
বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ
KARBI ANGLONG

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

June 17, 2026
50
বিশ্বকাপত লিঅ’নেল মেছিৰ প্ৰথম হেটট্ৰিক
National-International

বিশ্বকাপত লিঅ’নেল মেছিৰ প্ৰথম হেটট্ৰিক

June 17, 2026
50
Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
National-International

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

June 16, 2026
50
Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ
National-International

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

June 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

June 17, 2026
বিশ্বকাপত লিঅ’নেল মেছিৰ প্ৰথম হেটট্ৰিক

বিশ্বকাপত লিঅ’নেল মেছিৰ প্ৰথম হেটট্ৰিক

June 17, 2026
Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

June 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx