ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

Shilpa Shetty I ৫০ বছৰৰ সীমাতো পাৰ ভঙা যৌৱন! শিল্পাৰ সৌন্দৰ্যৰ ৰহস্য কি

নিউজ ডেস্কঃ

News Desk by News Desk
June 8, 2023
Reading Time: 1 min read
A A
0
Shilpa Shetty I ৫০ বছৰৰ সীমাতো পাৰ ভঙা যৌৱন! শিল্পাৰ সৌন্দৰ্যৰ ৰহস্য কি

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

ধুনীয়া হʼব বিচৰাটো ভুল নহয় বুলি ভাবে শিল্পা শেট্টী (Shilpa Shetty)য়ে। ৪৮ বছৰ বয়সতো তেওঁ বডি বিল্ডিং আৰু মেক-আপৰ জৰিয়তে যৌৱন বজাই ৰখাৰ ধৰণ অনুৰাগীৰ পৰা সতীৰ্থলৈকে প্ৰশংসনীয়। ৮ জুনত শিল্পাৰ জন্মদিনত পুনৰবাৰ চৰ্চিত হয় অভিনেত্ৰীগৰাকীৰ সৌন্দৰ্য ৰহস্য (beauty of the actress)।

অস্ত্ৰোপচাৰৰ পিছত শিল্পাই নাক সলনি কৰিলে। সেইটো কাৰো অজ্ঞাত নহয়। বিভিন্ন সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে নিজেই স্বীকাৰ কৰিছিল তেওঁৰ অধিক ধুনীয়া হোৱাৰ কাহিনী। শিল্পাৰ বলীউডত অভিষেক ঘটে ‘বাজিগৰ’ (১৯৯৩) ছবিখনৰ জৰিয়তে। ইয়াৰ পিছত শিল্পা শেট্টীয়ে তিনি দশকত ‘ফিৰ মিলেংগে’, ‘ধড়কন’ৰ দৰে অগণন ছবিত কাম কৰিছিল। ইংলেণ্ডত ‘চেলিব্ৰিটি বিগ ব্রাদাৰ’ বিজয়ী হোৱাৰ পাছত তেওঁ আন্তর্জাতিক পর্যায়তো স্বীকৃতি লাভ কৰে৷ শিল্পাই সদায় নিজৰ সৌন্দৰ্যৰ প্ৰতি অতি সচেতন হৈ আহিছে। 

 শিল্পাৰ
৫০ বছৰৰ সীমাতো পাৰ ভঙা যৌৱন! শিল্পাৰ

এক সাক্ষাৎকাৰত তেওঁ কয় যে তেওঁ নিজৰ চেহেৰাটো আকৰ্ষণীয় কৰি ৰাখিব বিচাৰে।তেওঁৰ লুকুৱাবলৈ একো নাই, আৰু কোনো অনুশোচনাও নাই। যি কৰিব লাগে, কৰিব। শিল্পাৰ মতে, “যেতিয়া মই অভিনয় কৰি আছো, তেতিয়া কেমেৰাৰ সন্মুখত ভাল দেখাটো জৰুৰী। মানুহে মোক যিমানেই ঠাট্টা নকৰক কিয়, মই গুৰুত্ব নিদিওঁ।”

SHILPA | ASSAM TIMES POSTশিল্পাৰ নাকটো ইমান ধুনীয়া নাছিল। নাকৰ আকৃতি উন্নত কৰিবলৈ অস্ত্ৰোপচাৰ কৰা হৈছিল। তেওঁ কয়, তেওঁ ধুনীয়া নহয়। ধুনীয়া হ’বলৈ একো কৰা নাছিল। মাত্ৰ তেওঁৰ অভিব্যক্তি চোকা কৰিব বিচাৰিছিল। অভিনয়ৰ সময়ত শিল্পাই বিভিন্ন ব্যৱসায়তো ধন বিনিয়োগ কৰিছে। পঞ্চাশৰ ওচৰতো তেওঁ সক্ৰিয় হৈ আছে। ফিট হৈ থকাটোৱেই তেওঁৰ মন্ত্ৰ। শীঘ্ৰেই ৰোহিত শেট্টীৰ ‘ইণ্ডিয়ান পুলিচ ফ’ৰ্চ’ত দেখা যাব শিল্পাক। তাত তেওঁৰ সহ-অভিনেতা হৈছে সিদ্ধাৰ্থ মালহোত্ৰা আৰু বিবেক অৱেৰয়।

Tags: Shilpa Shettyশিল্পা শেট্টী
Share4Tweet3Send

Related Posts

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
50
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
50
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
50
ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :
Entertrainment

ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :

by ASSAM TIMES POST
February 12, 2025
50
ADVERTISEMENT
Central Cabinet । আজি মোদী কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক, কামৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনা
National-International

Central Cabinet । আজি মোদী কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক, কামৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনা

May 21, 2026
50
Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত
National-International

Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত

May 20, 2026
50
Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা
KARBI ANGLONG

Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

May 20, 2026
50
Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত
National-International

Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত

May 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Central Cabinet । আজি মোদী কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক, কামৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনা

Central Cabinet । আজি মোদী কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক, কামৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনা

May 21, 2026
Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত

Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত

May 20, 2026
Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

May 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx