এয়া নতুন খবৰ। এয়া উৎসাহৰ খবৰ। “শ্ৰী ৰঘুপতি” ছবিখনে যিমানেই ঘাত-প্ৰতিঘাত পাৰ কৰি আহিবলগীয়া নহওক কিয়! শেষত কিন্তু তেওঁলোকে প্ৰতিটো কষ্টৰ যেন মূল্য লাভ কৰিছে।



অসমীয়া ছবি উদ্যোগটোৰ উত্থানৰ হকে সদায় সক্ৰিয় হৈ থাকিম বুলি মন্তব্য কৰা ৰবি শৰ্মাৰ এই ছবিখনে অভিলেখ গঢ়াৰ লগতে সকলো দৰ্শককে মনোৰঞ্জনৰো হাইডৌজ প্ৰদান কৰিলে।© 2020 Assam Times Post. | Powered By Webx
© 2020 Assam Times Post. | Powered By Webx