![]()
অভিলেখৰ ওপৰত অভিলেখ ভাঙি “শ্ৰী ৰঘুপতি” উঠিছে জনপ্ৰিয়তাৰ শিখৰত। বন্ধৰ দিনটোত ছবিখনে উপাৰ্জন কৰিছে প্ৰায় ৮০.৫ লাখতকৈও অধিক টকাৰ উপাৰ্জন। বৰ্তমানলৈকে ছবিখনৰ বক্স অফিচ কালেকচন হৈছে ৩.৩ কোটি টকা।

![]()

© 2020 Assam Times Post. | Powered By Webx
© 2020 Assam Times Post. | Powered By Webx