![]()
বিগত ২০১৫ চনত সৰ্থেবাৰীত আৰম্ভ হোৱা ভ্ৰাম্যমাণ থিয়েটাৰৰ অন্যতম থিয়েটাৰ গোষ্ঠী “থিয়েটাৰ সূৰ্য্য”। মুনীন্দ্ৰ বৰ্মনৰ প্ৰচেষ্টাত জন্মলাভ কৰা এই থিয়েটাৰ গোষ্ঠীয়ে প্ৰতিটো নাট্যবৰ্ষত জনসাধাৰণৰ বাবে কিবা এটা নতুন অনাৰ প্ৰয়াস কৰি গৈছে। তপন দাস, যতীন বৰা, ৰাজকুমাৰ ইত্যাদি দৰে বহু জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী জন্মলগ্নৰে পৰা জড়িত হৈ আছিল এই থিয়েটাৰ গোষ্ঠীৰ সৈতে।














