![]()
অসমীয়া ছবি উদ্যোগত নজিৰ সৃষ্টি কৰিলে “শ্ৰী ৰঘুপতি” (Sri Raghupati) য়ে। ১০ কোটি টকাৰ ব্যৱসায় কৰি এক অভিলেখ ৰচিলে ছবিখনে।

![]()

অসমীয়া ছবিৰ এনে বক্স অফিচ কালেকচন দেখি এতিয়া সকলো উৎসাহিত হৈ ৰৈছে।© 2020 Assam Times Post. | Powered By Webx
© 2020 Assam Times Post. | Powered By Webx