ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Chief Minister Mamata Banerjee I হেলিকপ্টাৰ দুর্ঘটনাৰ পৰা কথমপি ৰক্ষা মমতা বেনাৰ্জী

নিউজ ডেস্কঃ

News Desk by News Desk
June 27, 2023
Reading Time: 1 min read
A A
0
Chief Minister Mamata Banerjee I হেলিকপ্টাৰ দুর্ঘটনাৰ পৰা কথমপি ৰক্ষা মমতা বেনাৰ্জী

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ

‎অপাৰেচন সিন্দূৰৰ বৰ্ষপূৰ্তিত সেনাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

মঙলবাৰে এক দুৰ্যোগৰ সন্মুখীন (In the face of disaster) হয় বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ (Chief Minister Mamata Banerjee) হেলিকপ্টাৰ (Helicopter)। পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ অন্তত জলপাইগুৰিৰ ক্ৰান্তিৰ পৰা বাগডোগ্ৰালৈ ৰাওনা হৈছিল মুখ্যমন্ত্ৰীগৰাকী। হঠাতে আকাশখন কʼলা হৈ পৰে আৰু প্ৰচণ্ড বৰষুণ আৰম্ভ হয়। লগে লগে পাইলটে হেলিকপ্টাৰখন স্বচ্ছ আকাশৰ ফালে ঘূৰাই দিয়ে।

কিন্তু তলত বৈকুণ্ঠপুৰৰ ঘন অৰণ্যৰ বাবে তেওঁ ততাতৈয়াকৈ হেলিকপ্টাৰখন অৱতৰণ কৰিব নোৱাৰিলে। কিছু মুহূৰ্তৰ ভিতৰতে পাইলটে সেৱকৰ এয়াৰবেছটো দেখে। তাতে তেওঁ জৰুৰীকালীন অৱতৰণ কৰে। মুখ্যমন্ত্ৰী আৰু তেওঁৰ সহযাত্ৰীসকল নিৰাপদে অৱতাৰণ কৰে। বিয়লি তেওঁলোক বাগডোগ্ৰাৰ পৰা বিমানযোগে কলকাতালৈ উভতি যোৱাৰ কথা।

মঙলবাৰে জলপাইগুৰিৰ মালবজাৰত মুখ্যমন্ত্ৰীৰ বৈঠক অনুষ্ঠিত হয়। দিনৰ ১ বজাৰ ভিতৰত সভাৰ অন্ত পৰে। ইয়াৰ পিছতে ক্ৰান্তিৰ পৰা হেলিকপ্টাৰেৰে বাগডোগ্ৰালৈ ৰাওনা হয় মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীৰ সৈতে একেখন হেলিকপ্টাৰতে আছিল তেওঁৰ নিৰাপত্তাৰক্ষী স্বৰূপ গোস্বামী আৰু সাংবাদিক বিশ্ব মজুমদাৰ।

হেলিকপ্টাৰ
হেলিকপ্টাৰ দুর্ঘটনাৰ পৰা কথমপি ৰক্ষা মমতা বেনাৰ্জী:

ক্ৰান্তিৰ পৰা বাগডোগ্ৰালৈ হেলিকপ্টাৰ যাত্ৰাৰ সময় লাগে মাত্ৰ১৩ মিনিট। ইয়াৰ পূৰ্বে বতৰ বিজ্ঞান বিভাগে জনাইছিল যে বিমান চলাচলৰ সময়ত বতৰ কিছু বেয়া হʼব পাৰে। কিন্তু পাইলটে কয়, তেওঁ কোনো সমস্যা নোহোৱাকৈ বাগডোগ্ৰালৈ যাব পাৰিব। কিন্তু উৰণৰ কেইটামান মুহূৰ্তৰ ভিতৰতে মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰখন ভয়াৱহ দুৰ্যোগৰ সন্মুখীন হয়। কিছুমুহূৰ্তৰ ভিতৰতে তিনিওফালৰ পৰা আকাশখন কʼলা হৈ পৰে। প্ৰচণ্ড বৰষুণ দিবলৈ ধৰে। পাইলটে বুজি পালে যে ইয়াতকৈ আৰু আগুৱাই যোৱাটো ঠিক নহয়। কিন্তু তাৰ পিছত তলত বৈকুণ্ঠপুৰৰ ঘন অৰণ্য। ফলত অৱতৰণ কৰাৰ কোনো উপায় নাছিল।

পাইলটে হেলিকপ্টাৰখন আকাশ পৰিষ্কাৰ থকা দিশলৈ ঘূৰাই দিয়ে, যʼত গতিপথ দৃষ্টিগোচৰ হৈছিল। কিন্তু তেতিয়াও তেওঁ কʼত অৱতৰণ কৰিব ধৰিব পৰা নাছিল। বাগডোগ্ৰা অভিমুখে যোৱাৰ প্ৰশ্নই নুঠে। অনিবাৰ্যভাৱে তেওঁ শিলিগুৰি অভিমুখে যায়। অৱশেষত শিলিগুৰিৰ উপকণ্ঠ অঞ্চলৰ শালুগড়ৰ সমীপৰ সেৱক এয়াৰবেছত জৰুৰীকালীন অৱতৰণ কৰে মমতাৰ হেলিকপ্টাৰখন।

Tags: MamataBanerjeeমমতাবেনাৰ্জী
Share4Tweet3Send

Related Posts

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত
National-International

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

by Staff Reporter
May 7, 2026
50
‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ
National-International

‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ

by Staff Reporter
May 7, 2026
50
‎অপাৰেচন সিন্দূৰৰ বৰ্ষপূৰ্তিত সেনাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
National-International

‎অপাৰেচন সিন্দূৰৰ বৰ্ষপূৰ্তিত সেনাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

by Staff Reporter
May 7, 2026
50
Bengal election violence । বংগত বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক হত্যা
National-International

Bengal election violence । বংগত বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক হত্যা

by Staff Reporter
May 7, 2026
50
UP encounter : উত্তৰ প্ৰদেশত ধৰ্ষণত অভিযুক্তক এনকাউণ্টাৰ
National-International

UP encounter : উত্তৰ প্ৰদেশত ধৰ্ষণত অভিযুক্তক এনকাউণ্টাৰ

by News Desk
May 6, 2026
50
WB Assembly Election : অভিষেকৰ ঘৰৰ পৰা আঁতৰালে বৃহৎ স্কেনাৰ, প্ৰহৰীৰ পিছত চৰকাৰী নিৰাপত্তা সামগ্ৰীও প্ৰত্যাহাৰ
National-International

WB Assembly Election : অভিষেকৰ ঘৰৰ পৰা আঁতৰালে বৃহৎ স্কেনাৰ, প্ৰহৰীৰ পিছত চৰকাৰী নিৰাপত্তা সামগ্ৰীও প্ৰত্যাহাৰ

by News Desk
May 6, 2026
50
ADVERTISEMENT
‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত
National-International

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

May 7, 2026
50
‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ
National-International

‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ

May 7, 2026
50
‎অপাৰেচন সিন্দূৰৰ বৰ্ষপূৰ্তিত সেনাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
National-International

‎অপাৰেচন সিন্দূৰৰ বৰ্ষপূৰ্তিত সেনাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

May 7, 2026
50
Bengal election violence । বংগত বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক হত্যা
National-International

Bengal election violence । বংগত বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক হত্যা

May 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

May 7, 2026
‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ

‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ

May 7, 2026
‎অপাৰেচন সিন্দূৰৰ বৰ্ষপূৰ্তিত সেনাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

‎অপাৰেচন সিন্দূৰৰ বৰ্ষপূৰ্তিত সেনাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

May 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx