ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rahul Gandhi : অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত ৰাহুল গান্ধীলৈ সকাহ; গোচৰ আগবঢ়োৱাত বাধা উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্কঃ

News Desk by News Desk
August 17, 2026
Reading Time: 1 min read
A A
0
Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান

UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল

আয়ৰ সৈতে অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰ (Property dispute)ত বৰ্তমান ৰাহুল গান্ধীয়ে সকাহ (Rahul Gandhi slept) পাইছে। সোমবাৰে উচ্চতম ন্যায়ালয়ে (Supreme Court) এলাহাবাদ উচ্চ ন্যায়ালয়ক এই গোচৰ অধিক আগবঢ়োৱা (bringing forward the matter)ত বাধা প্ৰদান (Obstruction) কৰে। একে সময়তে উচ্চ ন্যায়ালয়ত কোনো প্ৰতিবেদন দাখিল নকৰিবলৈ চিবিআই আৰু ইডিকো নিৰ্দেশ দিয়ে শীৰ্ষ আদালতে।

ইয়াৰ পূৰ্বে এলাহাবাদ উচ্চ ন্যায়ালয়ে দুটা কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই আৰু ইডিক ৰাহুল গান্ধীৰ আয়ৰ সমানুপাতিক সম্পত্তি আছে নেকি সেই বিষয়ে তদন্ত আৰু পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছিল। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল ৰাহুল গান্ধী। সোমবাৰে উচ্চতম ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ক এই গোচৰ অধিক আগবঢ়াই নিয়াত বাধা প্ৰদান কৰে।

উচচতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচি আৰু ন্যায়াধীশ ভি মোহনৰে গঠিত বিশেষ বিচাৰপীঠে শুনানি গ্ৰহণ কৰে। শুনানিৰ সময়ত মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ক্ষোভ প্ৰকাশ কৰি প্ৰশ্ন কৰে যে ৰাহুল গান্ধীক গোচৰৰ শুনানিৰ কোনো সুযোগ নিদিয়াকৈ উচ্চ ন্যায়ালয়ে কেনেকৈ এনে আদেশ জাৰি কৰিলে।

rahul 3 | ASSAM TIMES POST
অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত ৰাহুল গান্ধীলৈ সকাহ; গোচৰ আগবঢ়োৱাত বাধা উচ্চতম ন্যায়ালয়ৰ

বিচাৰপীঠে লগতে স্পষ্ট কৰি দিয়ে যে যদি কোনো তদন্তকাৰী সংস্থাৰ হাতত কোনো ব্যক্তিৰ আয়ৰ বাহিৰত সম্পত্তি থকাৰ বিষয়ে নিৰ্দিষ্ট তথ্য থাকে, তেন্তে তেওঁলোকে নিজাববীয়াকৈ আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। তাৰ বাবে আদালতৰ পৰা পৃথক আদেশৰ প্ৰয়োজন নাই। কিন্তু অভিযোগ যদি ইমান গুৰুতৰ, তেন্তে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই নিজাববীয়াকৈ কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি প্ৰশ্ন উত্থাপন কৰিছে উচ্চতম ন্যায়ালয়ে।

কৰ্ণাটকৰ বিজেপি কৰ্মী এছ বিগনেশ ছিছিৰে দাখিল কৰা আবেদনৰ ভিত্তিত এলাহাবাদ উচ্চ ন্যায়ালয়ত শুনানি গ্ৰহণ কৰে। অভিযোগ উত্থাপন হৈছিল যে ৰাহুল গান্ধীৰ আয়তকৈ বহুগুণ বেছি সম্পত্তি আছে। ইয়াৰ পূৰ্বে বিজেপি কৰ্মীগৰাকীয়ে লোকসভাত বিৰোধী দলপতিগৰাকীৰ নাগৰিকত্ব সন্দৰ্ভতো কেইবাটাও গোচৰ আৰু অভিযোগ দাখিল কৰিছিল।

বিগত মে’ মাহত এলাহাবাদ উচ্চ ন্যায়ালয়ে চিবিআই আৰু ইডিক বিজেপি কৰ্মীগৰাকীয়ে উত্থাপন কৰা অভিযোগৰ তদন্ত আৰু ইয়াৰ সত্যাসত্য নিৰূপণ কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ পিছত জুলাই মাহত উচ্চ ন্যায়ালয়ে চিবিআইৰ পৰা তেওঁলোকৰ তদন্তৰ অগ্ৰগতিৰ বিশদ প্ৰতিবেদন বিতাৰে। কিন্তু ২০ জুলাইত ন্যায়াধীশ ব্রিজৰাজ সিং আৰু ৰাজেশ সিং চৌহানৰ বিচাৰপীঠে চিবিআইৰ প্রতিক্রিয়াত অসন্তুষ্টি প্রকাশ কৰে৷ সেই সময়ত উচ্চ ন্যায়ালয়ে কৈছিল যে চিবিআইৰ প্ৰতিবেদন চাই তদন্তৰ অগ্ৰগতি বুজিব পৰা নাযায়। কিন্তু একে সময়তে উচ্চ ন্যায়ালয়ে ইডিয়ে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰিছিল আৰু তদন্তত পৰ্যাপ্ত তথ্য পালে তেওঁলোক আগবাঢ়িব পাৰে বুলি উল্লেখ কৰিছিল।

Tags: RahulGandhiPropertyCase
Share4Tweet3Send

Related Posts

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ
National-International

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

by News Desk
August 17, 2026
50
Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান
National-International

Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান

by News Desk
August 17, 2026
50
UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল
National-International

UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল

by News Desk
August 17, 2026
50
Bihar Temple Stampade : বিহাৰৰ মন্দিৰত পদপিষ্ট হৈ কমেও ৭ তীৰ্থযাত্ৰীৰ মৃত্যু, কেইবাজনো আহত
National-International

Bihar Temple Stampade : বিহাৰৰ মন্দিৰত পদপিষ্ট হৈ কমেও ৭ তীৰ্থযাত্ৰীৰ মৃত্যু, কেইবাজনো আহত

by News Desk
August 17, 2026
50
PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান
National-International

PM Modi : লালকিল্লাৰ পৰা ‘শক্তিৰ সপ্ত ধাৰা’ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ, সাত শক্তিৰ ওপৰত ভিত্তি কৰি উন্নত ভাৰতৰ দিশে যাত্ৰাৰ আহ্বান

by News Desk
August 15, 2026
50
Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ
National-International

Independence Day 2026 : লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পুনৰ অনুপস্থিত ৰাহুল-খাৰ্গে, বিজেপিৰ কটাক্ষ

by News Desk
August 15, 2026
50
ADVERTISEMENT
Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case
Assam

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

August 17, 2026
50
Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ
National-International

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

August 17, 2026
50
Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী
National-International

Rahul Gandhi : অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত ৰাহুল গান্ধীলৈ সকাহ; গোচৰ আগবঢ়োৱাত বাধা উচ্চতম ন্যায়ালয়ৰ

August 17, 2026
50
Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান
National-International

Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান

August 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

August 17, 2026
Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

August 17, 2026
Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী

Rahul Gandhi : অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত ৰাহুল গান্ধীলৈ সকাহ; গোচৰ আগবঢ়োৱাত বাধা উচ্চতম ন্যায়ালয়ৰ

August 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx