ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Two students commit suicide I চিকিৎসা বিজ্ঞান পঢ়াৰ সপোন লৈয়ে আত্মহত্যা ২ ছাত্ৰৰ

নিউজ ডেস্কঃ

News Desk by News Desk
June 28, 2023
Reading Time: 1 min read
A A
0
Two students commit suicide I চিকিৎসা বিজ্ঞান পঢ়াৰ সপোন লৈয়ে আত্মহত্যা ২ ছাত্ৰৰ

RELATED POSTS

TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ

Rahul Gandhi : সকলো ছাত্ৰ সংগঠনক ‘দিল্লী চলো’ অভিযানত যোগদান কৰিবলৈ ৰাহুল গান্ধীৰ আহ্বান

Aircel CEO : এসময়ৰ কোটিপতি, সকলো মহাদেশতে ঘৰ থকা, দুটাকৈ দ্বীপ ক্ৰয় কৰা এয়াৰচেলৰ মালিক এতিয়া পথৰ ভিক্ষাৰী

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

মেডিকেলৰ প্ৰস্তুতিত অস্বাভাৱিক চাপৰ (Stress on medical preparation) বাবেই আত্মহত্যা দুই ছাত্ৰ (Two students commit suicide)ৰ। NEET পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা দুই ছাত্ৰৰ চিপ লোৱা মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে।

একেদিনাই দুটা ভিন্ন হোষ্টেলৰ পৰা উদ্ধাৰ কৰে তেওঁলোকৰ মৃতদেহ। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, মঙলবাৰে কোটাৰ বিজ্ঞান নগৰ (Kota’s Science City) অঞ্চলৰ হোষ্টেলৰ পৰা মেহুল নামৰ ১৮ বছৰীয়া এজন ছাত্ৰৰ চিপ লোৱা মৃতদেহ উদ্ধাৰ হয়। কোনো ছুইচাইড নোট পোৱা নগʼল। মেহুল আচলতে উদয়পুৰৰ বাসিন্দা। যোৱা দুমাহ ধৰি তেওঁ কোটাৰ পৰা NEET-ৰ বাবে প্ৰস্তুতি চলাই আছিল। 

চিকিৎসা বিজ্ঞান
চিকিৎসা বিজ্ঞান পঢ়াৰ সপোন লৈয়ে আত্মহত্যা ২ ছাত্ৰৰ

হোষ্টেলৰ বন্ধ কোঠাৰ দুৱাৰ ভাঙি তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।আনহাতে, কোটাৰ আন এটা হোষ্টেলৰ পৰা উদ্ধাৰ কৰে ১৮ বছৰীয়া আদিত্যৰ চিপ লোৱা মৃতদেহ। বিগত দুমাহ ধৰি তেৱোঁ NEET-ৰ বাবে প্ৰস্তুতি চলাই আছিল।

আৰক্ষীয়ে জনোৱা মতে, যোৱা দুমাহত কোটাত ৯ জন ছাত্ৰই আত্মহত্যা কৰিছে। মে’ মাহত ৫ জন আৰু জুন মাহত ৪ জন ছাত্ৰই আত্মহত্যা কৰিছিল। ছাত্ৰ-ছাত্ৰীসকলে এনে চৰম পদক্ষেপ লোৱাৰ আঁৰৰ প্ৰকৃত কাৰণ কি? মৃত ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালে ইয়াৰ তদন্তৰ দাবী জনাইছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Kotasuicideআত্মহত্যাকোটা
Share4Tweet3Send

Related Posts

TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ
National-International

by News Desk
October 29, 2026
50
Rahul Gandhi : সকলো ছাত্ৰ সংগঠনক ‘দিল্লী চলো’ অভিযানত যোগদান কৰিবলৈ ৰাহুল গান্ধীৰ আহ্বান
National-International

Rahul Gandhi : সকলো ছাত্ৰ সংগঠনক ‘দিল্লী চলো’ অভিযানত যোগদান কৰিবলৈ ৰাহুল গান্ধীৰ আহ্বান

by News Desk
October 29, 2026
50
Aircel CEO : এসময়ৰ কোটিপতি, সকলো মহাদেশতে ঘৰ থকা, দুটাকৈ দ্বীপ ক্ৰয় কৰা এয়াৰচেলৰ মালিক এতিয়া পথৰ ভিক্ষাৰী
National-International

Aircel CEO : এসময়ৰ কোটিপতি, সকলো মহাদেশতে ঘৰ থকা, দুটাকৈ দ্বীপ ক্ৰয় কৰা এয়াৰচেলৰ মালিক এতিয়া পথৰ ভিক্ষাৰী

by News Desk
October 29, 2026
50
PM Modi : বেলটত হোৱা নিৰ্বাচনত কিমান আসন পালে? ৪ ৰাজ্যৰ বিধান পৰিষদৰ নিৰ্বাচনৰ ফলাফলক লৈ কংগ্ৰেছক আক্ৰমণ মোদীৰ
National-International

PM Modi : বেলটত হোৱা নিৰ্বাচনত কিমান আসন পালে? ৪ ৰাজ্যৰ বিধান পৰিষদৰ নিৰ্বাচনৰ ফলাফলক লৈ কংগ্ৰেছক আক্ৰমণ মোদীৰ

by News Desk
October 29, 2026
50
Israel elections : ইজৰাইলত চৰকাৰ গঠনৰ চাবিকাঠি আৰব দলৰ হাতত নেকি, নিৰ্বাচনী যুঁজ অব্যাহত
National-International

Israel elections : ইজৰাইলত চৰকাৰ গঠনৰ চাবিকাঠি আৰব দলৰ হাতত নেকি, নিৰ্বাচনী যুঁজ অব্যাহত

by News Desk
October 29, 2026
50
Medicine price : উচ্চতম ন্যায়ালয়ৰ তিৰস্কাৰ, ৮০ হাজাৰৰ ঔষধ এতিয়া ৭ হাজাৰ টকাত উপলব্ধ
National-International

Tata group : টাটা গ্ৰুপ ধ্বংস হৈ আছে, কোনো এজন উদ্যোগপতিৰ এটা শব্দও ক’বলৈ সাহস কৰা নাই : মোদী-শ্বাহক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ

by News Desk
October 28, 2026
52
ADVERTISEMENT
TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ
National-International

TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ

October 29, 2026
50
Diphu : ডিফুত ৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৬ আৰম্ভ
DIPHU

Guwahati hotel firing : হোটেলৰ দিবলগা ভাৰাৰ বাবেই ৫ জন লোকৰ মৃত্যু, হেলেনা ভৰালীৰ ভাগিনীয়েকৰ বিস্ফোৰক মন্তব্য
Guwahati

Guwahati hotel firing : হোটেলৰ দিবলগা ভাৰাৰ বাবেই ৫ জন লোকৰ মৃত্যু, হেলেনা ভৰালীৰ ভাগিনীয়েকৰ বিস্ফোৰক মন্তব্য

October 29, 2026
50
Rahul Gandhi : সকলো ছাত্ৰ সংগঠনক ‘দিল্লী চলো’ অভিযানত যোগদান কৰিবলৈ ৰাহুল গান্ধীৰ আহ্বান
National-International

Rahul Gandhi : সকলো ছাত্ৰ সংগঠনক ‘দিল্লী চলো’ অভিযানত যোগদান কৰিবলৈ ৰাহুল গান্ধীৰ আহ্বান

October 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ

TVK leader sexual harassment : কলেজীয়া ছাত্ৰীক যৌন নিৰ্যাতন, গাড়ীৰে ঘৰলৈ নিয়াৰ অজুহাতত শ্লীলতাহানি; টিভিকে নেতাক গ্ৰেপ্তাৰ

October 29, 2026
Diphu : ডিফুত ৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৬ আৰম্ভ

Diphu : ডিফুত ৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৬ আৰম্ভ

October 29, 2026
Guwahati hotel firing : হোটেলৰ দিবলগা ভাৰাৰ বাবেই ৫ জন লোকৰ মৃত্যু, হেলেনা ভৰালীৰ ভাগিনীয়েকৰ বিস্ফোৰক মন্তব্য

Guwahati hotel firing : হোটেলৰ দিবলগা ভাৰাৰ বাবেই ৫ জন লোকৰ মৃত্যু, হেলেনা ভৰালীৰ ভাগিনীয়েকৰ বিস্ফোৰক মন্তব্য

October 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d