![]()
চলিত বৰ্ষৰ অমৰনাথ তীৰ্থযাত্ৰাৰ (Amarnath Yatra) আৰম্ভণি হʼল প্ৰাকৃতিক দুৰ্যোগৰ ভয় আৰু সন্ত্ৰাসবাদী আক্ৰমণৰ সম্ভাৱনাক সঙ্গী কৰিয়ে। জম্মু-কাশ্মীৰ (Jammu-Kashmir) প্ৰশাসনে জনোৱা মতে, শনিবাৰে পুৱা গণ্ডাৰবল জিলাৰ বল্টালৰ পৰা খোজকাঢ়ি আৰু ঘোঁৰাত উঠি অমৰনাথ গুহা মন্দিৰলৈ যোৱা প্ৰথমটো গোটত ৩৮৮৮ জন তীৰ্থযাত্ৰী ৰাওনা হৈছে।











