ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Mayor marries crocodile I ঘৰিয়ালক বিয়া কৰালে মেয়ৰে: ক’ত কিয়?

নিউজ ডেক্স:

ASSAM TIMES POST by ASSAM TIMES POST
July 3, 2023
Reading Time: 1 min read
A A
0
Mayor marries crocodile I ঘৰিয়ালক বিয়া কৰালে মেয়ৰে: ক’ত কিয়?

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POST

RELATED POSTS

ইৰাণৰ ১৪০ ঠাইত আক্ৰমণ আমেৰিকাৰ

হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

দক্ষিণ মেক্সিকোৰ ছান পেড্ৰ’ হুয়ামেলুলাৰ মেয়ৰে নিজৰ চহৰবাসীৰ বাবে সৌভাগ্য কঢ়িয়াই আনিবলৈ এটা মাইকী ঘৰিয়ালক বিয়া কৰাইছে।মেয়ৰ ভিক্টৰ হুগো ছোছাই ঘৰিয়ালটোক উৎসৱমুখৰ পৰিৱেশত বিয়া কৰায় (Mayor marries crocodile )আৰু দৰ্শকে হাত চাপৰি বজাই নৃত্য কৰে। এলিচিয়া এড্ৰিয়ানা নামৰ মাইকী ঘৰিয়ালৰ সৈতে তেওঁৰ বিবাহ হয়।

ঘৰিয়াল
ঘৰিয়ালক বিয়া কৰালে মেয়ৰে:

বিবাহ অনুষ্ঠানৰ সময়ত মেয়ৰ ছোছাই কয় যে তেওঁ কইনাৰ দায়িত্ব স্বীকাৰ কৰিছে। কাৰণ তেওঁলোকে ইজনে সিজনক ভালপায়। প্ৰেম গুৰুত্বপূৰ্ণ। প্ৰেম অবিহনে বিবাহ অসম্ভৱ। এগৰাকী ৰাজকুমাৰীৰ লগত তেওঁৰ বিয়া হৈছে। বিবাহ উপলক্ষে ঘৰিয়ালক ‘কইনা’ৰ সাজত সজোৱা হয়। বিয়াৰ আগতে ঘৰিয়ালটোক ঘৰে ঘৰে লৈ যোৱা হয়। উদ্দেশ্য চহৰৰ মানুহে তেওঁক কোলাত লৈ নাচিব লাগে।

Screenshot 2022 07 02 at 01 33 35 In age old ritual Mexican mayor weds alligator to secure abundance | ASSAM TIMES POSTবিয়াৰ আগতে ঘৰিয়ালটোৰ মুখখন বান্ধি থোৱা হয় যাতে দুৰ্ঘটনাৰ পৰা হাত সাৰিব পাৰে। পিছত ঘৰিয়ালটোক বিয়াৰ মঞ্চলৈ লৈ যোৱা হয় বিয়াৰ অনুষ্ঠানৰ বাবে। স্থানীয় এজন মাছমৰীয়াই এই অনুষ্ঠানৰ অংশ হিচাপে প্ৰাৰ্থনা কৰে। প্ৰাৰ্থনাত কোৱা হৈছে যে এই বিবাহৰ ফলত অধিক পৰিমাণে মাছ পোৱা যাব, যিয়ে চহৰখনলৈ সমৃদ্ধি, ভাৰসাম্য আৰু শান্তি কঢ়িয়াই আনিব।

man marries alligator 1688273465 | ASSAM TIMES POSTউল্লেখযোগ্য যে আজিৰ পৰা প্ৰায় ২৩০ বছৰ পূৰ্বে এক বিবাহৰ মাধ্যমেৰে অঞ্চলটোৰ দুয়োটা জনজাতি গোটৰ মাজত শান্তি আনিছিল। এটা জনজাতীয় গোটৰ নাম চোণ্টাল, আনটো হুয়াভ। সেই ঘটনাৰ স্মৃতিতে ইমান বছৰৰ মূৰত এজনী মাইকী ঘৰিয়ালক এজন মতা মানুহৰ লগত বিয়া পাতি দিয়া হৈছে।

Tags: ঘৰিয়ালক বিয়াবিয়া কৰালে মেয়ৰে
Share4Tweet3Send

Related Posts

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

ইৰাণৰ ১৪০ ঠাইত আক্ৰমণ আমেৰিকাৰ

by Staff Reporter
July 12, 2026
50
হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ
National-International

হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

by Staff Reporter
July 12, 2026
50
এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে
National-International

এখনৰ পাছত আন এখন বাছত উঠি মুখত মাস্ক পিন্ধি যাত্ৰীৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰীয়ে

by Staff Reporter
July 12, 2026
50
২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা
National-International

২০২৭ চনৰ ১৫ আগষ্টৰ পৰা দেশত আৰম্ভ হ’ব বুলেট ট্ৰেইন সেৱা

by Staff Reporter
July 12, 2026
50
তামিলনাডুৰ ৰাজনীতিত ইণ্ডিয়া মিত্ৰজোঁটৰ ভিতৰৰ মতভেদ স্পষ্ট
National-International

তামিলনাডুৰ ৰাজনীতিত ইণ্ডিয়া মিত্ৰজোঁটৰ ভিতৰৰ মতভেদ স্পষ্ট

by Staff Reporter
July 12, 2026
50
Bangladesh’s child birth : সংকটত বাংলাদেশ : প্ৰতি ১০ গৰাকী মাতৃৰ মাজত গড়ে ২৩টা সন্তানৰ পৰা এতিয়া ২৪ লৈ বৃদ্ধি
National-International

Bangladesh’s child birth : সংকটত বাংলাদেশ : প্ৰতি ১০ গৰাকী মাতৃৰ মাজত গড়ে ২৩টা সন্তানৰ পৰা এতিয়া ২৪ লৈ বৃদ্ধি

by News Desk
July 11, 2026
50
ADVERTISEMENT
‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত
Assam

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

July 13, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

July 13, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

ইৰাণৰ ১৪০ ঠাইত আক্ৰমণ আমেৰিকাৰ

July 12, 2026
50
হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ
National-International

হাজাৰ হাজাৰ বছৰ ধৰি বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱা বেটেৰী প্ৰস্তুত চীনৰ

July 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

‎Murder in Bilasipara : বিলাসীপাৰাৰ হাজাৰিপাৰাত লোমহৰ্ষক হত্যাকাণ্ড : পুতি ৰখা অৱস্থাত উদ্ধাৰ মৃতদেহ, তদন্ত অব্যাহত

July 13, 2026
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

July 13, 2026
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

ইৰাণৰ ১৪০ ঠাইত আক্ৰমণ আমেৰিকাৰ

July 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx