“ভিলেজ ৰকষ্টাৰ” তথা “বুলবুল কেন ছিং” ৰ জৰিয়তে অসমীয়া চলচিত্ৰ প্ৰেমী ৰাইজৰ হৃদয়ত সুকীয়া আসন লাভ কৰিবলৈ সক্ষম হোৱা ৰীমা দাসৰ (Rima Das) নতুন ছবি “তৰাজ হাজবেণ্ড” (Tora’s Husband) য়ে ইতিমধ্যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বহুল সমাদৰ লাভ কৰিছে।


© 2020 Assam Times Post. | Powered By Webx
© 2020 Assam Times Post. | Powered By Webx