ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Bihar man gets wife married to her lover I স্বামীয়ে নিজেই প্ৰেমিকৰ লগত বিয়া পাতি দিলে পত্নীক

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 7, 2023
Reading Time: 1 min read
A A
0
Bihar man gets wife married to her lover I স্বামীয়ে নিজেই প্ৰেমিকৰ লগত বিয়া পাতি দিলে পত্নীক

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

সঞ্জয় লীলা বাঞ্চালীৰ বলীউডৰ ছুপাৰহিট ছবি ‘হম দিল দে চুকে চনম’ৰ কথা সোঁৱৰাই দিলে বিহাৰৰ এটা ঘটনাই। বিয়াৰ পিছতো পত্নীয়ে প্ৰেমিকক পাহৰিব পৰা নাছিল। প্ৰেমিকৰ সৈতে নিয়মীয়াকৈ যোগাযোগ আছিল।

Bihar Incident
Bihar man gets wife married to her lover:

এই কথা গম পোৱাৰ পিছতো মহিলাগৰাকীৰ স্বামী ক্ৰোধিত হোৱা নাছিল। বৰঞ্চ স্বামীয়ে পত্নী আৰু প্ৰেমিকৰ মিলন ঘটালে। কেৱল সেয়াই নহয়, যুৱকজনে নিজেই পত্নীক প্ৰেমিকৰ লগত বিয়াও পাতি দিলে। বিহাৰৰ নৱাড়া জিলাত সংঘটিত হৈছে এই ঘটনা। শুকুৰবাৰে পোহৰলৈ আহে এই ঘটনা।

বিহাৰত সংঘটিত এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। ভিডিঅʼটোত পত্নীয়ে শিৱ মন্দিৰত স্বামীৰ সন্মুখত প্ৰেমিকৰ সৈতে বিবাহপাশত আবদ্ধ হৈ আছে। প্ৰেমিকজনে তেওঁৰ শিৰত সেন্দুৰ পিন্ধাইছে। সেই মুহূৰ্তত মহিলাগৰাকীক কান্দি থকা দেখা গৈছে।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, শেহতীয়াকৈ মহিলাগৰাকীয়ে গভীৰ নিশা প্ৰেমিকক লগ কৰিবলৈ গৈছিল। সেই সময়ত তেওঁৰ স্বামী ব্যৱসায়ৰ বাবে বাহিৰত আছিল। সেইদিনা মহিলাগৰাকীক তেওঁলোকৰ পৰিয়ালৰ লোকে হাতে-লোতে ধৰে। ইয়াৰ পিছতে মহিলাগৰাকীৰ প্ৰেমিকক প্ৰহাৰ কৰা বুলিও অভিযোগ উত্থাপন হৈছে। পিছত দুয়োকে আটক কৰি ৰখা হয়।

গাঁৱৰ পৰা ওলাই যাবলৈও কোৱা হয়। ঘৰলৈ উভতি অহাৰ পিছত মহিলাগৰাকীৰ স্বামীয়ে সমগ্ৰ ঘটনাৰ বিষয়ে জানিবলৈ পাৰে। ইয়াৰ পিছত তেওঁ প্ৰেমিকৰ লগত পত্নীক বিয়া দিবলৈ সিদ্ধান্ত লয়। মহিলাগৰাকীৰ প্ৰেমিকো ইতিমধ্যে বিবাহিত। তেওঁৰ তিনিটা সন্তানো আছে।

Tags: Bihar
Share4Tweet3Send

Related Posts

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
National-International

by News Desk
June 16, 2026
50
Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ
National-International

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

by News Desk
June 16, 2026
50
Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎
National-International

Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

by News Desk
June 16, 2026
50
Shiv Shivir : ‎পুনৰ বিচ্ছেদৰ পথত উদ্ধৱ থাকৰেৰ ‘শিৱ শিবিৰ’

Five states Election : সময়ৰ আগতেই হোৱাৰ সম্ভাৱনা ৫ ৰাজ্যৰ নিৰ্বাচন : সাজু হ’ল বিজেপি

Caugh Syrup : এতিয়াৰে পৰা কাহৰ চিৰাপ কিনিবলৈ লাগিব প্ৰেছক্ৰিপচন

ADVERTISEMENT
Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
National-International

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

June 16, 2026
50
Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ
National-International

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

June 16, 2026
50
Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎
National-International

Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

June 16, 2026
50
Shiv Shivir : ‎পুনৰ বিচ্ছেদৰ পথত উদ্ধৱ থাকৰেৰ ‘শিৱ শিবিৰ’
National-International

Shiv Shivir : ‎পুনৰ বিচ্ছেদৰ পথত উদ্ধৱ থাকৰেৰ ‘শিৱ শিবিৰ’

June 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

June 16, 2026
Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

June 16, 2026
Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

Turkish Celebi Aviation : নিশাৰ ভিতৰতে ৫০০ মিলিয়ন ডলাৰৰ পৰা ০ লৈ : ভাৰতৰ সেন্দুৰ শিক্ষাত বৃহৎ ক্ষতিৰ সন্মুখীন পাকিস্তানৰ বন্ধু তুৰ্কী ‎

June 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT