![]()
আচুৰ্য্য বৰপাত্ৰৰ (Achurjya Borpatra) গীত বুলি ক’লেই উৎসাহিত হোৱা বহু অনুৰাগীক আমি দেখিছোঁ। তেওঁৰ প্ৰতিটো গীতৰ জনপ্ৰিয়তা আমি উপলব্ধি কৰিছোঁ। শেহতীয়াকৈ তেওঁৰ আন এটি গীতৰ মুক্তিৰ খবৰ লাভ কৰিছে অনুৰাগীয়ে। ২০১৭ চনৰ পৰাই পৰিকল্পনা কৰা হৈছিল এই গীতটোৰ। নামটো হৈছে “বহেমীয়া”।














