ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home EDUCATION AND TECHNOLOGY

চন্দ্ৰপৃষ্ঠত অশোকস্তম্ভ আৰু ইছৰোৰ প্ৰতীক অংকন কৰিব চন্দ্ৰযানৰ ৰ’ভাৰে

নিউজ ডেস্কঃ

News Desk by News Desk
July 15, 2023
Reading Time: 1 min read
A A
0
চন্দ্ৰপৃষ্ঠত অশোকস্তম্ভ আৰু ইছৰোৰ প্ৰতীক অংকন কৰিব চন্দ্ৰযানৰ ৰ’ভাৰে

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক

The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms

Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace

ইছৰো (ISRO)ৰ তৃতীয় চন্দ্ৰ অভিযানত (Third lunar mission) লোৱা হৈছে এক অনন্য পদক্ষেপ। কেৱল চন্দ্ৰৰ মাটিত বৈজ্ঞানিক তথ্য অনুসন্ধান আৰু মাটি-শিল সংগ্ৰহ কৰাই নহয়, চন্দ্ৰপৃষ্ঠত ভাৰতৰ উপস্থিতি প্ৰমাণ কৰিবলৈ ৰ’ভাৰ ‘প্ৰজ্ঞান’-এ অংকন কৰিব অশোক স্তম্ভ আৰু ইছৰোৰ প্ৰতীক (Will paint Ashoka Pillar, ISRO symbol)।

ইছৰোৰ মতে, প্ৰায় ৪০ দিনৰ পাছত চন্দ্ৰযান-৩ৰ (Chandrayaan-3) সৌৰ লেণ্ডাৰ বিক্ৰমে ২৩ বা ২৪ আগষ্টত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব পাৰে। তাৰ পৰাই সৌৰচালিত ৰ’ভাৰ প্ৰজ্ঞানে চন্দ্ৰৰ মাটি স্পৰ্শ কৰিব। তাত চন্দ্ৰৰ মাটিৰ চৰিত্ৰ, বিভিন্ন খনিজ পদাৰ্থৰ উপস্থিতিৰ তথ্য সংগ্ৰহ কৰা হʼব। লগতে প্ৰজ্ঞানে যাতায়াত কৰিব আৰু সেই অঞ্চলৰ চন্দ্ৰ ভূমিত অশোকস্তম্ভ আৰু ইছৰোৰ প্ৰতীক অংকন কৰা হʼব।

moon | ASSAM TIMES POST

শুকুৰবাৰে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাস্থিত সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ ‘লঞ্চিং পেডʼৰ পৰা চন্দ্ৰযান-৩ সফলতাৰে উৎক্ষেপণ কৰে। কিন্তু চূড়ান্ত সফলতাৰ বাবে এতিয়াও বহু দূৰ বাকী আছে। চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে যদি চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰপৃষ্ঠত সফলতাৰে স্পৰ্শ কৰে আৰু তাৰ পিছত সফলতাৰে ৰ’ভাৰ প্ৰজ্ঞান অৱতৰণ কৰে তেন্তে ভাৰতীয় মহাকাশ অভিযানৰ ইতিহাসে এক নতুন মাত্ৰা লাভ কৰিব। তেনে ক্ষেত্ৰত বিগত দশকত চীনৰ পিছত আন কোনো দেশৰ মহাকাশযানে চন্দ্ৰত সফলতাৰে অৱতৰণ কৰিব। এই তালিকাত আমেৰিকা, ৰাছিয়া আৰু চীনৰ পিছত চতুৰ্থখন দেশ হিচাপে স্থান লাভ কৰিব ভাৰতে।

উল্লেখযোগ্য যে ২০১৯ চনৰ ৭ জুলাইত চন্দ্ৰযান লেণ্ডাৰ বিক্ৰমে চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰৰ ‘চিম্পলেছ এন’ আৰু ‘মেংগিনাছ চি’ নামৰ দুটা ক্ৰেটাৰৰ মাজত অৱতৰণ কৰাৰ চেষ্টা কৰিছিল (এইবাৰ অৱতৰণ দক্ষিণ মেৰু অঞ্চলত হʼব)। কিন্তু সফল নহʼল। ৰ’ভাৰ প্ৰজ্ঞানক বুকুত লৈ অৱতৰণ কৰাৰ তিনি মিনিট পূৰ্বে বিক্ৰম নিৰুদ্দেশ হয়। তিনি মাহ ধৰি আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই বিক্ৰমৰ অৱশিষ্টৰ সন্ধান অব্যাহত ৰাখিছিল। কিন্তু কোনো ধৰণে চিহ্নিত কৰিব পৰা হোৱা নাছিল। শেষত লুনাৰ ৰিকনেছান্স অৰ্বিটাৰে (LRO) তোলা এখন ছবি শ্বেয়াৰ কৰি নাছাই বিশ্বৰ পৰা সহায় বিচাৰে। সেই ছবিখন দেখি চেন্নাইৰ এজন মেকানিকেল ইঞ্জিনিয়াৰে বিক্ৰমৰ ধ্বংসাৱশেষ চিহ্নিত কৰে।

Tags: Chandrayaan3Thirdlunarmissionচন্দ্ৰযান৩তৃতীয়চন্দ্ৰঅভিযান
Share4Tweet3Send

Related Posts

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক
EDUCATION AND TECHNOLOGY

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক

by News Desk
January 17, 2026
50
The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms
EDUCATION AND TECHNOLOGY

The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms

by ASSAM TIMES POST
May 12, 2025
50
Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace
EDUCATION AND TECHNOLOGY

Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace

by ASSAM TIMES POST
May 11, 2025
50
Uncover the Enchantment: Discover Hidden Gems Beyond the Tourist Trail in Kyoto
EDUCATION AND TECHNOLOGY

Uncover the Enchantment: Discover Hidden Gems Beyond the Tourist Trail in Kyoto

by ASSAM TIMES POST
May 10, 2025
50
The Ripple Effect: Global Events Transforming Local Lives
EDUCATION AND TECHNOLOGY

The Ripple Effect: Global Events Transforming Local Lives

by ASSAM TIMES POST
May 9, 2025
50
Assam’s Hidden Treasures: Unveiling the Enchanting Wonders Awaiting Your Discovery
EDUCATION AND TECHNOLOGY

Assam’s Hidden Treasures: Unveiling the Enchanting Wonders Awaiting Your Discovery

by ASSAM TIMES POST
May 8, 2025
50
ADVERTISEMENT
Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি
National-International

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

June 30, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

June 30, 2026
50
Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত
Sports News

Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত

June 30, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

June 30, 2026
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

June 30, 2026
Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত

Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত

June 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx