ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

Pop Star Madonna I অসুস্থ মেডোনাৰ দায়িত্ব ল’লে ৬ সন্তানে

নিউজ ডেস্কঃ

News Desk by News Desk
July 15, 2023
Reading Time: 1 min read
A A
0
Pop Star Madonna I অসুস্থ মেডোনাৰ দায়িত্ব ল’লে ৬ সন্তানে

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

৬২ বছৰ বয়সতো ২০ বছৰৰ দৰে আচৰণ। যাৰ বাবে পপ ষ্টাৰ মেডোনাৰ শৰীৰে ‘বিদ্ৰোহ’ ঘোষণা কৰিছে। কিন্তু সেই কথা তেওঁক কোনে বুজায়! এমাহ ধৰি জ্বৰত ভুগি আছে তেওঁ। তেওঁ কৰাব চিকিৎসা বিচৰা নাছিল। অৱশেষত জটিল সংক্ৰমণৰ বাবে ঘৰতেই শয্যাশায়ী হয়। তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

এমাহৰো অধিক সময় ধৰি বাতৰিৰ শিৰোনাম দখল কৰি আছে মেডোনাই। কাৰণ তেওঁৰ অসুস্থতা। সংগীতৰ সৈতে তেওঁৰ বিশ্ব ভ্ৰমণো সম্প্ৰতি স্থগিত ৰখা হৈছে। এমাহ পূৰ্বে ঘৰতে হঠাৎ অজ্ঞান হৈ পৰিছিল তেওঁ। সেই সময়ত তেওঁক তেওঁৰ সহায়কে চিকিৎসালয়ত ভৰ্তি কৰিছিল।

অসুস্থ মেডোনা
অসুস্থ মেডোনাৰ দায়িত্ব ল’লে ৬ সন্তানে:

কিছুদিন ইনটেনচিভ কেয়াৰ ইউনিটত থকা গায়িকাগৰাকীক ডিচচাৰ্জ দিয়া হয় (Pop Star Madonna discharged in ICU)। চিকিৎসকৰ মতে, অক্লান্ত কৰ্ম আৰু একাধিক অস্ত্ৰোপচাৰে তেওঁক এই স্থানলৈ লৈ আহিছে (With tireless work and multiple surgeries Madonna was ICU)। তেওঁ নিজৰ কথা চিন্তা নকৰে। ফলত তেওঁ গুৰুতৰভাৱে অসুস্থ হৈ পৰে। মেডোনাৰ ছয়টা সন্তান লৌৰ্ডেছ, ৰক’, ডেভিদ, মাৰ্চি আৰু যমজ সন্তান ষ্টেলা আৰু এষ্টেৰে এই খবৰ নাজানিছিল।

এক সাক্ষাৎকাৰত তেওঁলোকে কয় যে অতি সোনকালে মাতৃৰ সৈতে এই বিষয়ে কথা পাতিব। চিকিৎসাৰ বাবে তেওঁক পতিয়ন নিয়াব। চিকিৎসকে লগতে কয় যে মেডোনাই যদি কিছুদিন জিৰণি লয়, তেতিয়াহে তেওঁৰ সঠিক চিকিৎসা হ’ব আৰু তেতিয়া তেওঁ নিজৰ পৃথিৱীলৈ ঘূৰি আহিব পাৰিব। ৰকো, লৌৰ্ডেছে দাবী কৰে, তেওঁলোকৰ মাতৃ অতি বুদ্ধিমান। তেওঁক ভালদৰে বুজালে বুজিব। আৰু চিকিৎসাৰ বাবে সন্মতিও দিব। সেয়ে ভৱিষ্যতে মাকৰ চিকিৎসাৰ দায়িত্ব কান্ধত তুলি লʼবলৈ ওলাইছে।

Tags: Madonnasickমেডোনাঅসুস্থ
Share4Tweet3Send

Related Posts

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
50
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
50
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
50
ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :
Entertrainment

ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :

by ASSAM TIMES POST
February 12, 2025
50
ADVERTISEMENT
Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত
National-International

Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত

May 20, 2026
50
Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা
KARBI ANGLONG

Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

May 20, 2026
50
Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত
National-International

Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত

May 20, 2026
50
Institution of Italy : ‎‎’৮০০ৰো অধিক ইটালীৰ প্ৰতিষ্ঠানে ভাৰতৰ বিকাশৰ কাহিনীত অৰিহণা’: মেলোনীক সাক্ষাৎ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদী
National-International

Institution of Italy : ‎‎’৮০০ৰো অধিক ইটালীৰ প্ৰতিষ্ঠানে ভাৰতৰ বিকাশৰ কাহিনীত অৰিহণা’: মেলোনীক সাক্ষাৎ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদী

May 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত

Weather ranking 2026 : বিশ্বৰ ১০০ উষ্ণ চহৰৰ আটাইকেইখনেই ভাৰতত

May 20, 2026
Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

May 20, 2026
Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত

Modi Meloni meet : মোদী-মেল’নীৰ ‘মেলোডী’ ভিডিঅ’ই খলকনি তুলিছে বিশ্বত

May 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx