ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home EDUCATION AND TECHNOLOGY

Chandrayaan-3 I চন্দ্ৰযান-৩ৰ পঞ্চম কক্ষপথ সফলতাৰে পৰিবৰ্তন, অপেক্ষা চন্দ্ৰৰ মাধ্যাকৰ্ষণত প্ৰৱেশৰ

নিউজ ডেস্কঃ

News Desk by News Desk
July 25, 2023
Reading Time: 1 min read
A A
0
Chandrayaan-3 I চন্দ্ৰযান-৩ৰ পঞ্চম কক্ষপথ সফলতাৰে পৰিবৰ্তন, অপেক্ষা চন্দ্ৰৰ মাধ্যাকৰ্ষণত প্ৰৱেশৰ

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক

The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms

Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace

চন্দ্ৰযান-৩-(Chandrayaan-3)এ পৃথিৱীৰ কক্ষপথৰ পঞ্চম আৰু শেষ পৰ্যায় সফলতাৰে অতিক্ৰম (Fifth and final stage of the Earth’s orbit has been excee) কৰিলে। পঞ্চম কক্ষপথ পৰিৱৰ্তন সফলতাৰে সম্পূৰ্ণ হʼল। এই কক্ষপথ পৰিৱৰ্তন মঙলবাৰে দুপৰীয়া ২ বজাৰ পৰা ৩ বজাৰ ভিতৰত হʼবলগা আছিল। সেই মতে ২.৪৫ বজাৰ ভিতৰত ইছৰোৱে এই সফলতাৰ বিষয়ে টুইট কৰে।

চন্দ্ৰযান-৩ৰ গতিবিধি নিয়ন্ত্ৰিত আৰু পৰিচালিত হৈছে বেংগালুৰুস্থিত ইছৰোৰ মুখ্য কাৰ্যালয়ৰ পৰা। মঙলবাৰৰ কক্ষপথ পৰিৱৰ্তনৰ অন্তিম পৰ্যায়ও তাৰ পৰাই সম্পন্ন কৰা হয়। ফলত চন্দ্ৰযান-৩ পৃথিৱীৰ মহাকৰ্ষণ শক্তিৰ পৰা মুক্ত হৈ যায়। ইয়াৰ পিছত মহাকাশযানখনে চন্দ্ৰৰ মহাকৰ্ষণত প্ৰৱেশ কৰিব।

চন্দ্ৰযান-৩ৰ
চন্দ্ৰযান-৩ৰ পঞ্চম কক্ষপথ সফলতাৰে পৰিবৰ্তন, অপেক্ষা চন্দ্ৰৰ মাধ্যাকৰ্ষণত প্ৰৱেশৰ:

চন্দ্ৰযান-৩ পঞ্চমবাৰৰ বাবে কক্ষপথ সলনি কৰাৰ পিছত ১২৭৬০৯ কিলোমিটাৰ X ২৩৬ কিলোমিটাৰ কক্ষপথত উপনীত হʼব বুলি ইছৰোৱে জানিবলৈ দিয়ে।আনহাতে, অহা ১ আগষ্টত সম্পূৰ্ণ হʼব চন্দ্ৰ কক্ষপথত প্ৰৱেশৰ প্ৰক্ৰিয়া। সেইদিনা দিনৰ ১২ বজাৰ পৰা ১.০০ বজাৰ ভিতৰত ইছৰোৰ চন্দ্ৰযান-৩ চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিবলগা আছে।

পৃথিৱীৰ মাধ্যাকৰ্ষণৰ বলত মহাকাশত চন্দ্ৰযান-৩ৰ গতি ক্ৰমান্বয়ে বৃদ্ধি কৰিবলৈ ইছৰোই মুঠ পাঁচটা কক্ষপথ পৰিৱৰ্তনৰ পৰিকল্পনা কৰিছিল। এতিয়া এই সকলো পদক্ষেপ সফলতাৰে সম্পূৰ্ণ হʼল। ইয়াৰ পূৰ্বে চন্দ্ৰযান-৩য়ে ১৫ জুলাই, ১৬ জুলাই, ১৮ জুলাই আৰু ২০ জুলাইত কক্ষপথ সলনি কৰিছিল। সকলো ঠিকে থাকিলে ২৩ বা ২৪ আগষ্টত চন্দ্ৰযান-৩ চন্দ্ৰত উপস্থিত হʼব।

Tags: Chandrayaan3চন্দ্ৰযান৩
Share4Tweet3Send

Related Posts

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক
EDUCATION AND TECHNOLOGY

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক

by News Desk
January 17, 2026
50
The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms
EDUCATION AND TECHNOLOGY

The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms

by ASSAM TIMES POST
May 12, 2025
50
Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace
EDUCATION AND TECHNOLOGY

Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace

by ASSAM TIMES POST
May 11, 2025
50
Uncover the Enchantment: Discover Hidden Gems Beyond the Tourist Trail in Kyoto
EDUCATION AND TECHNOLOGY

Uncover the Enchantment: Discover Hidden Gems Beyond the Tourist Trail in Kyoto

by ASSAM TIMES POST
May 10, 2025
50
The Ripple Effect: Global Events Transforming Local Lives
EDUCATION AND TECHNOLOGY

The Ripple Effect: Global Events Transforming Local Lives

by ASSAM TIMES POST
May 9, 2025
50
Assam’s Hidden Treasures: Unveiling the Enchanting Wonders Awaiting Your Discovery
EDUCATION AND TECHNOLOGY

Assam’s Hidden Treasures: Unveiling the Enchanting Wonders Awaiting Your Discovery

by ASSAM TIMES POST
May 8, 2025
50
ADVERTISEMENT
‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত
National-International

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

May 7, 2026
50
‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ
National-International

‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ

May 7, 2026
50
‎অপাৰেচন সিন্দূৰৰ বৰ্ষপূৰ্তিত সেনাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
National-International

‎অপাৰেচন সিন্দূৰৰ বৰ্ষপূৰ্তিত সেনাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

May 7, 2026
50
Bengal election violence । বংগত বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক হত্যা
National-International

Bengal election violence । বংগত বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক হত্যা

May 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

May 7, 2026
‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ

‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ

May 7, 2026
‎অপাৰেচন সিন্দূৰৰ বৰ্ষপূৰ্তিত সেনাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

‎অপাৰেচন সিন্দূৰৰ বৰ্ষপূৰ্তিত সেনাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

May 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx