ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home EDUCATION AND TECHNOLOGY

Chandrayaan-3 I চন্দ্ৰলৈ মাথোঁ ১৭৭ কিলোমিটাৰ, আন এক কক্ষপথ সলনি চন্দ্ৰযান-৩ৰ

নিউজ ডেস্কঃ

News Desk by News Desk
August 16, 2023
Reading Time: 1 min read
A A
0
Chandrayaan-3 I চন্দ্ৰলৈ মাথোঁ ১৭৭ কিলোমিটাৰ, আন এক কক্ষপথ সলনি চন্দ্ৰযান-৩ৰ

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক

The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms

Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰো (ISRO)ৰ দ্বাৰা নিৰ্মিত চন্দ্ৰযান-৩ (Chandrayaan-3) চন্দ্ৰত উপনীত হʼবলৈ মাত্ৰ ১৭৭ কিলোমিটাৰ যাত্ৰা (Just 177 km journey) কৰিব লাগিব। সোমবাৰে মহাকাশযানখনে পৃথিৱীৰ উপগ্ৰহৰ আৰু অলপ ওচৰ পায়গৈ। ইছৰোৱে সফলতাৰে কক্ষপথ সলনি কৰে।

চন্দ্ৰযান-৩ৰ আন এক কক্ষপথ পৰিৱৰ্তন প্ৰক্ৰিয়া সফলভাৱে সম্পূৰ্ণ হৈছে বুলি ইছৰোৱে টুইটযোগে প্ৰকাশ কৰিছে। চন্দ্ৰযান-৩ বৰ্তমান ১৫০ কিলোমিটাৰ X ১৭৭ কিলোমিটাৰ কক্ষপথত আছে। চন্দ্ৰৰ টানত উক্ত কক্ষপথৰ পৰা চন্দ্ৰৰ চাৰিওফালে ঘূৰি থাকে। পৰৱৰ্তী কক্ষপথ পৰিৱৰ্তন হোৱাৰ কথা বুধবাৰে পুৱা ৮.৩০ বজাত।

এতিয়াও দুটা কক্ষপথ যাত্ৰা কৰিবলগীয়া আছে। ইয়াৰ পিছত চন্দ্ৰযান-৩ ১৫০ কিলোমিটাৰ দূৰত্বৰ কক্ষপথত উপনীত হʼব। ইয়াৰ পিছত ইয়াৰ অন্তিম গন্তব্যস্থান চন্দ্ৰৰ পৰা ১০০ কিলোমিটাৰ দূৰত্বত থকা কক্ষপথ। তাৰ পৰাই ভাৰতীয় মহাকাশযানখন চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব।

চন্দ্ৰলৈ মাথোঁ ১৭৭ কিলোমিটাৰ, আন এক কক্ষপথ সলনি চন্দ্ৰযান-৩ৰ
চন্দ্ৰলৈ মাথোঁ ১৭৭ কিলোমিটাৰ, আন এক কক্ষপথ সলনি চন্দ্ৰযান-৩ৰ

উল্লেখযোগ্য যে ১৪ জুলাইৰ দুপৰীয়া ২.৩৫ বজাত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ লঞ্চ পেডৰ পৰা চন্দ্ৰযান-৩ সফলতাৰে উৎক্ষেপণ কৰা হয়। চন্দ্ৰযান-৩ উৎক্ষেপণৰ ২২ দিনৰ পিছত চন্দ্ৰৰ কক্ষপথত উপনীত হয়। ইয়াৰ আগতে পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ টানত মহাকাশযানখন পৃথিৱীৰ কক্ষপথত ঘূৰি আছিল। তাতো পাঁচবাৰ কক্ষপথ সলনি হৈছে।

ইছৰোৰ চন্দ্ৰলৈ মানৱবিহীন মহাকাশযান প্ৰেৰণৰ এইটো তৃতীয় অভিযানৰ। ইয়াৰ পূৰ্বে দুবাৰকৈ ইছৰোৰ অভিযান বিফল হৈছে। চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে ২৩ আগষ্টৰ বিয়লি ৫.৪৭ বজাত ৰ’ভাৰ প্ৰজ্ঞানক লৈ চফ্ট লেণ্ডিং কৰাৰ কথা। চাৰি বছৰ পূৰ্বে সেই পৰ্যায়তে ইছৰোৰ ‘চন্দ্ৰযান-২’ বিফল হৈছিল। যদি এই অভিযান সফল হয় তেন্তে ভাৰতৰ মহাকাশ গৱেষণাই নিঃসন্দেহে নতুন উচ্চতা লাভ কৰিব। আমেৰিকা, ৰাছিয়া আৰু চীনৰ পিছত চন্দ্ৰত মহাকাশযান সফলতাৰে অৱতৰণ কৰা চতুৰ্থখন দেশ হিচাপে পৰিগণিত হʼব ভাৰত।

Tags: Chandrayaan3চন্দ্ৰযান৩
Share4Tweet3Send

Related Posts

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক
EDUCATION AND TECHNOLOGY

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক

by News Desk
January 17, 2026
50
The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms
EDUCATION AND TECHNOLOGY

The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms

by ASSAM TIMES POST
May 12, 2025
50
Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace
EDUCATION AND TECHNOLOGY

Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace

by ASSAM TIMES POST
May 11, 2025
50
Uncover the Enchantment: Discover Hidden Gems Beyond the Tourist Trail in Kyoto
EDUCATION AND TECHNOLOGY

Uncover the Enchantment: Discover Hidden Gems Beyond the Tourist Trail in Kyoto

by ASSAM TIMES POST
May 10, 2025
50
The Ripple Effect: Global Events Transforming Local Lives
EDUCATION AND TECHNOLOGY

The Ripple Effect: Global Events Transforming Local Lives

by ASSAM TIMES POST
May 9, 2025
50
Assam’s Hidden Treasures: Unveiling the Enchanting Wonders Awaiting Your Discovery
EDUCATION AND TECHNOLOGY

Assam’s Hidden Treasures: Unveiling the Enchanting Wonders Awaiting Your Discovery

by ASSAM TIMES POST
May 8, 2025
50
ADVERTISEMENT
Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি
National-International

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

June 30, 2026
50
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়
National-International

Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

June 30, 2026
50
Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত
Sports News

Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত

June 30, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

Ram Mandir controversy : ৰাম মন্দিৰলৈ যোৱাৰ পূৰ্বে গৃহবন্দী কংগ্ৰেছ সভাপতি

June 30, 2026
Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

Donald Trump : অধিক শক্তিশালী হৈ পৰিল ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প : আমেৰিকা আদালতৰ যুগান্তৰকাৰী ৰায়

June 30, 2026
Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত

Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত

June 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx