ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Fashion Entertrainment

Gadar 2 box office record I শ্বাহৰুখৰ সৈতে কাম কৰাটো কঠিন, ‘গদৰ ২’ৰ পৰিচালক অনিল শৰ্মা

নিউজ ডেস্কঃ

News Desk by News Desk
September 5, 2023
Reading Time: 1 min read
A A
0
Gadar 2 box office record I শ্বাহৰুখৰ সৈতে কাম কৰাটো কঠিন, ‘গদৰ ২’ৰ পৰিচালক অনিল শৰ্মা

RELATED POSTS

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

২০০১ চনত মুক্তিলাভ কৰিছিল অনিল শৰ্মাৰ (Director Anil Sharma) পৰিচালনাৰে নিৰ্মিত ছবি ‘গদৰ : এক প্ৰেম গাথা’। ২২ বছৰৰ পাছত ১১ আগষ্টত মুক্তি পালে তাৰ চিকুৱেল ‘গদৰ ২’ (Gadar 2)। বক্স অফিচৰ ব্যৱসায়ৰ ক্ষেত্ৰত এইবাৰ বলীউডৰ সফল ছবিৰ তালিকাত ‘পাঠান’ৰ পিছতে এই ছবিখন আছে। মাত্ৰ ২৪ দিনতে এই ছবিখনে ৫০০ কোটি টকাৰ ব্যৱসায় কৰিছে।

সেই দৃষ্টিকোণৰ পৰা এই ছবিখন হিন্দী ছবিৰ ইতিহাসত ৫০০ কোটি অতিক্ৰম কৰা আটাইতকৈ দ্ৰুততম ছবি। ছবি বিশেষজ্ঞৰ মতে, অতি সোনকালে এই ছবিখনে ৬৫০ কোটি টকাৰ সীমা পাৰ কৰিব। এই দিশত ‘জোৱান’ (Jawan) আৰু বেলেগ ৰূপ লৈছে। দেশ-বিদেশত এই ছবিখনৰ এডভান্স বুকিং আৰম্ভ হৈছে। বেছিভাগ শ্ব’ প্ৰথমদিনাই হাউচ ফুল হয়।

শ্বাহৰুখ খানৰ (Shah Rukh Khan) পৰৱৰ্তী ছবিৰ প্ৰশংসাত ‘গদৰ ২’ৰ পৰিচালক পঞ্চমুখ। লগতে কয় যে শ্বাহৰুখৰ মুণ্ডিত ৰূপটো তেওঁৰ ভাল লাগে। শ্বাহৰুখৰ সৈতে কাম কৰাৰ ইচ্ছা। অৱশ্যে বিষয়টো কার্যকৰী হʼবনে নহয় তাক লৈ পৰিচালকগৰাকীয়ে অত্যন্ত সন্দেহ প্ৰকাশ কৰিছ ।

 ‘গদৰ ২’
শ্বাহৰুখৰ সৈতে কাম কৰাটো কঠিন, ‘গদৰ ২’ৰ পৰিচালক অনিল শৰ্মা

এটা সময় আছিল যেতিয়া শ্বাহৰুখে ফাৰহা খান, কৰণ জোহৰ বা আদিত্য চোপ্ৰাৰ দৰে পৰিচালকৰ সৈতে কাম কৰাটো পছন্দ কৰিছিল। কিন্তু সময় সলনি হৈছে। শ্বাহৰুখে তেওঁৰ ধাৰাটো সলনি কৰিলে। ৰোমাঞ্চৰ সীমাৰ বাহিৰত এতিয়া তেওঁ এজন পূৰ্ণাংগ একচন হিৰো। ফলত তেওঁ নতুন প্ৰজন্মৰ পৰিচালকৰ সৈতে কাম কৰি আছে। উদাহৰণস্বৰূপে তেওঁ ৰাহুল ঢোলাকিয়াৰ সৈতে ‘ৰইছ’ ছবিত কাম কৰিছিল।

পাঠান পৰিচালনা কৰিছিল সিদ্ধাৰ্থ আনন্দই। এইবাৰ ‘জোৱান’ত আটলী কুমাৰ। ‘গদৰ ২’ৰ পৰিচালকগৰাকীয়েও কিং খানৰ সৈতে কাম কৰিব বিচাৰে। কিন্তু সেয়া নহʼল। তেওঁৰ ভাষাত, “তেওঁ ইমান ডাঙৰ তাৰকা যে তেওঁৰ সৈতে কাম কৰাটো এটা প্ৰত্যাহ্বান আৰু সঠিক উৎস বিচাৰি উলিওৱাটো কঠিন। কিন্তু সুযোগ পালে নিশ্চয় কাম কৰিম।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Gadar 2Recordগদাৰ২বক্সঅফিচৰেকৰ্ড
Share4Tweet3Send

Related Posts

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
50
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
69
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
60
ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :
Entertrainment

ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :

by ASSAM TIMES POST
February 12, 2025
76
ADVERTISEMENT
Kolkata fire : কলকাতাৰ হোটেলত সংঘটিত অগ্নিকাণ্ডত মৃত্যু বাংলাদেশী সাংবাদিক আৰু তেওঁৰ পৰিয়ালৰ
National-International

Kolkata fire : কলকাতাৰ হোটেলত সংঘটিত অগ্নিকাণ্ডত মৃত্যু বাংলাদেশী সাংবাদিক আৰু তেওঁৰ পৰিয়ালৰ

August 20, 2026
50
Covid 19 : কোভিডৰ প্ৰভাৱত সুপ্ত ভাইৰাছ জাগ্ৰত হৈছে, সামান্য জ্বৰ হ’লেও হাওঁফাওঁৰ ক্ষতি হ’ব পাৰে; কিয় চিন্তিত গৱেষকসকল?
National-International

Covid 19 : কোভিডৰ প্ৰভাৱত সুপ্ত ভাইৰাছ জাগ্ৰত হৈছে, সামান্য জ্বৰ হ’লেও হাওঁফাওঁৰ ক্ষতি হ’ব পাৰে; কিয় চিন্তিত গৱেষকসকল?

August 20, 2026
50
Jammu Kashmir controversy : কাশ্মীৰত চাৰ্জিঅ’ গোৰৰ মন্তব্যক লৈ অস্বস্তিত পাকিস্তান, আমেৰিকাৰ দূতক তলব ইছলামাবাদৰ
National-International

Jammu Kashmir controversy : কাশ্মীৰত চাৰ্জিঅ’ গোৰৰ মন্তব্যক লৈ অস্বস্তিত পাকিস্তান, আমেৰিকাৰ দূতক তলব ইছলামাবাদৰ

August 20, 2026
50
SC on NEET : ইউপিএছচি পৰীক্ষাৰ পৰা শিক্ষা লোৱা উচিত, নীট সন্দৰ্ভত মন্তব্য উচ্চতম ন্যায়ালয়ৰ
National-International

SC on NEET : ইউপিএছচি পৰীক্ষাৰ পৰা শিক্ষা লোৱা উচিত, নীট সন্দৰ্ভত মন্তব্য উচ্চতম ন্যায়ালয়ৰ

August 19, 2026
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Kolkata fire : কলকাতাৰ হোটেলত সংঘটিত অগ্নিকাণ্ডত মৃত্যু বাংলাদেশী সাংবাদিক আৰু তেওঁৰ পৰিয়ালৰ

Kolkata fire : কলকাতাৰ হোটেলত সংঘটিত অগ্নিকাণ্ডত মৃত্যু বাংলাদেশী সাংবাদিক আৰু তেওঁৰ পৰিয়ালৰ

August 20, 2026
Covid 19 : কোভিডৰ প্ৰভাৱত সুপ্ত ভাইৰাছ জাগ্ৰত হৈছে, সামান্য জ্বৰ হ’লেও হাওঁফাওঁৰ ক্ষতি হ’ব পাৰে; কিয় চিন্তিত গৱেষকসকল?

Covid 19 : কোভিডৰ প্ৰভাৱত সুপ্ত ভাইৰাছ জাগ্ৰত হৈছে, সামান্য জ্বৰ হ’লেও হাওঁফাওঁৰ ক্ষতি হ’ব পাৰে; কিয় চিন্তিত গৱেষকসকল?

August 20, 2026
Jammu Kashmir controversy : কাশ্মীৰত চাৰ্জিঅ’ গোৰৰ মন্তব্যক লৈ অস্বস্তিত পাকিস্তান, আমেৰিকাৰ দূতক তলব ইছলামাবাদৰ

Jammu Kashmir controversy : কাশ্মীৰত চাৰ্জিঅ’ গোৰৰ মন্তব্যক লৈ অস্বস্তিত পাকিস্তান, আমেৰিকাৰ দূতক তলব ইছলামাবাদৰ

August 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d