ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্থগিতাদেশ নহয়, নাগৰিকত্ব সংশোধনী আইনক লৈ প্ৰচাৰ বিচাৰে ছুপ্ৰিম কোর্টে

ASSAM TIMES POST by ASSAM TIMES POST
December 19, 2019
Reading Time: 1 min read
A A
0
স্থগিতাদেশ নহয়, নাগৰিকত্ব সংশোধনী আইনক লৈ প্ৰচাৰ বিচাৰে ছুপ্ৰিম কোর্টে

Assam, Dec 15 (ANI): Women raise slogans during a protest against the Citizenship (Amendment ) Act, 2019, organized by Assamese artists, at AEI Playground, Chandmari in Guwahati on Sunday. (ANI Photo)

logo atp 199x300 | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Jaipur youth murder I প্ৰি-ৱেডিং ফটোশ্বুটত প্ৰাণ গ’ল হ’বলগীয়া দৰাৰ, হ’বলগীয়া পত্নী আৰু প্ৰেমিকৰ গোপন পৰিকল্পনা

Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম

FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ

নিউজ ডেক্সঃ প্ৰায় পাঁচ ডজন আর্জি সত্ত্বেও নাগৰিকত্ব সংশোধনী আইনৰ ওপৰত স্থগিতাদেশ দিবলৈ ৰাজী নহ’ল দেশৰ সৰ্বোচ্চ ন্যায়ালয়৷ তাৰ পৰিৱর্তে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ বোবডেই বুধবাৰে কেন্দ্ৰীয় চৰকাৰক সংশোধিত নাগৰিকত্ব আইনৰ উদ্দেশ্য সম্পর্কে যথেষ্ট পৰিমাণে প্ৰচাৰ চলাবলৈ মৌখিক নির্দেশ প্ৰদান কৰে যাতে সাধাৰণ মানুহৰ মাজত কোনো বিভ্ৰান্তি নাথাকে৷ তেওঁ কয়, “কিয় এই আইন গৃহীত হৈছে, তাক লৈ যথেষ্ট প্ৰচাৰৰ প্ৰয়োজন৷ ইয়াৰ দৰকাৰ আছে৷” আনহাতে, এই সম্পর্কত কেন্দ্ৰীয় চৰকাৰৰ এটর্ণী জেনেৰেল কে কে বেণুগোপালে কয়, “আমি একমত৷ এই বিষয়টো আমি গুৰুত্বসহকাৰে গ্ৰহণ কৰিছোঁ৷”

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইনক অসাংবিধানিক আৰু অসম চুক্তিৰ পৰিপন্থী বুলি ছুপ্ৰিম কোর্টত ৫৯টা গোচৰ ৰুজু হৈছে৷ বিষয়টো সন্দর্ভত কেন্দ্ৰৰ বক্তব্য জানিবলৈ বিচাৰি বুধবাৰে জাননী জাৰি কৰে ছুপ্ৰিম কোর্টে৷ আনহাতে, বিষয়টো সন্দর্ভত পৰৱর্তী শুনানিৰ দিন ধার্য কৰা হৈছে অহা ২২ জানুৱাৰী৷

ইফালে সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছৰ পৰাই দেশজুৰি আৰম্ভ হৈছে প্ৰবল প্ৰতিবাদ আৰু বিক্ষোভ৷ অসমৰ পৰা দিল্লীলৈকে বিক্ষোভক কেন্দ্ৰ কৰি হিংসাত্মক কার্যও সংঘটিত হৈছে৷ এই পর্যন্ত অসমত পাঁচজনকৈ আন্দোলনকাৰী প্ৰতিৰক্ষা বাহিনীৰ হাতত নিহত হোৱাৰ লগতে অর্ধ শতাধিক আহত হৈছে৷ নাগৰিকত্ব সংশোধনী আইনক ‘অসাংবিধানিক’ আখ্যা দি গোচৰৰ প্ৰধান যুক্তি, বাংলাদেশ-পাকিস্তান-আফগানিস্তানৰ পৰা ধর্মীয় নির্যাতনৰ বলি হৈ অহা অ-মুছলমানসকলক নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰি মোডী চৰকাৰে ধর্মৰ ভিত্তিত বিভাজন আনিছে৷

আনহাতে, আছুকে ধৰি অসমৰ কেইবাটাও দল-সংগঠনে নাগৰিকত্ব সংশোধনী আইন অসম চুক্তিৰ বিৰোধী বুলি ছুপ্ৰিম কোর্টৰ দ্বাৰস্থ হৈছে৷ কাৰণ অসম চুক্তি অনুযায়ী ১৯৭১ চনৰ ২৫ মার্চৰ পিছত ভাৰতলৈ অহা অনুপ্ৰৱেশকাৰীসকলক চিহ্নিত কৰি ঘূৰাই পঠিয়াব লাগিব৷ কিন্তু নতুন আইনখনে ২০১৪ৰ ৩১ ডিচেম্বৰ পর্যন্ত মুছলমানসকলক বাদ দি সকলোকে নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰিছে৷

ছুপ্ৰিম কোর্টত বুধবাৰে কেইবাজনো আইনজীৱীয়ে নতুন আইনত স্থগিতাদেশ দিয়া হওক বুলি আর্জি জনায়৷ অৱশ্যে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ অধিবক্তা অভিষেক মনু সিংভীয়ে দাবী কৰামতে, তেওঁলোক বা প্ৰধান গোচৰকাৰীসকলৰ কোনোৱেই স্থগিতাদেশ বিচৰা নাই৷ আনহাতে, এটর্ণি জেনেৰেল বেনুগোপালে কয়, “ছুপ্ৰিম কোর্টত অন্ততঃ চাৰিটা ৰায় আছে, য’ত কোৱা হৈছে, এবাৰ আইনৰ বিজ্ঞপ্তি প্ৰকাশ হ’লে স্থগিতাদেশ দিয়া নাযায়৷” গোচৰকাৰীসকলৰ পক্ষত জ্যেষ্ঠ অধিবক্তা ৰাজীৱ ধৱনে কয়, “এতিয়াও আইন কার্যকৰী হোৱা নাই৷ আইনৰ বিধি-বিধান এতিয়াও প্ৰস্তুত হোৱা নাই৷” অৱশ্যে আদালতে জানিবলৈ দিয়ে যে স্থগিতাদেশ দিয়া হ’বনে নাই সে ইসম্পর্কত ২২ জানুৱাৰীত শুনানি হ’ব৷

ইফালে অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে নিজে ক’লা কোট পৰিধান কৰি অধিবক্তা হিচাপে বুধবাৰে ছুপ্ৰিম কোর্টৰ আদালতৰ মজিয়াত উপস্থিত হয়৷ তেওঁ কয়, “এই আইনে সংবিধানৰ ১৪নং অনুচ্ছেদক উলংঘা কৰিছে৷ এই আইন বাতিলৰ অনেক যুক্তি আছে৷ মই নিশ্চিত যে ছুপ্ৰিম কোর্টে ভৱিষ্যতে এই আইন বাতিল কৰিব৷”

Tags: FeaturedFeatured2
Share5Tweet3Send

Related Posts

Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ
National-International

Jaipur youth murder I প্ৰি-ৱেডিং ফটোশ্বুটত প্ৰাণ গ’ল হ’বলগীয়া দৰাৰ, হ’বলগীয়া পত্নী আৰু প্ৰেমিকৰ গোপন পৰিকল্পনা

by Staff Reporter
June 24, 2026
50
Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম
National-International

Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম

by Staff Reporter
June 24, 2026
50
FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ
National-International

FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ

by Staff Reporter
June 24, 2026
50
US Iran talks I ইৰাণক পুনৰ সকীয়নি ট্ৰাম্পৰ, শান্তি আলোচনা বাতিলৰো হুংকাৰ
National-International

US Iran talks I ইৰাণক পুনৰ সকীয়নি ট্ৰাম্পৰ, শান্তি আলোচনা বাতিলৰো হুংকাৰ

by Staff Reporter
June 24, 2026
50
Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়
National-International

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

by News Desk
June 23, 2026
50
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল
National-International

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

by News Desk
June 23, 2026
50
ADVERTISEMENT
Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ
National-International

Jaipur youth murder I প্ৰি-ৱেডিং ফটোশ্বুটত প্ৰাণ গ’ল হ’বলগীয়া দৰাৰ, হ’বলগীয়া পত্নী আৰু প্ৰেমিকৰ গোপন পৰিকল্পনা

June 24, 2026
50
Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম
National-International

Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম

June 24, 2026
50
FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ
National-International

FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ

June 24, 2026
50
US Iran talks I ইৰাণক পুনৰ সকীয়নি ট্ৰাম্পৰ, শান্তি আলোচনা বাতিলৰো হুংকাৰ
National-International

US Iran talks I ইৰাণক পুনৰ সকীয়নি ট্ৰাম্পৰ, শান্তি আলোচনা বাতিলৰো হুংকাৰ

June 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ

Jaipur youth murder I প্ৰি-ৱেডিং ফটোশ্বুটত প্ৰাণ গ’ল হ’বলগীয়া দৰাৰ, হ’বলগীয়া পত্নী আৰু প্ৰেমিকৰ গোপন পৰিকল্পনা

June 24, 2026
Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম

Medical education । দেশৰ চিকিৎসা শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন, বন্ধ হ’ব এই পাঠ্যক্ৰম

June 24, 2026
FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ

FIFA World Cup 2026 I বিশ্বকাপত অনন্য অভিলেখ পৰ্তুগীজ ফুটবলাৰ ৰোনাল্ডোৰ

June 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx