ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Israel Hamas war I ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ মোডীলৈ ফোন, সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
December 20, 2023
Reading Time: 1 min read
A A
0
Israel Hamas war I ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ মোডীলৈ ফোন, সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

FIFA World Cup 2026 I বিশ্বকাপৰ পৰা বাহিৰ ব্ৰাজিল, চকুলো টুকি আন্তৰাষ্ট্ৰীয় ফুটবলক বিদায় তাৰকা নেইমাৰৰ

Ram Mandir controversy । চিচিটিভি কেমেৰাৰ ‘ব্লাইণ্ড স্পট’ৰ সুবিধা লৈ লুট কৰিছিল ধন, ৰাম মন্দিৰৰ প্ৰণামীৰ ধন চুৰিৰ নতুন তথ্য

India Isreal relations I কেৱল আমেৰিকায়ে নহয়, ভাৰতো শক্তিশালী বন্ধু; ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহু

যুদ্ধৰ অন্ত পেলাবলৈ আন্তঃৰাষ্ট্ৰীয় সমাজৰ হেঁচা বৃদ্ধি পোৱাৰ পিছতো ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে (Benjamin Netanyahu) এতিয়াও নিজৰ স্থিতিত অটল আছে। আমেৰিকাৰ উপৰি অষ্ট্ৰেলিয়া, ইটালী, কানাডা, ফ্ৰান্স, জাৰ্মানী, নিউজিলেণ্ড আৰু ইজৰাইলৰ অন্যান্য বন্ধুত্বপূৰ্ণ দেশসমূহেও শত্ৰুতা বন্ধ কৰাৰ আহ্বান জনাইছে।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ মোডীলৈ ফোন
ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ মোডীলৈ ফোন:

অৱশ্যে নেতানিয়াহুৱে কয় যে গাজাৰ পৰা হামাছক নিৰ্মূল নকৰালৈকে যুদ্ধ অব্যাহত থাকিব। তেওঁৰ এই স্থিতিক লৈ চাৰিওফালে ক্ষোভ বৃদ্ধি পাইছে।

আনহাতে, বিভিন্ন পক্ষৰ হেঁচাত নেতানিয়াহুৱে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে ফোনযোগে সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ কৰে। যুদ্ধৰ পৰিস্থিতিৰ বাহিৰেও দুয়োগৰাকী নেতাই আন কেইবাটাও বিষয়ৰ ওপৰত আলোচনা কৰা বুলি জানিব পৰা গৈছে। আনহাতে, ইজৰাইললৈ প্ৰেৰণ কৰিবলগীয়া ১ হাজাৰ কৰ্মচাৰীৰ নিযুক্তিৰ বিজ্ঞাপন দি হাৰিয়ানা চৰকাৰ বিতৰ্কত লিপ্ত হৈছে।

Tags: ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ মোডীলৈ ফোনসাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত বাৰ্তালাপ
Share4Tweet3Send

Related Posts

FIFA World Cup 2026 I বিশ্বকাপৰ পৰা বাহিৰ ব্ৰাজিল, চকুলো টুকি আন্তৰাষ্ট্ৰীয় ফুটবলক বিদায় তাৰকা নেইমাৰৰ
National-International

by Staff Reporter
July 6, 2026
50
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য
National-International

Ram Mandir controversy । চিচিটিভি কেমেৰাৰ ‘ব্লাইণ্ড স্পট’ৰ সুবিধা লৈ লুট কৰিছিল ধন, ৰাম মন্দিৰৰ প্ৰণামীৰ ধন চুৰিৰ নতুন তথ্য

by Staff Reporter
July 6, 2026
50
India Isreal relations I কেৱল আমেৰিকায়ে নহয়, ভাৰতো শক্তিশালী বন্ধু; ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহু
National-International

India Isreal relations I কেৱল আমেৰিকায়ে নহয়, ভাৰতো শক্তিশালী বন্ধু; ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহু

by Staff Reporter
July 6, 2026
50
‎ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে ‎

July 5, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
National-International

আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

by Staff Reporter
July 5, 2026
50
সংশোধিত ভোটাৰ তালিকাত অসমত ভোটাৰৰ সংখ্যা বৃদ্ধিঃ দিছপুৰ সমষ্টিত ভোটাৰৰ সংখ্যা বৃদ্ধিয়ে গঢ়িছে অভিলেখ
National-International

উৰিষ্যাৰ ভোটাৰ তালিকাৰ পৰা ২০ লাখতকৈও অধিক নাম কৰ্তন

by Staff Reporter
July 5, 2026
50
ADVERTISEMENT
Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

July 6, 2026
50
FIFA World Cup 2026 I বিশ্বকাপৰ পৰা বাহিৰ ব্ৰাজিল, চকুলো টুকি আন্তৰাষ্ট্ৰীয় ফুটবলক বিদায় তাৰকা নেইমাৰৰ
National-International

FIFA World Cup 2026 I বিশ্বকাপৰ পৰা বাহিৰ ব্ৰাজিল, চকুলো টুকি আন্তৰাষ্ট্ৰীয় ফুটবলক বিদায় তাৰকা নেইমাৰৰ

July 6, 2026
50
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য
National-International

Ram Mandir controversy । চিচিটিভি কেমেৰাৰ ‘ব্লাইণ্ড স্পট’ৰ সুবিধা লৈ লুট কৰিছিল ধন, ৰাম মন্দিৰৰ প্ৰণামীৰ ধন চুৰিৰ নতুন তথ্য

July 6, 2026
50
India Isreal relations I কেৱল আমেৰিকায়ে নহয়, ভাৰতো শক্তিশালী বন্ধু; ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহু
National-International

India Isreal relations I কেৱল আমেৰিকায়ে নহয়, ভাৰতো শক্তিশালী বন্ধু; ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহু

July 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

July 6, 2026
FIFA World Cup 2026 I বিশ্বকাপৰ পৰা বাহিৰ ব্ৰাজিল, চকুলো টুকি আন্তৰাষ্ট্ৰীয় ফুটবলক বিদায় তাৰকা নেইমাৰৰ

FIFA World Cup 2026 I বিশ্বকাপৰ পৰা বাহিৰ ব্ৰাজিল, চকুলো টুকি আন্তৰাষ্ট্ৰীয় ফুটবলক বিদায় তাৰকা নেইমাৰৰ

July 6, 2026
Ram mandir pran pratishtha I প্ৰাণ প্ৰতিষ্ঠাৰ পিছদিনাই ৰাম ভক্তৰ ওপৰত লাঠিচালনা, আকাশমাৰ্গৰ পৰা যোগীয়ে চালে অযোধ্যাৰ দৃশ্য

Ram Mandir controversy । চিচিটিভি কেমেৰাৰ ‘ব্লাইণ্ড স্পট’ৰ সুবিধা লৈ লুট কৰিছিল ধন, ৰাম মন্দিৰৰ প্ৰণামীৰ ধন চুৰিৰ নতুন তথ্য

July 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT