ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Manipur violence I মণিপুৰৰ প্ৰাচীন দুৰ্গত বৃহৎ জনসভাৰ আহ্বান, অঘটনৰ আশংকা নিৰাপত্তা বাহিনীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
January 24, 2024
Reading Time: 1 min read
A A
0
Manipur violence I মণিপুৰৰ প্ৰাচীন দুৰ্গত বৃহৎ জনসভাৰ আহ্বান, অঘটনৰ আশংকা নিৰাপত্তা বাহিনীৰ

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

মণিপুৰত এতিয়াও জ্বলি আছে অশান্তিৰ (Manipur Violence) জুই। বিগত দুটা সপ্তাহত সন্দেহযুক্ত উগ্ৰপন্থী (Suspected militants in two weeks)য়ে চাৰিজন কাঠমিস্ত্ৰী (Four carpenters), দুজন আৰক্ষী কমাণ্ডো (Two police commandos) আৰু এজন গাঁওৰক্ষী স্বেচ্ছাসেৱকক হত্যা (A village guard volunteer killed) কৰে। ইয়াৰ পিছতে বৃহস্পতিবাৰে ৰাজধানী ইম্ফলৰ মাজমজিয়াত থকা ঐতিহাসিক কংলা দুৰ্গৰ ভিতৰত ৰাজহুৱা সভা অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে এটা গাঁও প্ৰতিৰক্ষা গোটে।

তাৰ ২৪ ঘণ্টা পূৰ্বেই অশান্তিৰ আশংকাত শ শ ৰাজ্য আৰু কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে এসময়ৰ মণিপুৰ সাম্ৰাজ্যৰ ক্ষমতাৰ কেন্দ্ৰবিন্দু কংলা দুৰ্গ (Focal point is the Kangla Fort) ঘেৰাও কৰিছে।

বৃহস্পতিবাৰৰ জনসভালৈ ‘আৰম্বাই টেংগোল’ নামৰ গাঁও প্ৰতিৰক্ষা গোটে আমন্ত্ৰণ জনাইছে সকলো বিধায়কক। সূত্ৰ অনুসৰি, মণিপুৰৰ জাতিগত সংঘাতৰ সন্দৰ্ভত নেতাসকলে নিজৰ স্থিতি স্পষ্ট কৰিব। কটকটীয়া নিৰাপত্তাৰ মাজতো বুধবাৰৰ পৰা ‘আৰম্বাই টেংগোল’ৰ সদস্যসকলে গড়টোত সমবেত হ’বলৈ আৰম্ভ কৰিছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তিনিজনীয়া বিশেষ দল সোমবাৰে নিশা ইম্ফলত উপস্থিত হৈ ‘আৰম্বাই টেংগোল’ৰ সদস্যসকলক সাক্ষাৎ কৰে। মঙলবাৰে পুনৰ লগ হয়। গৃহ মন্ত্ৰালয়ৰ উত্তৰ-পূব পৰিক্ৰমা উপদেষ্টা এ কে মিশ্ৰৰ নেতৃত্বত গঠিত দলটোৱে ৰাজ্যসভাৰ সাংসদ লিচেম্বা সনাজাওবাৰ বাসগৃহত এক বৈঠক অনুষ্ঠিত কৰে।

মণিপুৰৰ প্ৰাচীন দুৰ্গত বৃহৎ জনসভাৰ আহ্বান, অঘটনৰ আশংকা নিৰাপত্তা বাহিনীৰ
মণিপুৰৰ প্ৰাচীন দুৰ্গত বৃহৎ জনসভাৰ আহ্বান, অঘটনৰ আশংকা নিৰাপত্তা বাহিনীৰ:

এই সকলোবোৰৰ মাজতে নগা জনগোষ্ঠীৰ নেতাকে ধৰি ৰাজ্যখনৰ মুঠ ৩৫জন বিধায়কে কেন্দ্ৰৰ পৰা ২৫টা বিদ্ৰোহী কুকি গোটৰ সৈতে হোৱা ‘চাচপেন্সন অব অপাৰেচন’ চুক্তি বাতিল কৰিবলৈ দাবী জনায়। অন্যথা তেওঁলোকে ৰাইজৰ সৈতে আলোচনা কৰি ‘উচিত ব্যৱস্থা’ গ্ৰহণ কৰিব। ৰাজনৈতিক মহলে ভাবে যে এই ‘উচিত ব্যৱস্থা’ আচলতে এক ভয়ংকৰ ভাবুকি। আনকি ইয়াৰ বাবে ৰাজ্যখনৰ বিজেপি চৰকাৰ পতন হ’ব পাৰে বুলিও আশংকা কৰা হৈছে।

সোমবাৰে বিধায়কসকলে এক প্ৰস্তাৱত কয় যে কেন্দ্ৰ, ৰাজ্য আৰু ২৫টা কুকি গোটৰ মাজত ত্ৰিপাক্ষিক ‘চাচপেন্সন অব অপাৰেচন’ চুক্তি বাতিল হ’লে নিৰাপত্তা বাহিনীয়ে কুকি বিদ্ৰোহীৰ বিৰুদ্ধে পূৰ্ণাংগ অভিযান আৰম্ভ কৰিবলৈ সক্ষম হ’ব।
‘চাচপেন্সন অব অপাৰেচন’ চুক্তি অনুসৰি, বিদ্ৰোহীসকলক কিছুমান বিশেষ শিবিৰত ৰখা হৈছে।

অভিযোগ অনুসৰি, ২০২৩ চনৰ মে’ মাহত কুকি আৰু মেইটেইসকলৰ মাজত জাতিগত সংঘৰ্ষৰ সৃষ্টি হোৱাৰ পিছত কেইবাটাও শিবিৰত বিদ্ৰোহীৰ সম্পূৰ্ণ উপস্থিতি দেখা পোৱা নাই। মণিপুৰৰ নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে যোৱা সপ্তাহত কয় যে ম্যানমাৰৰ বিদ্ৰোহীয়ে সীমান্তৱৰ্তী ম’ৰে চহৰত নিৰাপত্তা বাহিনীক আক্ৰমণ কৰিব পাৰে। অৱশ্যে ইয়াৰ কোনো প্ৰমাণ পোৱা নাই। অৱশ্যে নিৰাপত্তাৰক্ষীৰ ওপৰত হোৱা আক্ৰমণত কুকি বিদ্ৰোহী জড়িত থকাৰ স্বীকাৰ কৰে কুলদীপে।

Tags: ManipurViolenceণিপুৰৰদুৰ্গতজনসভামণিপুৰতঅশান্তি
Share4Tweet3Send

Related Posts

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১
NORTHEAST

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

by News Desk
June 8, 2026
50
Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত
NORTHEAST

Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত

by News Desk
June 5, 2026
50
Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন
NORTHEAST

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

by Staff Reporter
June 4, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
NORTHEAST

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

by Staff Reporter
May 28, 2026
50
Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

by News Desk
May 21, 2026
50
ADVERTISEMENT
Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
National-International

Modi Govt 12 Years । ১২ বছৰীয়া হ’ল মোদী চৰকাৰ; গতিৰ পৰা প্ৰগতিলৈ এক খতিয়ান

June 10, 2026
50
Mamta Banerjee I এফালে কালীঘাটৰ কাৰ্যালয়ত চিআইডিৰ তালাচী, আনফালে দিল্লীত ছোনিয়াৰ সৈতে মমতাৰ মন্ত্ৰণা
National-International

Mamta Banerjee I এফালে কালীঘাটৰ কাৰ্যালয়ত চিআইডিৰ তালাচী, আনফালে দিল্লীত ছোনিয়াৰ সৈতে মমতাৰ মন্ত্ৰণা

June 10, 2026
50
‎ফুটবল আৰু মনোৰঞ্জনৰ সৈতে শাৰীৰিক গতিবিধি আৰু চমকপ্ৰদ প্ৰদৰ্শনৰ সংমিশ্ৰণৰ আশা । টৰণ্টোৰ মঞ্চত থাকিব ভাৰতৰ গ্লেমাৰাছ নোৰা ফাতেহী
National-International

‎ফুটবল আৰু মনোৰঞ্জনৰ সৈতে শাৰীৰিক গতিবিধি আৰু চমকপ্ৰদ প্ৰদৰ্শনৰ সংমিশ্ৰণৰ আশা । টৰণ্টোৰ মঞ্চত থাকিব ভাৰতৰ গ্লেমাৰাছ নোৰা ফাতেহী

June 10, 2026
50
‎Rojgar Mela : সমগ্ৰ বিশ্বই ভাৰতৰ উন্নয়ন যাত্ৰাৰ অংশীদাৰ হ’ব বিচাৰে : ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
National-International

‎ইতিহাস ৰচিলে মোদীয়ে । নেহৰুৰ অভিলেখ ভাঙি দীৰ্ঘতম কাৰ্যকালৰ প্ৰধানমন্ত্ৰী

June 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

Modi Govt 12 Years । ১২ বছৰীয়া হ’ল মোদী চৰকাৰ; গতিৰ পৰা প্ৰগতিলৈ এক খতিয়ান

June 10, 2026
Mamta Banerjee I এফালে কালীঘাটৰ কাৰ্যালয়ত চিআইডিৰ তালাচী, আনফালে দিল্লীত ছোনিয়াৰ সৈতে মমতাৰ মন্ত্ৰণা

Mamta Banerjee I এফালে কালীঘাটৰ কাৰ্যালয়ত চিআইডিৰ তালাচী, আনফালে দিল্লীত ছোনিয়াৰ সৈতে মমতাৰ মন্ত্ৰণা

June 10, 2026
‎ফুটবল আৰু মনোৰঞ্জনৰ সৈতে শাৰীৰিক গতিবিধি আৰু চমকপ্ৰদ প্ৰদৰ্শনৰ সংমিশ্ৰণৰ আশা । টৰণ্টোৰ মঞ্চত থাকিব ভাৰতৰ গ্লেমাৰাছ নোৰা ফাতেহী

‎ফুটবল আৰু মনোৰঞ্জনৰ সৈতে শাৰীৰিক গতিবিধি আৰু চমকপ্ৰদ প্ৰদৰ্শনৰ সংমিশ্ৰণৰ আশা । টৰণ্টোৰ মঞ্চত থাকিব ভাৰতৰ গ্লেমাৰাছ নোৰা ফাতেহী

June 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx