ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Manipur violence I পুনৰ উত্তপ্ত মণিপুৰ, হিংসাত্মক ঘটনাত নিহত ৪

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
January 19, 2024
Reading Time: 1 min read
A A
0
Manipur violence I মণিপুৰত পুনৰ বৃদ্ধি ইণ্টাৰনেট সেৱা কৰ্তনৰ সময়সীমা

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Tear gas use in Manipur : ‎‎মণিপুৰত প্ৰতিবাদকাৰীৰ ওপৰত কন্দোৱা গেছ নিক্ষেপ নিৰাপত্তাৰক্ষীৰ

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত

কিছুদিনৰ বিৰতিৰ পিছত বুধবাৰৰ পৰা পুনৰ উত্তপ্ত হৈছে মণিপুৰ(Manipur Violence) । কুকিসকলে বিষ্ণুপুৰৰ মেইটেই গাঁৱত প্ৰৱেশ কৰি অতৰ্কিতে গুলীচালনা কৰি ৪ জন লোকক হত্যাৰ অভিযোগ উত্থাপন হৈছে। আনহাতে, মেইটেইসকলে পুনৰ সংৰক্ষিত বেটেলিয়নৰ ওপৰত আক্ৰমণ কৰি তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ লুটৰ চেষ্টাৰ অভিযোগ উত্থাপন হৈছে।

Manipur violence
পুনৰ উত্তপ্ত মণিপুৰ, হিংসাত্মক ঘটনাত নিহত ৪:

তাৰ মাজতে বৃহস্পতিবাৰে নিশা থৌবালত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সংঘটিত গুলীচালনাত আহত হয় বিএছএফৰ এএছআই শ্বোভৰাম সিং, এএছআই ৰামজী আৰু কনিষ্টবল গৌৰৱ কুমাৰ। থৌবালত থকা ৰিজাৰ্ভ বেটেলিয়নৰ শিবিৰত আক্ৰমণ কৰি অস্ত্ৰ-শস্ত্ৰ লুট কৰাৰো চেষ্টা কৰা হয়। যাৰ বাবে নিশা ইম্ফলত উপস্থিত হয় বায়ুসেনাৰ হেলিকপ্টাৰ।

সূত্ৰ অনুসৰি, বিষ্ণুপুৰ আৰু কাংচুপত কমেও চাৰিজন মেইটেই সম্প্ৰদায়ৰ লোকৰ মৃত্যু হয়। আহত হয় আন ৭ জন। বৃহস্পতিবাৰে বিয়লি বিষ্ণুপুৰ জিলা আৰু কুকি প্ৰধান চুৰাচান্দপুৰ জিলাৰ সীমান্তৰ সমীপৱৰ্তী নিংথৌখং খা খুনৌ নামৰ মেইটেই গাঁৱত কুকি উগ্ৰপন্থীয়ে আক্ৰমণ কৰে।

পিছত খা খুনাউ জলাশয়ৰ সমীপত ওইনাম আহোংজাও সিং, পুত্ৰ মণিতোম্বা সিং আৰু থায়াম সোমেন সিঙৰ মৃতদেহ উদ্ধাৰ হয়। নিৰুদ্দেশ হৈছে নিংথৌজাম নবদ্বীপ নামৰ এজন ব্যক্তি। পশ্চিম ইম্ফলৰ কাংচুপত যোৱানিশা কুকিৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয় এজন গাঁওৰক্ষী।

ইফালে ৰাজ্যিক নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে কয় যে ম্যানমাৰৰ পৰা উগ্ৰপন্থী বা জনপ্ৰতিৰক্ষা বাহিনীৰ সদস্যই অঞ্চলটোত প্ৰৱেশ কৰি আক্ৰমণ কৰাৰ সন্দেহ কৰা হৈছে যদিও কোনো প্ৰমাণ পোৱা হোৱা নাই।

Tags: পুনৰ উত্তপ্ত মণিপুৰহিংসাত্মক ঘটনাত নিহত ৪
Share4Tweet3Send

Related Posts

Tear gas use in Manipur : ‎‎মণিপুৰত প্ৰতিবাদকাৰীৰ ওপৰত কন্দোৱা গেছ নিক্ষেপ নিৰাপত্তাৰক্ষীৰ
NORTHEAST

Tear gas use in Manipur : ‎‎মণিপুৰত প্ৰতিবাদকাৰীৰ ওপৰত কন্দোৱা গেছ নিক্ষেপ নিৰাপত্তাৰক্ষীৰ

by News Desk
June 15, 2026
50
One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১
NORTHEAST

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

by News Desk
June 8, 2026
50
Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত
NORTHEAST

Manipur violence : মণিপুৰৰ কুকি গাঁৱত আক্ৰমণত দম্পতীকে ধৰি তিনিজন নিহত

by News Desk
June 5, 2026
50
Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন
NORTHEAST

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

by Staff Reporter
June 4, 2026
50
Khatkhati Police Seize Nearly 1.5 kg of Illegal Poppy Straw, Arrest Two
NORTHEAST

‎দিল্লীত কেচিপিৰ মুখ্য কমাণ্ডাৰক গ্ৰেপ্তাৰ I মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ

by Staff Reporter
May 28, 2026
50
Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন
NORTHEAST

Shillong’s Farmer’s market : ‎শ্বিলঙত কৃষক বজাৰৰ পঞ্চম সংস্কৰণ আয়োজন

by News Desk
May 23, 2026
50
ADVERTISEMENT
NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ
National-International

NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

June 18, 2026
50
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ
National-International

Modi Trump meet । মোদী-ট্ৰাম্পৰ বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা

June 18, 2026
50
Akhilesh Yadav । তৃণমূল-উদ্ধৱসেনাৰ পিছত এইবাৰ বিভাজনৰ দিশে সমাজবাদী পাৰ্টি
National-International

Akhilesh Yadav । তৃণমূল-উদ্ধৱসেনাৰ পিছত এইবাৰ বিভাজনৰ দিশে সমাজবাদী পাৰ্টি

June 18, 2026
50
US Iran peace deal I অৱশেষত আমেৰিকা-ইৰাণৰ শান্তি চুক্তি
National-International

US Iran peace deal I অৱশেষত আমেৰিকা-ইৰাণৰ শান্তি চুক্তি

June 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

NEET Aspirant suicided : উত্তৰাখণ্ডৰ পিছত এইবাৰ তামিলনাডু, আৰু এক নীট প্ৰত্যাশীৰ মৃতদেহ উদ্ধাৰ

June 18, 2026
Trump Big promise : মোদীৰ ভাৰতক আক্ৰমণ কৰিলে নতুন দিল্লীৰ পক্ষত থিয় দিব আমেৰিকা যুক্তৰাষ্ট্ৰ

Modi Trump meet । মোদী-ট্ৰাম্পৰ বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা

June 18, 2026
Akhilesh Yadav । তৃণমূল-উদ্ধৱসেনাৰ পিছত এইবাৰ বিভাজনৰ দিশে সমাজবাদী পাৰ্টি

Akhilesh Yadav । তৃণমূল-উদ্ধৱসেনাৰ পিছত এইবাৰ বিভাজনৰ দিশে সমাজবাদী পাৰ্টি

June 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx