ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়

নিউজ ডেস্কঃ

News Desk by News Desk
October 12, 2026
Reading Time: 1 min read
A A
0
Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়

RELATED POSTS

Meghalaya rate hole mining : ১৩ লাখ টনতকৈ অধিক কয়লা চুৰি, উচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া কমিটীৰ লক্ষ্যত মেঘালয়ৰ ‘ৰেট-হ’ল’

Tripura NDA conflict : ত্ৰিপুৰাত শাসকীয় মিত্ৰজোঁটৰ সংঘৰ্ষ, গাঁও সমিতিৰ নিৰ্বাচনত গুলীত নিহত টিপ্ৰাৰ সমৰ্থক

Mizoram tragic accident : মিজোৰামৰ গাড়ী দুৰ্ঘটনাত নিহত দূৰদৰ্শন, পিআইবিৰ তিনিজন বিষয়া

New Logo Smal 2 | ASSAM TIMES POST

মণিপুৰৰ কাংপোকপি জিলাত (Kangpokpi district of Manipur) এটা সশস্ত্ৰ সংগঠনৰ আক্ৰমণত নিহত এজন লোকৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবীত নগা নাগৰিক সংস্থাই ৪৮ ঘণ্টীয়া সময়সীমা নিৰ্ধাৰণ কৰিছে। শনিবাৰে মাকুই আছাং গাঁৱত সন্দেহযুক্ত উগ্ৰপন্থীৰ আক্ৰমণত নিহত (Killed in a militant attack) হয় ৫২ বছৰীয়া অজিনবাউ ৰিংকাংমাই। দেওবাৰে নিশা তেওঁৰ মুণ্ডহীন মৃতদেহ ইম্ফলৰ জৱাহৰলাল নেহৰু ইনষ্টিটিউট অব মেডিকেল ছায়েন্সলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে অনা হয়। কিন্তু শনিবাৰে ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে যে অজিনবাউৰ কটা মূৰটো অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত আৰু সেনাৰ পোছাক পিন্ধা উগ্ৰপন্থীৰ মাজত পৰি আছে।

দেওবাৰে যুটীয়া জনজাতি পৰিষদ মণিপুৰে এক বিবৃতিত কয় যে অজিনবাউৰ কটা মূৰটো এতিয়াও সন্ধানহীন হৈ আছে। এই মুণ্ড মৰ্যাদাপূৰ্ণ শেষ অনুষ্ঠানৰ বাবে পৰিয়ালক গতাই নিদিয়ালৈকে মৰণোত্তৰ পৰীক্ষা কৰা নহ’ব। বিবৃতিটোত ক্ষোভ প্ৰকাশ কৰি কয়, “উগ্ৰপন্থীয়ে তেওঁৰ কটা মূৰটো ট্ৰফী হিচাপে ব্যৱহাৰ কৰিছে, এই পৰিস্থিতিত আমি ৰাজ্য প্ৰশাসনক মৃতদেহটো আৰু অধিক বিভাজিত কৰিবলৈ নিদিওঁ।”

mani | ASSAM TIMES POST
মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়

নতুন হিংসাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক প্ৰত্যক্ষভাৱে দোষাৰোপ কৰি সংগঠনটোৱে ইয়াক “মানৱতাৰ চূড়ান্ত অপমান” বুলি অভিহিত কৰে। নিৰ্দিষ্ট সময়ৰ ভিতৰত মূৰটো ঘূৰাই নিদিলে ন্যায়ৰ স্বাৰ্থত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দিছে । লগতে কটা মূৰ বিচাৰি উলিয়াবলৈ আৰু ঘূৰাই দিবলৈ ৪৮ ঘণ্টাৰ সময়সীমা নিৰ্ধাৰণ কৰিছে।

উল্লেখ্য যে মণিপুৰৰ কামজং, উখৰুল আৰু কাংপকপি জিলাত শুকুৰবাৰ আৰু শনিবাৰে পৃথক পৃথক গুলীচালনাত কমেও ৯ জন লোক নিহত হোৱাৰ ফলত ৰাজ্যত নতুনকৈ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। আৰক্ষী সূত্ৰই জনোৱা মতে, শুকুৰবাৰে নিশা কামজং জিলাৰ কুকি প্ৰধান চাছাদ গাঁৱত পাঁচ সন্তানৰ এগৰাকী ২২ বছৰীয়া মাতৃক অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰাৰ পিছতে শেহতীয়া হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। এই হত্যাকাণ্ডৰ পিছতে শনিবাৰে পুৱালৈকে কুকি আৰু নগা সশস্ত্ৰ সংগঠনৰ মাজত প্ৰচণ্ড গুলীচালনা চলি থাকে।

ৰাজ্যৰ মুখ্যমন্ত্ৰী য়ুমনান খেমচান্দ সিঙে এই হত্যাকাণ্ডক তীব্ৰ গৰিহণা দিছে। পৰিস্থিতি নিয়ন্ত্ৰণ, শান্তি-শৃংখলা পুনৰুদ্ধাৰ আৰু সকলো নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক তাৎক্ষণিক আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ManipurViolence
Share4Tweet3Send

Related Posts

Meghalaya rate hole mining : ১৩ লাখ টনতকৈ অধিক কয়লা চুৰি, উচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া কমিটীৰ লক্ষ্যত মেঘালয়ৰ ‘ৰেট-হ’ল’
NORTHEAST

Meghalaya rate hole mining : ১৩ লাখ টনতকৈ অধিক কয়লা চুৰি, উচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া কমিটীৰ লক্ষ্যত মেঘালয়ৰ ‘ৰেট-হ’ল’

by News Desk
October 9, 2026
54
Tripura NDA conflict : ত্ৰিপুৰাত শাসকীয় মিত্ৰজোঁটৰ সংঘৰ্ষ, গাঁও সমিতিৰ নিৰ্বাচনত গুলীত নিহত টিপ্ৰাৰ সমৰ্থক
NORTHEAST

Tripura NDA conflict : ত্ৰিপুৰাত শাসকীয় মিত্ৰজোঁটৰ সংঘৰ্ষ, গাঁও সমিতিৰ নিৰ্বাচনত গুলীত নিহত টিপ্ৰাৰ সমৰ্থক

by News Desk
October 8, 2026
52
Mizoram tragic accident : মিজোৰামৰ গাড়ী দুৰ্ঘটনাত নিহত দূৰদৰ্শন, পিআইবিৰ তিনিজন বিষয়া
NORTHEAST

Mizoram tragic accident : মিজোৰামৰ গাড়ী দুৰ্ঘটনাত নিহত দূৰদৰ্শন, পিআইবিৰ তিনিজন বিষয়া

by News Desk
October 2, 2026
51
ULFA : ভাৰত ম্যানমাৰ সীমান্ত আলফাৰ দুইসদস্যসহ একে, বিস্ফোটক উদ্ধাৰ
NORTHEAST

ULFA : ভাৰত ম্যানমাৰ সীমান্ত আলফাৰ দুইসদস্যসহ একে, বিস্ফোটক উদ্ধাৰ

by News Desk
October 2, 2026
52
Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান
NORTHEAST

Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান

by News Desk
September 29, 2026
51
Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে
NORTHEAST

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

by News Desk
September 26, 2026
61
ADVERTISEMENT
Gyanesh Kumar controversy : মুখ্য নিৰ্বাচন আয়ুক্তক ৰাজসাক্ষী হ’বলৈ ৰাহুল গান্ধীৰ দাবী, ২০০ আমোলাই প্ৰদান কৰিছে তথ্য
National-International

Gyanesh Kumar controversy : মুখ্য নিৰ্বাচন আয়ুক্তক ৰাজসাক্ষী হ’বলৈ ৰাহুল গান্ধীৰ দাবী, ২০০ আমোলাই প্ৰদান কৰিছে তথ্য

October 12, 2026
50
Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়
NORTHEAST

Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়

October 12, 2026
50
Hormuz ship attack : হৰমুজত ভাৰতীয় নাৱিক কঢ়িয়াই নিয়া জাহাজত আক্ৰমণৰ ঘটনাক ভাৰতৰ গৰিহণা
National-International

Hormuz ship attack : হৰমুজত ভাৰতীয় নাৱিক কঢ়িয়াই নিয়া জাহাজত আক্ৰমণৰ ঘটনাক ভাৰতৰ গৰিহণা

October 12, 2026
50
Metro murder : মেট্ৰ’ৰ আসনক লৈ কাজিয়াত যাত্ৰীৰ মৃত্যু, দিল্লীত গ্ৰেপ্তাৰ পুত্ৰসহ প্ৰাক্তন আইএএছ বিষয়া
National-International

Metro murder : মেট্ৰ’ৰ আসনক লৈ কাজিয়াত যাত্ৰীৰ মৃত্যু, দিল্লীত গ্ৰেপ্তাৰ পুত্ৰসহ প্ৰাক্তন আইএএছ বিষয়া

October 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Gyanesh Kumar controversy : মুখ্য নিৰ্বাচন আয়ুক্তক ৰাজসাক্ষী হ’বলৈ ৰাহুল গান্ধীৰ দাবী, ২০০ আমোলাই প্ৰদান কৰিছে তথ্য

Gyanesh Kumar controversy : মুখ্য নিৰ্বাচন আয়ুক্তক ৰাজসাক্ষী হ’বলৈ ৰাহুল গান্ধীৰ দাবী, ২০০ আমোলাই প্ৰদান কৰিছে তথ্য

October 12, 2026
Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়

Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়

October 12, 2026
Hormuz ship attack : হৰমুজত ভাৰতীয় নাৱিক কঢ়িয়াই নিয়া জাহাজত আক্ৰমণৰ ঘটনাক ভাৰতৰ গৰিহণা

Hormuz ship attack : হৰমুজত ভাৰতীয় নাৱিক কঢ়িয়াই নিয়া জাহাজত আক্ৰমণৰ ঘটনাক ভাৰতৰ গৰিহণা

October 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d