ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

HS result 2024 I কোনো উৎসাহ অবিহনে প্ৰকাশ পালে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত ফলাফল

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 9, 2024
Reading Time: 1 min read
A A
0
শীৰ্ষ দহটা স্থানত নলবাৰী জিলাৰ সৰ্বাধিক ৬মেধাৱী

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

পৰম্পৰাগত উৎসাহ আৰু ছাত্ৰ-ছাত্ৰীৰ তথা অভিভাৱকৰ মাজত কোনো ধৰণৰ উৎসুকতা অবিহনে আজি প্ৰকাশ পালে উচ্চতৰ মাধ্যমিকৰ (HS Result) তিনিওটা শাখাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল।

HS result 2024 I
কোনো উৎসাহ অবিহনে প্ৰকাশ পালে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত ফলাফল:

উল্লেখযোগ্য যে এইবাৰ ৰাজ্যত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে স্থান প্ৰাপকৰ ঘোষণা অবিহনে প্ৰকাশ পালে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। কিয়নো ইতিমধ্যে শিক্ষা বিভাগ তথা উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰিছিল যে এইবাৰৰ পৰা উচ্চতৰ মাধ্যমিকত নাথাকিব কোনো স্থানৰ ব্যৱস্থা। ঘোষিত ফলাফল অনুযায়ী কলা শাখাত উত্তীৰ্ণৰ হাৰ হৈছে ৮৮.২৪ %। পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ পৰীক্ষাৰ্থী ২,০১,০৮৯ গৰাকীৰ বিপৰীতে মুঠ ১,৭৭,৪৩৪ গৰাকী উত্তীৰ্ণ হয়।

আনহাতে, প্ৰথম বিভাগত ৪১,১৩৩, দ্বিতীয় বিভাগত ৬৬,৪০৮ আৰু তৃতীয় বিভাগত ৬৯,৮৯০ গৰাকী উত্তীৰ্ণ হয়। কলা শাখাত ৯৭.৪৪% হাৰেৰে উত্তীৰ্ণৰ শীৰ্ষ স্থান লাভ কৰে বাক্সা জিলাই। আনহাতে, ৯৭.০৩% হাৰেৰে নলবাৰী জিলাই দ্বিতীয় স্থান আৰু ৯৬.৯৫% উত্তীৰ্ণৰ হাৰেৰে দৰং জিলাই তৃতীয় স্থান লাভ কৰে।

একেদৰে বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ হৈছে ৯০.২৯%। এই শাখাত মুঠ ৫৪,৫৫২ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত উত্তীৰ্ণ হয় ৪৯,২৫৬ গৰাকী।

বিজ্ঞান শাখাত প্ৰথম বিভাগত ২৫,৪৩৭ গৰাকী, দ্বিতীয় বিভাগত ১৮,২০১ গৰাকী আৰু তৃতীয় বিভাগত ৫,৫৪৯ গৰাকী উত্তীৰ্ণ হয়। উত্তীৰ্ণৰ শীৰ্ষত আছে তামোলপুৰ। উত্তীৰ্ণৰ হাৰ ৯৭.৯৮%। আনহাতে, ৯৭.৬০ শতাংশৰে দ্বিতীয় স্থানত শিৱসাগৰ আৰু ৯৫.৮৬ শতাংশৰে তৃতীয় স্থান লাভ কৰে বাক্সা জিলাই। ইফালে বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ হৈছে ৮৮ ২৮%।

পৰীক্ষাত অৱতীৰ্ণ ১৭,৩৯৫ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত উত্তীৰ্ণ হয় ১৫,৩৫৬ গৰাকী।
আনহাতে, প্ৰথম বিভাগত ৬,১৯২, দ্বিতীয় বিভাগত ৬,০৫২ আৰু তৃতীয় বিভাগত ৩,১১২ গৰাকী উত্তীৰ্ণ হয়।

৯৭.৪২% হাৰেৰে উত্তীৰ্ণৰ শীৰ্ষ স্থান লাভ কৰে শিৱসাগৰ জিলাই। আনহাতে, ৯৬.৯১ শতাংশৰে দ্বিতীয় স্থান বজালী আৰু ৯৫.৮৮ শতাংশৰে উত্তীৰ্ণৰ হাৰত তৃতীয় স্থান লাভ কৰে বাক্সাই।

উল্লেখযোগ্য যে এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত মুঠ ২,৮০,২১৬ গৰাকী শিক্ষার্থী অৱতীৰ্ণ হয়। ইয়াৰে ভিতৰত কলা শাখাত ২,০৬,৪৬৭, বিজ্ঞান শাখাত ৫৫,২৮৭, বাণিজ্য শাখাত ১৭,৫৮২ আৰু বৃত্তিমূলক শাখাত ৮৮০ গৰাকী শিক্ষার্থী আছিল।

Tags: উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত ফলাফলকোনো উৎসাহ অবিহনে প্ৰকাশ পালে
Share4Tweet3Send

Related Posts

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

by Staff Reporter
April 28, 2026
50
কাৰ্বি আংলং জিলাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ২০২৫ বৰ্ষৰ ফলাফল: এক বিশ্লেষণ
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ

by Staff Reporter
April 28, 2026
50
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

by News Desk
April 23, 2026
50
Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ
Assam

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

by News Desk
April 22, 2026
50
Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা
Assam

Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা

by News Desk
April 20, 2026
50
Abhi Neel murder case I অৱশেষত ৮ বছৰৰ অপেক্ষাৰ অন্ত, অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও আদালতৰ
Assam

Abhi Neel murder case I অৱশেষত ৮ বছৰৰ অপেক্ষাৰ অন্ত, অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও আদালতৰ

by Staff Reporter
April 20, 2026
50
ADVERTISEMENT
Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা
National-International

Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা

April 28, 2026
50
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ
National-International

Digital arrest I ডিজিটেল গ্ৰেপ্তাৰ ৰোধৰ বাবে কেন্দ্ৰৰ জৰুৰী পদক্ষেপ

April 28, 2026
50
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

April 28, 2026
50
PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?
National-International

PM Modi I এইবাৰ ফুটবল খেলুৱৈৰ ৰূপত প্ৰধানমন্ত্ৰী মোদী, লক্ষ্য বংগৰ নিৰ্বাচন ?

April 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা

Indian Army I মে’ মাহত ভাৰতলৈ আহিব চতুৰ্থখন ৰাছিয়ান এছ-৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা

April 28, 2026
Murderer arrested I খটখটীত ১৩ বছৰৰ আত্মগোপন কৰি থকা হত্যাকাৰী নুৰহুছেইন গ্ৰেপ্তাৰ

Digital arrest I ডিজিটেল গ্ৰেপ্তাৰ ৰোধৰ বাবে কেন্দ্ৰৰ জৰুৰী পদক্ষেপ

April 28, 2026
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

HS results 2026 I উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক

April 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx