ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rahul Gandhi slams BJP I হিন্দুত্ববাদৰ অস্ত্ৰত বিজেপিক তুলাধূনা ৰাহুল গান্ধীৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 2, 2024
Reading Time: 1 min read
A A
0
Message to the nation on Independence Day I ‘ভাৰত মাতা প্ৰতিজন ভাৰতীয়ৰ কণ্ঠ’, স্বাধীনতা দিৱসত ৰাহুল গান্ধীৰ বাৰ্তা

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

হিন্দুত্ববাদৰ অস্ত্ৰত সংসদত বিজেপিৰ ওপৰত তীব্ৰ আক্ৰমণ চলালে বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে (Rahul Gandhi) । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ, বিজেপিৰ জ্যেষ্ঠ সাংসদ নিশিকান্ত ডুবেয়ে তেওঁক বাধা দিবলৈ চেষ্টা কৰে।

Rahul Gandhi slams BJP I
হিন্দুত্ববাদৰ অস্ত্ৰত বিজেপিক তুলাধূনা ৰাহুল গান্ধীৰ:

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণত ধন্যবাদ জ্ঞাপন কৰি তেওঁ ভগৱান শিৱ, অভয় মুদ্ৰাৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি শিৱৰ মূল নীতি অহিংসা বুলি কয়। কিন্তু ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে বিজেপিয়ে হিন্দুত্বৰ নামত সমগ্ৰ দেশতে হিংসা আৰু ঘৃণা বিয়পাইছে। তেওঁৰ এই অভিযোগত ক্ষুব্ধ হৈ পৰে সমগ্ৰ শাসকীয় পক্ষ। ফলত শাসক-বিৰোধীৰ মাজত তীব্ৰ হুলস্থুল আৰম্ভ হয়। কেইবাবাৰো তেওঁৰ বক্তব্য বন্ধ কৰিবলগা হয়। 

কিন্তু তেওঁৰ বক্তব্যৰ প্ৰতিটো শব্দই বিজেপিৰ হিন্দুত্বক আঘাত কৰে। আনকি ৰাহুল গান্ধীয়ে অধ্যক্ষকো ৰেহাই নিদিলে। অধ্যক্ষক সম্বোধন কৰি তেওঁ কয়, “আপুনি যেতিয়া অধ্যক্ষ পদ গ্ৰহণ কৰিছিল, তেতিয়া মই আপোনাক চকীলৈ আগবঢ়াই লৈ গৈছিলো। লোকসভাত আপোনাৰ কথাই চূড়ান্ত। আপুনি যি কয় সেয়াই মূলত ভাৰতৰ গণতন্ত্ৰ।”

ৰাহুল গান্ধীয়ে অধ্যক্ষ ওম বিৰলাক পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰি কয়, “চকীত দুজন মানুহ বহি আছে। এজন বক্তা আৰু আন এজন ওম বিৰলা। মই যেতিয়া আপোনাৰ লগত হাত মিলাওঁ, আপুনিও মোৰ লগত হাত মিলায়। কিন্তু মোডীজীয়ে যেতিয়া হাত মিলায়, তেতিয়া আপুনি শিৰ নত কৰে।” সংবিধান, ভগৱান শিৱ, হজৰত মহম্মদ, যীশু খ্ৰীষ্ট আৰু গুৰু নানকৰ ছবি হাতত লৈ ৰাহুল গান্ধীয়ে ইটোৰ পিছত সিটোকৈ প্ৰদৰ্শন কৰে।

কিন্তু প্ৰতিবাৰেই সংসদ টিভিৰ কেমেৰা তেওঁৰ পৰা ঘূৰাই দিয়া হয়। আপত্তি কৰাৰ পিছত ৰাহুল গান্ধীক ভগৱান শিৱৰ ছবি এখন ক্ষন্তেক সময়ৰ বাবে দেখুৱাবলৈ দিয়া হয়। তেওঁ কয়, “ভগৱান শিৱৰ ছবিখন চালে দেখিব যে হিন্দুসকলে কেতিয়াও ভয় বা ভয় প্ৰদৰ্শনত বিশ্বাস নকৰে। একে সময়তে হিন্দু সমাজে ঘৃণা বিয়পোৱাতো বিশ্বাস নকৰে। যদিও বিজেপিয়ে সদায় সমাজত ঘৃণা আৰু ভয় বিয়পাই আহিছে।”

ভাষণত কেইবাবাৰো শাসকীয় পক্ষক লক্ষ্য কৰি ৰাহুল গান্ধীয়ে কৈ থাকিল, “ভয় নকৰিব, ভয় বিয়পাই নিদিব।” তেওঁ মন্তব্য কৰে যে প্ৰতিজন মহান ব্যক্তি আৰু ভগৱানে সমাজখনক অহিংসা আৰু প্ৰেমৰ বাৰ্তা দিছিল। ৰাহুল গান্ধীয়ে কয়, “অভয় মুদ্ৰা কংগ্ৰেছৰ প্ৰতীক। ই সুৰক্ষাৰ প্ৰতীক, যিয়ে ভয় দূৰ কৰে আৰু হিন্দু, বৌদ্ধ, ইছলাম, শিখ আৰু অন্যান্য ভাৰতীয় ধৰ্মক ঐশ্বৰিক সুৰক্ষা প্ৰদান কৰে।”

Tags: হিন্দুত্ববাদৰ অস্ত্ৰত বিজেপিক তুলাধূনাৰাহুল গান্ধীৰ
Share4Tweet3Send

Related Posts

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে
National-International

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

by News Desk
June 14, 2026
50
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ
National-International

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

by Staff Reporter
June 14, 2026
50
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎
National-International

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

by Staff Reporter
June 14, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

‎আত্মৰক্ষা আৰু আক্ৰমণ দুয়োটাৰে বাবে সাজু ইজৰাইল

by Staff Reporter
June 14, 2026
50
‎ইৰাণৰ আক্ৰমণৰ পিছত হৰমুজত আবদ্ধ ৫৬২ ভাৰতীয় নাবিক I জাহাজত অসুস্থ হৈ এজনৰ মৃত্যু  ‎
National-International

‎ইৰাণৰ আক্ৰমণৰ পিছত হৰমুজত আবদ্ধ ৫৬২ ভাৰতীয় নাবিক I জাহাজত অসুস্থ হৈ এজনৰ মৃত্যু ‎

by Staff Reporter
June 14, 2026
50
Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ
National-International

Congress Nationwide campaign : দেশজুৰি বৃহৎ অভিযান কংগ্ৰেছৰ : ১৭ জুনত হ’ব আৰম্ভ

by News Desk
June 13, 2026
50
ADVERTISEMENT
Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে
National-International

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
50
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ
National-International

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
50
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎
National-International

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

‎আত্মৰক্ষা আৰু আক্ৰমণ দুয়োটাৰে বাবে সাজু ইজৰাইল

June 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx