ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam Flood Situation I এতিয়াও জলমগ্ন ৰাজ্যৰ ৩,৬১৮ খন গাঁও

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 6, 2024
Reading Time: 1 min read
A A
0
Assam Floods : চলিত বানত মৃত্যুৰ সংখ্যা ৪৬ জনলৈ বৃদ্ধি, বুধবাৰে মৃত্যু ৮ জনৰ

RELATED POSTS

ধৰমতুলৰ ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুৰ্ঘটনা, নিহত এজন গৃহৰক্ষী জোৱান

Social media viral photo : উদাৰবন্দত অশ্লীল ফটো ভাইৰেলৰ অভিযোগ; বিষপান কৰি আত্মহত্যাৰ চেষ্টা কিশোৰীৰ, গ্ৰেপ্তাৰ অভিযুক্ত

Assam 30th October blast : অভিশপ্ত ৩০ অক্টোবৰ, ১৮ বছৰ পাছতো সজীৱ শোকৰ ছাঁ, আজিও কঁপি উঠে অসমীয়াৰ বুকু

New Logo Smal | ASSAM TIMES POST

অসমকে ধৰি চুবুৰীয়া ৰাজ্যসমূহত বিগত কেইবা দিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত অসমত ভয়াৱহ বান (Assam Flood) পৰিস্থিতিৰ সৃষ্টি হৈছে। যাৰ ফলত কেইবাখনো জিলাৰ লক্ষাধিক লোক ক্ষতিগ্ৰস্ত হৈছে।

Assam Flood Situation I
এতিয়াও জলমগ্ন ৰাজ্যৰ ৩,৬১৮ খন গাঁও:

আনহাতে, মথাউৰি ছিগা, পথত খহনীয়া আদি ঘটনাৰ লগতে বিস্তীৰ্ণ কৃষিপথাৰো বানৰ কবলত। তাৰ মাজতে নিৰাপদ আশ্ৰয়ৰ সন্ধানত বানাক্ৰান্তই মথাউৰি, ওখ স্থান বা আশ্রয় শিবিৰত আশ্ৰয় লৈছে।

আনহাতে, খহনীয়াত ভেটি-মাটি উছন যোৱাৰ লগতে কেইবাটাও প্ৰাণহানিৰ ঘটনা সংঘটিত হৈছে। ইফালে খাদ্য, খোৱাপানী, ঔষধ তথা প্রয়োজনীয় চিকিৎসাৰো অভাৱ ঘটিছে।

একেদৰে পোহনীয়া জীৱ-জন্তুও ক্ষতিগ্ৰস্ত হৈছে। আনহাতে আকৌ বানৰ প্রকোপত বনাঞ্চল এৰি জনাঞ্চললৈ ঢাপলি মেলিছে বন্যপ্ৰাণীয়ে৷
মাজতে এটা দিন কোনো কোনো অঞ্চলত বানৰ পানী শুকাইছিল যদিও বৃহস্পতিবাৰে নিশাৰে পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত পুনৰ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ ফেনে-ফোটোকাৰে বাঢ়ি আহিছে।

যাৰ ফলত বিগত ২৪ ঘণ্টাত উজনি-নামনি, বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ বহুকেইখন জিলাৰ ন ন অঞ্চল পুনৰ প্লাবিত হৈছে। কেন্দ্ৰীয় জল আয়োগৰ তথ্য মতে, নিমাতীঘাট, গোৱালপাৰা, গুৱাহাটী আৰু ধুবুৰীত ব্ৰক্ষ্মপুত্ৰ নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে। আনহাতে, বুঢ়িদিহীং, দিচাং, কপিলী, জীয়াভৰলী, দিখৌ, বৰাক, কুচিয়াৰা নদীও বিপদসীমাৰ ওপৰেৰে বৈ আছে।

অৱশ্যে চৰকাৰী তথ্য মতে, বিগত ২৪ ঘণ্টাত ৰাজ্যত বানত কোনো লোকৰ মৃত্যু হোৱা নাই।
ইফালে ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা বিভাগৰ শেহতীয়া তথ্যমতে, ৰাজ্যৰ মুঠ ৩,৬১৮ গাঁও পানীৰ তলত। বঙাইগাঁও, ধুবুৰী, কামৰূপ, মৰিগাঁও, নগাঁও, নলবাৰী, শোণিতপুৰ, দক্ষিণ শালমাৰা আদি জিলাৰ বহুকেইটা ৰাজহ চক্ৰৰ ভালেমান অঞ্চল বানৰ কবলত।

এই মুহূৰ্তত ৰাজ্যত বানত আক্ৰান্ত হৈছে প্রায় 24.22 লাখ। ধুবুৰী জিলাত সৰ্বাধিক ৭.৭ লাখ লোক বানত ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ উপৰি বৰপেটাত ১.৩৯ লাখ, কাছাৰত ১.৭৫ লাখ, দৰঙত ১.৮৬ লাখ, মৰিগাঁৱত ১.৪৬ লাখ লোক বানৰ কবলত পৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: 3এতিয়াও জলমগ্ন ৰাজ্যৰ৬১৮ খন গাঁও
Share4Tweet3Send

Related Posts

Dergaon Road accident : দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

ধৰমতুলৰ ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুৰ্ঘটনা, নিহত এজন গৃহৰক্ষী জোৱান

by News Desk
October 31, 2026
50
Social media viral photo : উদাৰবন্দত অশ্লীল ফটো ভাইৰেলৰ অভিযোগ; বিষপান কৰি আত্মহত্যাৰ চেষ্টা কিশোৰীৰ, গ্ৰেপ্তাৰ অভিযুক্ত
Assam

Social media viral photo : উদাৰবন্দত অশ্লীল ফটো ভাইৰেলৰ অভিযোগ; বিষপান কৰি আত্মহত্যাৰ চেষ্টা কিশোৰীৰ, গ্ৰেপ্তাৰ অভিযুক্ত

by News Desk
October 31, 2026
50
Assam 30th October blast : অভিশপ্ত ৩০ অক্টোবৰ, ১৮ বছৰ পাছতো সজীৱ শোকৰ ছাঁ, আজিও কঁপি উঠে অসমীয়াৰ বুকু
Assam

Assam 30th October blast : অভিশপ্ত ৩০ অক্টোবৰ, ১৮ বছৰ পাছতো সজীৱ শোকৰ ছাঁ, আজিও কঁপি উঠে অসমীয়াৰ বুকু

by News Desk
October 30, 2026
51
Silchar-Guwahati passenger : শিলচৰ-গুৱাহাটী পেচেঞ্জাৰ ৰে’লৰ ইঞ্জিন লাইনচ্যুত
Assam

Silchar-Guwahati passenger : শিলচৰ-গুৱাহাটী পেচেঞ্জাৰ ৰে’লৰ ইঞ্জিন লাইনচ্যুত

by News Desk
October 29, 2026
51
Human-elephant conflict : তামুলপুৰ ভূটান সীমান্তত ভয়ংকৰ ৰূপত হাতী-মানুহৰ সংঘাত
Assam

Human-elephant conflict : তামুলপুৰ ভূটান সীমান্তত ভয়ংকৰ ৰূপত হাতী-মানুহৰ সংঘাত

by News Desk
October 28, 2026
51
Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ
Assam

Child marriage : বাল্যবিবাহ বিৰোধী অভিযানত কাছাৰত গ্ৰেপ্তাৰ ২৭ জন

by News Desk
October 28, 2026
52
ADVERTISEMENT
Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী
National-International

Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী

October 31, 2026
50
Karbi Anglong Students protest : শিক্ষকৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অভিযোগ তুলি হাওৰাঘাটৰ একলব্য মডেল স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ
KARBI ANGLONG

Karbi Anglong Students protest : শিক্ষকৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অভিযোগ তুলি হাওৰাঘাটৰ একলব্য মডেল স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

October 31, 2026
50
Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ
National-International

Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ

October 31, 2026
50
Karbi Anglong Langkhon festival : মুখ্যমন্ত্ৰীৰ উপস্থিতিত তিৱা সংস্কৃতিৰ উখল-মাখলেৰে সামৰণি পৰিল ১৯ সংখ্যক লাংখন মহোৎসৱ
KARBI ANGLONG

Karbi Anglong Langkhon festival : মুখ্যমন্ত্ৰীৰ উপস্থিতিত তিৱা সংস্কৃতিৰ উখল-মাখলেৰে সামৰণি পৰিল ১৯ সংখ্যক লাংখন মহোৎসৱ

October 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী

Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী

October 31, 2026
Karbi Anglong Students protest : শিক্ষকৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অভিযোগ তুলি হাওৰাঘাটৰ একলব্য মডেল স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

Karbi Anglong Students protest : শিক্ষকৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অভিযোগ তুলি হাওৰাঘাটৰ একলব্য মডেল স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

October 31, 2026
Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ

Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ

October 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d