ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Minor Rape Case : উত্তৰ প্ৰদেশত ৬ বছৰীয়া দলিত শিশুক ধৰ্ষণ, ৰেহাই নাপালে ছাগলীও

নিউজ ডেস্কঃ

News Desk by News Desk
August 14, 2024
Reading Time: 1 min read
A A
0
Minor Rape Case : উত্তৰ প্ৰদেশত ৬ বছৰীয়া দলিত শিশুক ধৰ্ষণ, ৰেহাই নাপালে ছাগলীও

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

E20 Petrol I  ই-২০ পেট্ৰ’লে গাড়ীৰ ইঞ্জিনৰ কোনো ক্ষতি নকৰে, সংসদত গাডকাৰী

PM Modi I মোদীৰ একাউণ্টৰ পৰা ফেচবুক পোষ্ট ডিলিটৰ পিছতে মেটাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কেন্দ্ৰৰ

যোগীৰাজত পুনৰ ধৰ্ষণ (Rape)ৰ বলি হৈছে এগৰাকী শিশু। এইবাৰ ছয়বছৰীয়া দলিত শিশুক ধৰ্ষণৰ অপৰাধত গ্ৰেপ্তাৰ (Child arrested for rape) হ’ল এগৰাকী চৰকাৰী বিষয়া (Government Officials)। উত্তৰ প্ৰদেশৰ বুলন্দশ্বহৰ (Bulandshahr in Uttar Pradesh)ত সংঘটিত হৈছে এই ভয়াৱহ ঘটনা। ইতিমধ্যে ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত অব্যাহত আছে।

up | ASSAM TIMES POST
উত্তৰ প্ৰদেশত ৬ বছৰীয়া দলিত শিশুক ধৰ্ষণ

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, বিষয়াগৰাকীয়ে কৰ্মসূত্ৰে কেইবাবাৰো গাঁওখনলৈ গৈছিল বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। সোমবাৰে আহমেদগড় থানা এলেকাৰ ঘৰটোত শিশুটিৰ পৰিয়ালৰ কোনো লোক নাছিল। সন্ধিয়াৰ আন্ধাৰৰ সুযোগ লৈ ছবছৰীয়া শিশুটিক তেওঁ ধৰ্ষণ কৰে। ইয়াৰ পিছত কাষৰীয়া ভূমিত এটা ছাগলীকো যৌন নিৰ্যাতন চলায়। ভুক্তভোগী শিশুটিৰ এজন আত্মীয়ই তেওঁৰ ফোনত এই দৃশ্য ৰেকৰ্ডিং কৰে। ইয়াৰ পিছত ঘৰৰ সকলোকে খবৰ দিয়ে।

আনহাতে, পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চৰকাৰী বিষয়াজনক। জানিব পৰা মতে, তেওঁ বুলন্দশ্বহৰৰ চিকাৰপুৰ ব্লকৰ কৃষি উন্নয়ন বিষয়া আছিল। ৰাসুলপুৰ গাঁৱৰ বাসিন্দা। তেওঁক চৰকাৰী পদৰ পৰা বৰ্খাস্ত কৰা হৈছে। যোগী আদিত্যনাথে ভুক্তভোগী পৰিয়ালক ৮ লাখ ২৫ হাজাৰ টকাৰ আৰ্থিক ক্ষতিপূৰণৰ কথা ঘোষণা কৰিছে।

Tags: MinorRapeCaseশিশুকধৰ্ষণ
Share4Tweet3Send

Related Posts

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ
National-International

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

by Staff Reporter
July 30, 2026
50
Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই
National-International

E20 Petrol I  ই-২০ পেট্ৰ’লে গাড়ীৰ ইঞ্জিনৰ কোনো ক্ষতি নকৰে, সংসদত গাডকাৰী

by Staff Reporter
July 30, 2026
50
Modi on NEET row : মাজনিশা মনৰ কথা কোৱাতকৈ সংসদত বিবৃতি দিয়ক, মোদীক কটাক্ষ কংগ্ৰেছৰ
National-International

PM Modi I মোদীৰ একাউণ্টৰ পৰা ফেচবুক পোষ্ট ডিলিটৰ পিছতে মেটাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কেন্দ্ৰৰ

by Staff Reporter
July 30, 2026
50
Supreme Court Quashes 2015 Summons, Clears Manmohan Singh in Coal Case
National-International

Supreme Court Quashes 2015 Summons, Clears Manmohan Singh in Coal Case

by News Desk
July 29, 2026
50
Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel
National-International

Assam’s Tapan Deka Named to PM’s Landmark Exam Reform Panel

by News Desk
July 27, 2026
50
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

by News Desk
July 25, 2026
50
ADVERTISEMENT
One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

July 30, 2026
50
Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি
Dima Hasao

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

July 30, 2026
50
Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ
National-International

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

July 30, 2026
50
Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই
National-International

E20 Petrol I  ই-২০ পেট্ৰ’লে গাড়ীৰ ইঞ্জিনৰ কোনো ক্ষতি নকৰে, সংসদত গাডকাৰী

July 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

July 30, 2026
Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

July 30, 2026
Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

Naxalites movements I দেশ মাওবাদী মুক্ত হ’লেও এখন জিলা এতিয়াও উদ্বেগজনক, কেন্দ্ৰ

July 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx