ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

RG Kar case : আৰ জি কৰ আন্দোলনৰ প্ৰভাৱ, বংগত একেলগে ৪৩ চৰকাৰী চিকিৎসকৰ বদলি

নিউজ ডেস্কঃ

News Desk by News Desk
August 17, 2024
Reading Time: 1 min read
A A
0
RG Kar case : আৰ জি কৰ আন্দোলনৰ প্ৰভাৱ, বংগত একেলগে ৪৩ চৰকাৰী চিকিৎসকৰ বদলি

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ

‎অপাৰেচন সিন্দূৰৰ বৰ্ষপূৰ্তিত সেনাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

আৰ জি কৰ আন্দোলন (RG Kar Movement)ৰ পৰিপ্ৰেক্ষিতত পশ্চিমবংগ (West Bengal)ৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে (Department of Health and Family Welfare) ৪৩ গৰাকী চিকিৎসক (43 doctors)ক বদলিৰ নিৰ্দেশ (Transfer Order) জাৰি কৰিছে। শুকুৰবাৰে এই সন্দৰ্ভত আনুষ্ঠানিক অধিসূচনা প্ৰকাশ কৰা হয়। চৰকাৰী নিয়ম অনুসৰি, এই অধিসূচনাত ‘ৰাজ্যপালৰ ইচ্ছামতে দায়িত্ব’ৰ বাৰ্তা সন্নিবিষ্ট কৰা হৈছে।

আনহাতে, আৰ জি কৰ হাস্পতালত এগৰাকী চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবেই এয়া শাস্তিমূলক বদলি বুলি অভিযোগ উত্থাপন কৰে বিজেপিয়ে।

RG 1 1 | ASSAM TIMES POST
পশ্চিমবংগৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ৪৩ গৰাকী চিকিৎসকক বদলিৰ নিৰ্দেশ জাৰি

শনিবাৰে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই বংগত চিকিৎসকৰ বদলি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দলটোৰ সৰ্বভাৰতীয় মুখপাত্ৰ শ্বেহজাদ পুনেৱালাই কয়, “আজি যদি হিটলাৰ, ষ্টেলিন, ইন্দিৰা গান্ধী, কিম জং ইলৰ দৰে একনায়কত্ববাদী থাকিলহেঁতেন তেন্তে মমতা বেনাৰ্জীক প্ৰশংসা কৰিলেহেঁতেন। আৰ জি কৰ কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি চিকিৎসালয়ত মহিলাৰ সুৰক্ষাৰ দাবী উত্থাপন কৰা চিকিৎসকসকলক বদলি কৰা হ’ল।”

বিজেপিৰ মুখপাত্ৰগৰাকীয়ে ৪৩গৰাকী চিকিৎসকৰ বদলিক ‘শাস্তিমূলক ব্যৱস্থা’ বুলিও অভিহিত কৰে। আনহাতে, চিকিৎসক সংগঠন ‘ইউনাইটেড ডাক্তৰছ ফ্ৰন্ট এছ’চিয়েচন’এ এই বদলিৰ প্ৰতিবাদ সাব্যস্ত কৰে। এক্স পোষ্টৰ বিবৃতিত কোৱা হৈছে, “আমাৰ প্ৰতিবাদক সমৰ্থন কৰা সদস্যসকলক বংগৰ ৰাজ্যপালে অন্যায়ভাৱে বদলি কৰিলে। কিন্তু এই শাস্তিমূলক ব্যৱস্থাই আমাৰ ন্যায় আৰু নিৰাপত্তাৰ দাবী ৰোধ কৰিব নোৱাৰে। আমি আমাৰ যুঁজত ঐক্যবদ্ধ আৰু দৃঢ়প্ৰতিজ্ঞ।”

এছ’চিয়েচন অৱ হেল্থ চাৰ্ভিচ ডাক্তৰৰ সাধাৰণ সম্পাদক উৎপল বেনাৰ্জীয়ে কয়, “এতিয়া সকলো চিকিৎসকে এই ঘটনাৰ প্ৰতিবাদ কৰিছে। ইয়াৰে কিছুমান অধিক সক্ৰিয়। আমাৰ প্ৰমোচন স্থগিত ৰখা হৈছে। স্বাস্থ্য খণ্ডত এনে পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াত আমাক বদলি কৰাৰ আদেশ কিয়?”

Tags: doctorsTransferOrderRGKarCaseআৰজিকৰআন্দোলন
Share4Tweet3Send

Related Posts

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত
National-International

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

by Staff Reporter
May 7, 2026
50
‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ
National-International

‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ

by Staff Reporter
May 7, 2026
50
‎অপাৰেচন সিন্দূৰৰ বৰ্ষপূৰ্তিত সেনাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
National-International

‎অপাৰেচন সিন্দূৰৰ বৰ্ষপূৰ্তিত সেনাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

by Staff Reporter
May 7, 2026
50
Bengal election violence । বংগত বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক হত্যা
National-International

Bengal election violence । বংগত বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক হত্যা

by Staff Reporter
May 7, 2026
50
UP encounter : উত্তৰ প্ৰদেশত ধৰ্ষণত অভিযুক্তক এনকাউণ্টাৰ
National-International

UP encounter : উত্তৰ প্ৰদেশত ধৰ্ষণত অভিযুক্তক এনকাউণ্টাৰ

by News Desk
May 6, 2026
50
WB Assembly Election : অভিষেকৰ ঘৰৰ পৰা আঁতৰালে বৃহৎ স্কেনাৰ, প্ৰহৰীৰ পিছত চৰকাৰী নিৰাপত্তা সামগ্ৰীও প্ৰত্যাহাৰ
National-International

WB Assembly Election : অভিষেকৰ ঘৰৰ পৰা আঁতৰালে বৃহৎ স্কেনাৰ, প্ৰহৰীৰ পিছত চৰকাৰী নিৰাপত্তা সামগ্ৰীও প্ৰত্যাহাৰ

by News Desk
May 6, 2026
50
ADVERTISEMENT
‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত
National-International

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

May 7, 2026
50
‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ
National-International

‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ

May 7, 2026
50
‎অপাৰেচন সিন্দূৰৰ বৰ্ষপূৰ্তিত সেনাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
National-International

‎অপাৰেচন সিন্দূৰৰ বৰ্ষপূৰ্তিত সেনাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

May 7, 2026
50
Bengal election violence । বংগত বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক হত্যা
National-International

Bengal election violence । বংগত বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক হত্যা

May 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

May 7, 2026
‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ

‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ

May 7, 2026
‎অপাৰেচন সিন্দূৰৰ বৰ্ষপূৰ্তিত সেনাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

‎অপাৰেচন সিন্দূৰৰ বৰ্ষপূৰ্তিত সেনাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

May 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx