ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

RG Kar case I আৰ জি কৰ গোচৰত উচ্চতম ন্যায়ালয়ে বিচাৰিলে ষ্টেটাছ ৰিপ’ৰ্ট, চিকিৎসকৰ সুৰক্ষাৰ বাবে টাস্ক ফ’ৰ্চ গঠনৰ নিৰ্দেশ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
August 20, 2024
Reading Time: 1 min read
A A
0
RG Kar Violence I আৰ জি কৰ তাণ্ডৱৰ ঘটনাত ১৯ জনক গ্ৰেপ্তাৰ

Oplus_0

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ

‎অপাৰেচন সিন্দূৰৰ বৰ্ষপূৰ্তিত সেনাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

আৰ জি কৰ গোচৰত (RG Kar Case) আজি উচ্চতম ন্যায়ালয়ে প্ৰথমটো শুনানি গ্ৰহণ কৰে। শুনানি গ্ৰহণৰ অন্তত মুখ্য ন্যায়াধীশে মহিলাসকলক অধিক কৰ্মশক্তিত যোগদান কৰিবলৈ উৎসাহিত কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়ায়। তেওঁ কয়, “দেশে আৰু পুনৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ বাবে অপেক্ষা নকৰে।” লগতে তেওঁ চিকিৎসকৰ সুৰক্ষাৰ বাবে সাতজনীয়া ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্চ গঠনৰ নিৰ্দেশ দিয়ে। 

RG Kar case I
আৰ জি কৰ গোচৰত উচ্চতম ন্যায়ালয়ে বিচাৰিলে ষ্টেটাছ ৰিপ’ৰ্ট:

আনহাতে, স্বাধীনতা দিৱসৰ দিনা কেনেদৰে চিকিৎসালয় ভাঙি লণ্ডভণ্ড কৰিব পাৰিলে বুলিও উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কয়।
মুখ্য ন্যায়াধীশে কয়, “আমি বহুত চিন্তিত। ৰাজ্যই নিজৰ শক্তি প্ৰয়োগ কৰি প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰে। আমি ৯ আগষ্টৰ পৰাই আমাৰ মনত গোটেই কথাটো কল্পনা কৰি আহিছো। তাত কি হৈছে? স্বাধীনতা দিৱসৰ দিনা ৰাজ্যই কেনেকৈ চিকিৎসালয়খন ভাঙি লণ্ডভণ্ড কৰিবলৈ অনুমতি দিলে আমি বুজিব পৰা নাই।”

তেওঁৰ মন্তব্য, “চিকিৎসা বৃত্তিত হিংসা বন্ধ কৰিব লাগিব। এই সমাজখন পুৰুষ প্ৰধান বুলি বহুতৰে মনত শিপাই আছে। তাত মহিলাসকলক ক্ৰমান্বয়ে লক্ষ্য কৰি লোৱা হৈছে। এইটো দুখৰ কথা।” ইফালে ৰাজ্যৰ আইন-শৃংখলা সম্পৰ্কে ছলিচিটৰ জেনেৰেলে প্ৰশ্ন উত্থাপন কৰে।

আদালতত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয়, “চিকিৎসকগৰাকীক জন্তুৰ দৰে ব্যৱহাৰ কৰা হৈছিল। এই ঘটনাক লৈ মোৰ ৰাজনীতি কৰিব মন যোৱা নাই। কিন্তু মৃতকৰ পিতৃক ৩ ঘণ্টা ধৰি তাত ৰখাই থোৱা হৈছিল।” আৰ জি কৰত সংঘটিত আক্ৰমণ কাণ্ডক লৈও তেওঁ উদ্বেগ প্ৰকাশ কৰে। ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি ছলিচিটৰ জেনেৰেলে যুক্তি দিয়ে, “যেতিয়া ৫০০ মানুহ গোট খায়, আমি কওঁ যে বহু মানুহ আহিছে। কিন্তু তাত সাত হাজাৰ লোকে ভাঙি লণ্ডভণ্ড কৰে চিকিৎসালয়খন। এইটো আইন-শৃংখলাৰ উদাহৰণ নেকি?”

বৃহস্পতিবাৰৰ ভিতৰত চিবিআইক দিয়া হ’ব ষ্টেটাছ ৰিপ’ৰ্ট

আৰ জি কৰৰ অধীক্ষক পদৰ পৰা পদত্যাগ কৰি সন্দীপ ঘোষে কেনেকৈ আন এটা স্থানত যোগদান কৰিলে সেয়াও উচ্চতম ন্যায়ালয়ে প্ৰশ্ন উত্থাপন কৰে। এই সন্দৰ্ভত বৃহস্পতিবাৰৰ ভিতৰত চিবিআইৰ পৰা ষ্টেটাছ ৰিপৰ্ট বিচাৰিছে মুখ্য ন্যায়ালয়ে। মুখ্য ন্যায়াধীশগৰাকীয়ে ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্চ গঠন কৰা হ’ব বুলিও মন্তব্য কৰে। এই টাস্ক ফ’ৰ্চে চিকিৎসকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিব।

Tags: আৰ জি কৰ গোচৰত উচ্চতম ন্যায়ালয়েচিকিৎসকৰ সুৰক্ষাৰ বাবেটাস্ক ফ’ৰ্চ গঠনৰ নিৰ্দেশবিচাৰিলে ষ্টেটাছ ৰিপ'ৰ্ট
Share4Tweet3Send

Related Posts

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত
National-International

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

by Staff Reporter
May 7, 2026
50
‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ
National-International

‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ

by Staff Reporter
May 7, 2026
50
‎অপাৰেচন সিন্দূৰৰ বৰ্ষপূৰ্তিত সেনাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
National-International

‎অপাৰেচন সিন্দূৰৰ বৰ্ষপূৰ্তিত সেনাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

by Staff Reporter
May 7, 2026
50
Bengal election violence । বংগত বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক হত্যা
National-International

Bengal election violence । বংগত বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক হত্যা

by Staff Reporter
May 7, 2026
50
UP encounter : উত্তৰ প্ৰদেশত ধৰ্ষণত অভিযুক্তক এনকাউণ্টাৰ
National-International

UP encounter : উত্তৰ প্ৰদেশত ধৰ্ষণত অভিযুক্তক এনকাউণ্টাৰ

by News Desk
May 6, 2026
50
WB Assembly Election : অভিষেকৰ ঘৰৰ পৰা আঁতৰালে বৃহৎ স্কেনাৰ, প্ৰহৰীৰ পিছত চৰকাৰী নিৰাপত্তা সামগ্ৰীও প্ৰত্যাহাৰ
National-International

WB Assembly Election : অভিষেকৰ ঘৰৰ পৰা আঁতৰালে বৃহৎ স্কেনাৰ, প্ৰহৰীৰ পিছত চৰকাৰী নিৰাপত্তা সামগ্ৰীও প্ৰত্যাহাৰ

by News Desk
May 6, 2026
50
ADVERTISEMENT
‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত
National-International

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

May 7, 2026
50
‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ
National-International

‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ

May 7, 2026
50
‎অপাৰেচন সিন্দূৰৰ বৰ্ষপূৰ্তিত সেনাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
National-International

‎অপাৰেচন সিন্দূৰৰ বৰ্ষপূৰ্তিত সেনাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

May 7, 2026
50
Bengal election violence । বংগত বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক হত্যা
National-International

Bengal election violence । বংগত বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক হত্যা

May 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

May 7, 2026
‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ

‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ

May 7, 2026
‎অপাৰেচন সিন্দূৰৰ বৰ্ষপূৰ্তিত সেনাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

‎অপাৰেচন সিন্দূৰৰ বৰ্ষপূৰ্তিত সেনাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

May 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx