ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Dhing Minor Girl Rape Case I এইবাৰ ধিঙত জঘন্য কাণ্ড, টিউচনৰ পৰা উভতি আহোঁতে কামনাৰ বলি নাবালিকা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
August 23, 2024
Reading Time: 1 min read
A A
0
Outrage in Dibrugarh After Woman Allegedly Molested in Milan Nagar :

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

বিতৰ্কত ফিফা বিশ্বকাপ ২০২৬ I ৰেফাৰীয়ে আৰ্জেণ্টিনাক জয় প্ৰদান কৰিব

মেছিক ৰক্ষা কৰিবলৈ কাম কৰিছে ফিফাই, আমাৰ সৈতে অন্যায় কৰিছে : ইজিপ্তৰ প্ৰশিক্ষকৰ বিস্ফোৰণ 

Modi’s Indonasia visit : ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী : ইণ্ডোনেছিয়াৰ সংসদত ভাষণ নৰেন্দ্ৰ মোদীৰ

দেশত যেন এটাৰ পিছত আন এটাকৈ সংঘটিত হ’ব ধৰিছে নাৰী নিৰ্যাতন আৰু ধৰ্ষণৰ ঘটনা । এইবাৰ নগাঁৱৰ ধিঙত সংঘটিত হৈছে এক জঘন্য কাণ্ড (Dhing Rape Case)। তিনি দুৰ্বৃত্তই এগৰাকী নাবালিকাক ধৰ্ষণ কৰি পথৰ কাষতে পেলাই থৈ যোৱৰ শিহৰণকাৰী অভিযোগ উত্থাপন হৈছে। আনহাতে, এই ঘটনাৰ প্ৰতিবাদ ইতিমধ্যে আৰম্ভ হৈছে। ইয়াৰ প্ৰতিবাদত আছুই অনিৰ্দিষ্টকালৰ বাবে ধিং বন্ধ ঘোষণা কৰিছে।

Dhing Minor Girl Rape Case I
এইবাৰ ধিঙত জঘন্য কাণ্ড, টিউচনৰ পৰা উভতি আহোঁতে কামনাৰ বলি নাবালিকা:

এই জঘন্য কাণ্ড ধিঙৰ ভকত গাঁৱত সংঘটিত হয়। অভিযোগ অনুসৰি, নাবালিকাগৰাকী টিউচনৰ পৰা ঘৰলৈ উভতি আহি থকাৰ সময়তে তিনি দুৰ্বৃত্তই এই জঘন্য কাণ্ড সংঘটিত কৰে। একাংশই দাবী কৰা মতে, নাবালিকাগৰাকীক ধৰ্ষণ কৰি অতি শোচনীয় অৱস্থাত শ্মশানৰ কাষত পেলাই থৈ যায়।

ইফালেসেই পথটোৰে অহা কোনো লোকে উলংগ অৱস্থাত নাবালিকাগৰাকীক পৰি থকা দেখি আৰক্ষীক খবৰ দিয়াত আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে তেওঁক উদ্ধাৰ কৰি ধিং স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে যদিও উন্নত চিকিৎসাৰ বাবে তাৰ পৰা ভুক্তভোগীক নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

নগাঁও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে নিশাৰে পৰা অভিযুক্তৰ সন্ধানত অভিযান আৰম্ভ কৰিছে যদিও এতিয়ালৈকে ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।
আনহাতে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাক তীব্ৰ গৰিহণা দিছে। কোনো কাৰণতে দোষীক ৰেহাই দিয়া নহ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে আৰক্ষীক দোষীক শীঘ্ৰে বিচাৰি উলিয়াবলৈ কঠোৰ নিৰ্দেশ দিছে।

সামাজিক মাধ্যমত দিয়া এক পোষ্টত মুখ্যমন্ত্ৰীয়ে লিখিছে, “ধিঙৰ কিশোৰীৰে সংঘটিত ভয়ানক ঘটনাটো মানৱতাক ভূলুণ্ঠিত কৰা অপৰাধ আৰু এই ঘটনাই আমাৰ বিবেক তথা প্ৰতিজন সভ্য মানুহক আঘাত কৰিছে। আমি যেতিয়ালৈকে অপৰাধীক মহামান্য আইনৰ আওতাৰ ওচৰলৈ লৈ যাব নোৱাৰোঁ তেতিয়ালৈকে আমি জিৰণি নলওঁ। মই অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানক এই বিষয়টো সম্পূৰ্ণ তদাৰক কৰিবলৈ নিৰ্দেশনা দিছোঁ আৰু এনে নাৰকীয় কাণ্ডৰ সৈতে জড়িত দানৱৰ বিৰুদ্ধে দ্ৰুত তথা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছোঁ৷” ইতিমধ্যে ঘটনাৰ অনুসন্ধানৰ বাবে অসম আৰক্ষীৰ ডিজিপি জি পি সিং ধিঙত উপস্থিত হৈছে।

Tags: এইবাৰ ধিঙত জঘন্য কাণ্ডকামনাৰ বলি নাবালিকাটিউচনৰ পৰা উভতি আহোঁতে
Share4Tweet3Send

Related Posts

বিতৰ্কত ফিফা বিশ্বকাপ ২০২৬ I ৰেফাৰীয়ে আৰ্জেণ্টিনাক জয় প্ৰদান কৰিব
National-International

বিতৰ্কত ফিফা বিশ্বকাপ ২০২৬ I ৰেফাৰীয়ে আৰ্জেণ্টিনাক জয় প্ৰদান কৰিব

by Staff Reporter
July 8, 2026
50
মেছিক ৰক্ষা কৰিবলৈ কাম কৰিছে ফিফাই, আমাৰ সৈতে অন্যায় কৰিছে : ইজিপ্তৰ প্ৰশিক্ষকৰ বিস্ফোৰণ 
National-International

মেছিক ৰক্ষা কৰিবলৈ কাম কৰিছে ফিফাই, আমাৰ সৈতে অন্যায় কৰিছে : ইজিপ্তৰ প্ৰশিক্ষকৰ বিস্ফোৰণ 

by Staff Reporter
July 8, 2026
50
Modi’s Indonasia visit : ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী : ইণ্ডোনেছিয়াৰ সংসদত ভাষণ নৰেন্দ্ৰ মোদীৰ
National-International

Modi’s Indonasia visit : ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী : ইণ্ডোনেছিয়াৰ সংসদত ভাষণ নৰেন্দ্ৰ মোদীৰ

by News Desk
July 7, 2026
50
Wayanad landslide : ধাৰাসাৰ বৰষুণত ৱায়নাড়ত পুনৰ ভূমিস্খলন, বহু লোক‌ আবদ্ধ হৈ থকাৰ আশংকা
National-International

Wayanad landslide : ধাৰাসাৰ বৰষুণত ৱায়নাড়ত পুনৰ ভূমিস্খলন, বহু লোক‌ আবদ্ধ হৈ থকাৰ আশংকা

by News Desk
July 7, 2026
50
Police officer corruption : আৰক্ষী বিষয়াৰ সম্পত্তিৰ পাহাৰ; ৩০০ কোটিৰ সম্পত্তি, দুখন ৰাজ্যত কেইবাটাও বাংলো, ফ্লেট আৰু ৰিজ’ৰ্ট
National-International

Police officer corruption : আৰক্ষী বিষয়াৰ সম্পত্তিৰ পাহাৰ; ৩০০ কোটিৰ সম্পত্তি, দুখন ৰাজ্যত কেইবাটাও বাংলো, ফ্লেট আৰু ৰিজ’ৰ্ট

by News Desk
July 7, 2026
50
Microsoft : মাইক্ৰ’ছফ্টত পুনৰ ৪,৮০০ কৰ্মীক অব্যাহতি
National-International

Microsoft : মাইক্ৰ’ছফ্টত পুনৰ ৪,৮০০ কৰ্মীক অব্যাহতি

by News Desk
July 7, 2026
50
ADVERTISEMENT
বিতৰ্কত ফিফা বিশ্বকাপ ২০২৬ I ৰেফাৰীয়ে আৰ্জেণ্টিনাক জয় প্ৰদান কৰিব
National-International

বিতৰ্কত ফিফা বিশ্বকাপ ২০২৬ I ৰেফাৰীয়ে আৰ্জেণ্টিনাক জয় প্ৰদান কৰিব

July 8, 2026
50
মেছিক ৰক্ষা কৰিবলৈ কাম কৰিছে ফিফাই, আমাৰ সৈতে অন্যায় কৰিছে : ইজিপ্তৰ প্ৰশিক্ষকৰ বিস্ফোৰণ 
National-International

মেছিক ৰক্ষা কৰিবলৈ কাম কৰিছে ফিফাই, আমাৰ সৈতে অন্যায় কৰিছে : ইজিপ্তৰ প্ৰশিক্ষকৰ বিস্ফোৰণ 

July 8, 2026
50
Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

July 7, 2026
50
Modi’s Indonasia visit : ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী : ইণ্ডোনেছিয়াৰ সংসদত ভাষণ নৰেন্দ্ৰ মোদীৰ
National-International

Modi’s Indonasia visit : ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী : ইণ্ডোনেছিয়াৰ সংসদত ভাষণ নৰেন্দ্ৰ মোদীৰ

July 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

বিতৰ্কত ফিফা বিশ্বকাপ ২০২৬ I ৰেফাৰীয়ে আৰ্জেণ্টিনাক জয় প্ৰদান কৰিব

বিতৰ্কত ফিফা বিশ্বকাপ ২০২৬ I ৰেফাৰীয়ে আৰ্জেণ্টিনাক জয় প্ৰদান কৰিব

July 8, 2026
মেছিক ৰক্ষা কৰিবলৈ কাম কৰিছে ফিফাই, আমাৰ সৈতে অন্যায় কৰিছে : ইজিপ্তৰ প্ৰশিক্ষকৰ বিস্ফোৰণ 

মেছিক ৰক্ষা কৰিবলৈ কাম কৰিছে ফিফাই, আমাৰ সৈতে অন্যায় কৰিছে : ইজিপ্তৰ প্ৰশিক্ষকৰ বিস্ফোৰণ 

July 8, 2026
Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

July 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx