ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam Cabinet Lakhimpur । অসম চুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত, লখিমপুৰ কেবিনেটত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
September 5, 2024
Reading Time: 1 min read
A A
0
Assam Cabinet Lakhimpur । অসম চুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত, লখিমপুৰ কেবিনেটত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা

বুধবাৰে প্ৰথমবাৰৰ লখিমপুৰত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠক (Assam Cabinet)। এই বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰীয়ে সংবাদমেলযোগে এই সিদ্ধান্তবোৰ ঘোষণা কৰে। কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল এবাৰ চাওঁ আহক :

Assam Cabinet Lakhimpur ।
লখিমপুৰ কেবিনেটত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল:

– দুৰ্ঘটনাত নিহত বা আংশিক বা সম্পূর্ণভাৱে ক্ষতিগ্ৰস্ত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে বিশেষ সুবিধা ঘোষণা। দুৰ্ঘটনাত মৃত্যু হ’লে লাভ কৰিব ১ কোটি টকা। সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হ’লেও পাব ১ কোটি। আংশিক ক্ষতিত ৮০ লাখ ক্ষতিপূৰণ। পূৰ্বৰ দৰে চৰকাৰী কৰ্তব্য সম্পাদন কৰাৰ সময়ত এনে ঘটনা ঘটিলে লাভ কৰা সা-সুবিধাৰ উপৰি এয়া অতিৰিক্তভাৱে পাব৷

– অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে গঠন কৰা ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ ৬৭ টা পৰামৰ্শৰ ভিতৰত ৫৭ টাত অনুমোদন। বাকী ১০ টা কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ পিচত পৰৱৰ্তী সময়ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ২০২৫ চনৰ এপ্ৰিল মাহৰ ভিতৰত ৰূপায়ণ কৰা হ’ব এই পৰামৰ্শবোৰ।

অসম চুক্তিৰ ৬ নং দফাত কোৱা হৈছে যে উপযুক্ত সাংবিধানিক, আইনী আৰু প্ৰশাসনিক সুৰক্ষাৰ জৰিয়তে অসমবাসীৰ সাংস্কৃতিক, সামাজিক, ভাষিক পৰিচয় আৰু ঐতিহ্য সুৰক্ষিত, সংৰক্ষণ আৰু প্ৰচাৰ কৰিব লাগে ।
অৱশ্যে ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত অঞ্চল আৰু বৰাক উপত্যকাৰ বাহিৰে এই পৰামৰ্শসমূহ সমগ্ৰ ৰাজ্যতে প্ৰযোজ্য হ’ব । এই নিৰ্দিষ্ট অঞ্চলবোৰত তাৰ কৰ্তৃপক্ষ আৰু জনসাধাৰণৰ সন্মতিৰ পিচতহে পৰামৰ্শবোৰ কাৰ্যকৰী কৰা হ’ব ।

– এছ বি আইকে ধৰি বিভিন্ন বেংকৰ লগত ৰাজ্য চৰকাৰে এক চুক্তি স্বাক্ষৰ কৰিব। চুক্তি অনুযায়ী দৰমহা লোৱা বেংকটোৱে কৰ্মচাৰীজনৰ পৰিয়াললৈ বীমা আঁচনিত আগবঢ়াব।

– ২ অক্টোবৰত ৩৯ খন সমজিলা ঘোষণা কৰিবলৈ কেবিনেটত অনুমোদন। এই সমজিলাসমূহত মাটি-বাৰী, বিধায়কৰ পুঁজি আদিৰ দৰে কাম-কাজসমূহ সম্পন্ন হ’ব।

– নতুনকৈ ২০ লাখ লোকক ৰেচন কাৰ্ড প্ৰদানত কেবিনেটৰ অনুমোদন। ১৫ ছেপ্টেম্বৰৰ পূৰ্বে ইয়াৰ কাম আৰম্ভ হ’ব৷

– ২০ নৱেম্বৰৰ দিনটোক ৰাঘৱ মৰাণ দিৱস হিচাপে পালনৰ ঘোষণা। এই দিনটোত সীমিত বন্ধৰ দিন ঘোষণা।

– অসম চাহ নিগমৰ চৰকাৰৰ অধীনস্থ বাগিচাসমূহত প্ৰদান কৰা হ’ব ২০ শতাংশ পূজাৰ বোনাচ।

– লখিমপুৰৰ ৰঙানদী সমষ্টিৰ ডিজু কিমিন পথৰ ৩৪ কিলোমিটাৰ উন্নয়নত ২৭ কোটিৰ অনুমোদন। ডিক্ৰং বাহনাবাৰী মথাউৰি তথা পথ উন্নয়নৰ বাবে ২৫ কোটি অনুমোদন। নাওবৈচা সমষ্টিৰ খাৰকাটি চোমনি বিহপুৰীয়া সংযোগী ৩০ কিলোমিটাৰ পথৰ বাবে ৪৪ কোটি অনুমোদন।

বগীনদীত ১৫ কোটিটকীয়া অতিথিশালা নিৰ্মাণত অনুমোদন। ঢকুৱাখনা সমষ্টিৰ ৩০ খন বিছনাযুক্ত চিকিৎসালয়ক ২০০ খনলৈ উন্নীতকৰণ, ফাট বিহুৰ প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে ২০ কোটিৰ অনুমোদন, মাধৱদেৱৰ জন্মস্থান উন্নয়নৰ বাবে ৩০ কোটি, অনিৰুদ্ধদেৱৰ জন্মস্থান উন্নয়নৰ বাবে ১৫ কোটি অনুমোদন কেবিনেটৰ।
–

Tags: অসম চুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্তলখিমপুৰ কেবিনেটত কি কিসিদ্ধান্ত গ্ৰহণ কৰা হ'ল
Share4Tweet3Send

Related Posts

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

by News Desk
April 23, 2026
50
Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ
Assam

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

by News Desk
April 22, 2026
50
Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা
Assam

Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা

by News Desk
April 20, 2026
50
Abhi Neel murder case I অৱশেষত ৮ বছৰৰ অপেক্ষাৰ অন্ত, অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও আদালতৰ
Assam

Abhi Neel murder case I অৱশেষত ৮ বছৰৰ অপেক্ষাৰ অন্ত, অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও আদালতৰ

by Staff Reporter
April 20, 2026
50
Runikhata Forest Office : চিৰাঙৰ ৰুণীখাতাত উত্তেজনা, বন বিভাগৰ কাৰ্যালয়ত আক্ৰমণ প্ৰতিবাদকাৰীৰ
Assam

Runikhata Forest Office : চিৰাঙৰ ৰুণীখাতাত উত্তেজনা, বন বিভাগৰ কাৰ্যালয়ত আক্ৰমণ প্ৰতিবাদকাৰীৰ

by News Desk
April 17, 2026
50
Assam assembly election 2026 I গৈছিল নিৰ্বাচনী দায়িত্ব পালন কৰিবলৈ, কিন্তু ঘৰলৈ ঘূৰি নাহিল তেওঁ
Assam

Assam assembly election 2026 I গৈছিল নিৰ্বাচনী দায়িত্ব পালন কৰিবলৈ, কিন্তু ঘৰলৈ ঘূৰি নাহিল তেওঁ

by Staff Reporter
April 16, 2026
50
ADVERTISEMENT
‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?
National-International

‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

April 25, 2026
50
Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব
National-International

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

April 24, 2026
50
US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব
National-International

US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

April 24, 2026
50
Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎
NORTHEAST

Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

April 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

April 25, 2026
Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

April 24, 2026
US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

April 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx