ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Road accidents : বোকাখাতৰ বিহৰাত টেংকাৰ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ

অজন্তা তালুকদাৰঃ বোকাখাত :

News Desk by News Desk
September 23, 2024
Reading Time: 1 min read
A A
0
Road accidents : বোকাখাতৰ বিহৰাত টেংকাৰ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ

RELATED POSTS

Human-elephant conflict : তামুলপুৰ ভূটান সীমান্তত ভয়ংকৰ ৰূপত হাতী-মানুহৰ সংঘাত

Child marriage : বাল্যবিবাহ বিৰোধী অভিযানত কাছাৰত গ্ৰেপ্তাৰ ২৭ জন

Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ

New Logo Smal 2 | ASSAM TIMES POST

বোকাখাতৰ বিহৰা (Bihra of Bokakhat) ১২ নং লাইনৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ২২ ছেপ্তেম্বৰৰ নিশা সংঘটিত হয় এক পথ দুৰ্ঘটনা (Road accidents)। ক্ৰমে এ এচ ১৭ চি ৮২৮৭ পঞ্জীয়ন নম্বৰৰ মালবাহী ট্ৰাক আৰু এন এল ০১ এ এফ ১৭৩৫ পঞ্জীয়ন নম্বৰৰ টেংকাৰৰ মাজত মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাত টেংকাৰৰ চালকজন বহু সময় গাড়ীত চেপা খাই আবদ্ধ হৈ থাকে। স্থানীয় ৰাইজৰ সহযোগত চালকজনক উদ্ধাৰ কৰা হয়। দুয়োগৰাকী চালকক বোকাখাত শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে লৈ যোৱা হয়। দূৰ্ঘটনাটোত টেংকাৰ চালক গৰাকীৰ ভৰি এখন চেঁপা খাই আঘাতপ্ৰাপ্ত হয় আৰু বোকাখাত শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়।

Boka acci | ASSAM TIMES POST
বোকাখাতৰ বিহৰাত টেংকাৰ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ

আনহাতে মালবাহী ট্ৰাকৰ চালকগৰাকী সাধাৰণ আঘাতপ্ৰাপ্ত আৰু বিপদমুক্ত বুলি জানিব পৰা গৈছে। দুয়োগৰাকী চালক বিহাৰী সম্প্ৰদায়ৰ বুলি জানিব পৰা গৈছে। লগতে জানিব পৰা মতে টেংকাৰ চালক গৰাকীৰ ঘৰ বিহাৰত আৰু আন গৰাকীৰ ঘৰ অসমৰ ধুবুৰীত।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Roadaccidentsপথদুৰ্ঘটনা
Share5Tweet3Send

Related Posts

Human-elephant conflict : তামুলপুৰ ভূটান সীমান্তত ভয়ংকৰ ৰূপত হাতী-মানুহৰ সংঘাত
Assam

Human-elephant conflict : তামুলপুৰ ভূটান সীমান্তত ভয়ংকৰ ৰূপত হাতী-মানুহৰ সংঘাত

by News Desk
October 28, 2026
51
Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ
Assam

Child marriage : বাল্যবিবাহ বিৰোধী অভিযানত কাছাৰত গ্ৰেপ্তাৰ ২৭ জন

by News Desk
October 28, 2026
51
Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ
Assam

Child marriage : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ কঠোৰ অসম আৰক্ষী, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ২ শতাধিকক গ্ৰেপ্তাৰ

by News Desk
October 27, 2026
51
Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ
Assam

Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ

by News Desk
October 26, 2026
51
Tezpur : তেজপুৰ গোটলুং নামপাৰাত ডিঙি চেপি হত্যা, এজনক আটক
Assam

Tezpur : তেজপুৰ গোটলুং নামপাৰাত ডিঙি চেপি হত্যা, এজনক আটক

by News Desk
October 26, 2026
51
Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি
Assam

Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি

by News Desk
October 24, 2026
52
ADVERTISEMENT
Aircel CEO : এসময়ৰ কোটিপতি, সকলো মহাদেশতে ঘৰ থকা, দুটাকৈ দ্বীপ ক্ৰয় কৰা এয়াৰচেলৰ মালিক এতিয়া পথৰ ভিক্ষাৰী
National-International

Aircel CEO : এসময়ৰ কোটিপতি, সকলো মহাদেশতে ঘৰ থকা, দুটাকৈ দ্বীপ ক্ৰয় কৰা এয়াৰচেলৰ মালিক এতিয়া পথৰ ভিক্ষাৰী

October 29, 2026
50
PM Modi : বেলটত হোৱা নিৰ্বাচনত কিমান আসন পালে? ৪ ৰাজ্যৰ বিধান পৰিষদৰ নিৰ্বাচনৰ ফলাফলক লৈ কংগ্ৰেছক আক্ৰমণ মোদীৰ
National-International

PM Modi : বেলটত হোৱা নিৰ্বাচনত কিমান আসন পালে? ৪ ৰাজ্যৰ বিধান পৰিষদৰ নিৰ্বাচনৰ ফলাফলক লৈ কংগ্ৰেছক আক্ৰমণ মোদীৰ

October 29, 2026
50
Israel elections : ইজৰাইলত চৰকাৰ গঠনৰ চাবিকাঠি আৰব দলৰ হাতত নেকি, নিৰ্বাচনী যুঁজ অব্যাহত
National-International

Israel elections : ইজৰাইলত চৰকাৰ গঠনৰ চাবিকাঠি আৰব দলৰ হাতত নেকি, নিৰ্বাচনী যুঁজ অব্যাহত

October 29, 2026
50
Medicine price : উচ্চতম ন্যায়ালয়ৰ তিৰস্কাৰ, ৮০ হাজাৰৰ ঔষধ এতিয়া ৭ হাজাৰ টকাত উপলব্ধ
National-International

Tata group : টাটা গ্ৰুপ ধ্বংস হৈ আছে, কোনো এজন উদ্যোগপতিৰ এটা শব্দও ক’বলৈ সাহস কৰা নাই : মোদী-শ্বাহক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ

October 28, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Aircel CEO : এসময়ৰ কোটিপতি, সকলো মহাদেশতে ঘৰ থকা, দুটাকৈ দ্বীপ ক্ৰয় কৰা এয়াৰচেলৰ মালিক এতিয়া পথৰ ভিক্ষাৰী

Aircel CEO : এসময়ৰ কোটিপতি, সকলো মহাদেশতে ঘৰ থকা, দুটাকৈ দ্বীপ ক্ৰয় কৰা এয়াৰচেলৰ মালিক এতিয়া পথৰ ভিক্ষাৰী

October 29, 2026
PM Modi : বেলটত হোৱা নিৰ্বাচনত কিমান আসন পালে? ৪ ৰাজ্যৰ বিধান পৰিষদৰ নিৰ্বাচনৰ ফলাফলক লৈ কংগ্ৰেছক আক্ৰমণ মোদীৰ

PM Modi : বেলটত হোৱা নিৰ্বাচনত কিমান আসন পালে? ৪ ৰাজ্যৰ বিধান পৰিষদৰ নিৰ্বাচনৰ ফলাফলক লৈ কংগ্ৰেছক আক্ৰমণ মোদীৰ

October 29, 2026
Israel elections : ইজৰাইলত চৰকাৰ গঠনৰ চাবিকাঠি আৰব দলৰ হাতত নেকি, নিৰ্বাচনী যুঁজ অব্যাহত

Israel elections : ইজৰাইলত চৰকাৰ গঠনৰ চাবিকাঠি আৰব দলৰ হাতত নেকি, নিৰ্বাচনী যুঁজ অব্যাহত

October 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d