ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Haryana Elections 2024 I আজি হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
October 5, 2024
Reading Time: 1 min read
A A
0
বিহাৰ বিধানসভাৰ লগতে দেশৰ ৬৫ সমষ্টিত নিৰ্বাচন

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ (Haryana Election) ভোটগ্ৰহণ শনিবাৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে। এই প্ৰক্ৰিয়া সন্ধিয়া ৬ বজালৈকে চলিব। ৯০ খন আসনৰ হাৰিয়ানা বিধানসভা নিৰ্বাচন এটা পৰ্যায়তে অনুষ্ঠিত হৈছে। অহা ৮ অক্টোবৰ, মঙলবাৰে ফলাফল প্ৰকাশ পাব।

Haryana Elections 2024 I
আজি হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ:

নিৰ্বাচনৰ বাবে পুৱাৰে পৰা সকলো ভোটকেন্দ্ৰতে কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰক্ষীৰ লগতে অৰ্ধসামৰিক বাহিনীকো নিৰাপত্তাৰ দায়িত্ব দিয়া হৈছে। ৩০ হাজাৰৰো অধিক আৰক্ষী জোৱান আৰু কেন্দ্ৰীয় বাহিনীৰ ২২৫টা কোম্পানীক ভোটগ্ৰহণৰ বাবে নিয়োগ কৰা হৈছে।

আনহাতে, প্ৰতিটো বুথত ৱেবকাষ্টিঙৰো ব্যৱস্থা আছে। এই নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা দুই কোটিতকৈও অধিক। ইয়াৰে ভিতৰত মহিলা ভোটাৰৰ সংখ্যা প্ৰায় ৯৬ লাখ। নিৰ্বাচনত অৱতীৰ্ণ হৈছে ১০৩১ গৰাকী প্ৰাৰ্থী। মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ২০,৬২৯টা।

উল্লেখ্য যে বিগত ১০ বছৰে হাৰিয়ানাত বিজেপি ক্ষমতাত আছে। গেৰুৱা শিবিৰৰ লক্ষ্য এইবাৰ হেট্ৰিক অৰ্জন কৰা। কিন্তু কংগ্ৰেছে এইবাৰ কঠোৰ যুঁজ দিছে।

আনহাতে, হাৰিয়ানাৰ জাট প্ৰধান অঞ্চলত প্ৰাক্তন মুখ্যমন্ত্ৰী ওমপ্ৰকাশ চৌতালাৰ আই এন এলডি (ভাৰতীয় জাতীয় লোকদল) আৰু তেওঁৰ নাতি তথা প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী দুষ্মন্ত চৌতালাৰ দল জে জে পি (জননায়ক জনতা পাৰ্টি)ৰ প্ৰতিদ্বন্দ্বিতা অব্যাহত আছে।

এই নিৰ্বাচনত উল্লেখযোগ্য প্ৰাৰ্থীৰ ভিতৰত মুখ্যমন্ত্ৰী নয়ব সিং চাইনী (বিজেপি, লাডৱা), প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী দলৰ নেতা ভূপেন্দ্ৰ সিং হুদা (কংগ্ৰেছ, গড়ী চাম্পলা-কিলোই), প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী দুষ্মন্ত চৌতালা (জেজেপি, উচানা কলন) ইত্যাদি অৱতীৰ্ণ হৈছে। আনহাতে, জুলানা সমষ্টিত কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছে অলিম্পিয়ান বিনেশ ফ’গাটে।

Tags: আজি হাৰিয়ানা বিধানসভানিৰ্বাচনৰ ভোটগ্ৰহণ
Share4Tweet3Send

Related Posts

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

by News Desk
July 2, 2026
50
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ
National-International

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

by News Desk
July 2, 2026
50
Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ
National-International

Punjab election : হাত শিবিৰৰ ঐক্য : পঞ্জাৱ দখলৰ প্ৰস্তুতি কংগ্ৰেছৰ

by News Desk
July 2, 2026
50
china spray water : চীনত অট্টালিকাৰ পৰা বৰষুণ দিয়াই বৰ্ধিত গৰমক পৰাভূত
National-International

china spray water : চীনত অট্টালিকাৰ পৰা বৰষুণ দিয়াই বৰ্ধিত গৰমক পৰাভূত

by News Desk
July 2, 2026
50
Modi-Takaichi : মোডী-টাকাইচি আলোচনা : ভাৰত আৰু জাপানৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা, ধাতু আৰু শক্তিৰ ওপৰত চুক্তি স্বাক্ষৰ
National-International

Modi-Takaichi : মোডী-টাকাইচি আলোচনা : ভাৰত আৰু জাপানৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা, ধাতু আৰু শক্তিৰ ওপৰত চুক্তি স্বাক্ষৰ

by News Desk
July 2, 2026
50
Spain Heatwave I ভয়ংকৰ গ্ৰীষ্মপ্ৰবাহত স্পেইন, এমাহতে মৃত্যুৰ সংখ্যা হাজাৰ অতিক্ৰম
National-International

Spain Heatwave I ভয়ংকৰ গ্ৰীষ্মপ্ৰবাহত স্পেইন, এমাহতে মৃত্যুৰ সংখ্যা হাজাৰ অতিক্ৰম

by Staff Reporter
July 2, 2026
50
ADVERTISEMENT
Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ
DIPHU

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

July 2, 2026
50
AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

July 2, 2026
50
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ
National-International

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026
50
Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade
NORTHEAST

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

July 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

Review meeting : ডিফুত জনসংযোগ বিভাগৰ কাৰ্যকলাপ পৰ্যালোচনা ই.এম. মধুৰাম লেখথেৰ

July 2, 2026
AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

AI in Judicial system : ন্যায়পালিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়

July 2, 2026
Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

Meghalaya Honeymoon murder : মেঘালয় মধুচন্দ্ৰিকা হত্যাকাণ্ড: অভিযুক্ত সোণমৰ জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT