ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Supreme Court of India : মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত স্থগিত বৈবাহিক ধৰ্ষণৰ গোচৰ, আন বিচাৰপীঠত শুনানি

নিউজ ডেস্কঃ

News Desk by News Desk
October 23, 2024
Reading Time: 1 min read
A A
0
Supreme Court of India : মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত স্থগিত বৈবাহিক ধৰ্ষণৰ গোচৰ, আন বিচাৰপীঠত শুনানি

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক

Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

বৈবাহিক ধৰ্ষণক অপৰাধ (Marital rape crime) বুলি গণ্য কৰাৰ বাবে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ উচ্চতম ন্যায়ালয় (Supreme Court of DY Chandrachud)ৰ বিচাৰপীঠৰ সন্মুখত কেইবাটাও গোচৰ বিচাৰাধীন হৈ আছিল। বুধবাৰে মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে এই গোচৰৰ শুনানি নলয় (Does not hear the case) বুলি অৱগত কৰে। বৈবাহিক ধৰ্ষণ গোচৰৰ শুনানি চাৰি সপ্তাহৰ বাবে স্থগিত ৰখা হ’ব বুলি উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰিছে। পিছত গোচৰসমূহৰ শুনানি আন কোনোবা বিচাৰপীঠত হ’ব।

উল্লেখ্য, অহা ১০ নৱেম্বৰত অৱসৰ ল’ব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে। দিনটো দেওবাৰে পৰিছে। তেনে ক্ষেত্ৰত তেওঁৰ শেষ কৰ্মদিন ৮ নৱেম্বৰ। মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে বৈবাহিক ধৰ্ষণৰ গোচৰৰ শুনানি গ্ৰহণ কৰি আছিল। বুধবাৰেও শুনানি গ্ৰহণ কৰা হয়। কিন্তু কেইবাজনো বিবাদীৰ অধিবক্তাই নিজৰ যুক্তি দাঙি ধৰিবলৈ অধিক সময় বিচাৰে। উক্ত গোচৰত উচ্চতম ন্যায়ালয়ে ইংগিত দিয়ে যে ১০ নৱেম্বৰত মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ৰ অৱসৰৰ পূৰ্বে গোচৰটো নিষ্পত্তি হোৱাৰ সম্ভাৱনা নাই। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে অদূৰ ভৱিষ্যতে এই গোচৰৰ শুনানি শেষ কৰাটো সম্ভৱ নহয়।

rape 4 | ASSAM TIMES POST
মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত স্থগিত বৈবাহিক ধৰ্ষণৰ গোচৰ, আন বিচাৰপীঠত শুনানি

উচ্চতম ন্যায়ালয়ে কয় যে বৈবাহিক ধৰ্ষণৰ গোচৰৰ চাৰি সপ্তাহৰ পাছত নতুন বিচাৰপীঠত শুনানি গ্ৰহণ কৰা হ’ব। উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত আৰ জি কৰৰ এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ গোচৰো বিচাৰাধীন হৈ আছে। ৫ নৱেম্বৰত আৰ জি কৰ গোচৰৰ শুনানি হ’ব।

বৈবাহিক ধৰ্ষণক অপৰাধমূলক বুলি গণ্য কৰাৰ আবেদন সন্দৰ্ভত গোচৰটোৰ সৈতে জড়িত হৈ আছে কেইবাজনো আৰ জি কৰৰ আইনজীৱী। কেন্দ্ৰৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাও আছে। লগতে ইন্দিৰা জয়সিং, কৰুণা নন্দিৰাও আছে এই গোচৰত। বুধবাৰৰ শুনানিৰ সময়ত মেহতাই নিজৰ বক্তব্য দাখিল কৰিবলৈ আৰু এদিন সময় বিচাৰে। ৰাকেশ দ্বিবেদী, মনিন্দৰ সিং, গোপাল শঙ্কৰনাৰায়ণৰ উপৰি বহু অধিবক্তায়ো আদালতৰ পৰা সময় বিচাৰে।

উল্লেখ্য যে বৈবাহিক ধৰ্ষণৰ অভিযোগৰ ক্ষেত্ৰত ই ধৰ্ষণৰ গোচৰৰ অন্তৰ্গত নহয়। পূৰ্বৰ ভাৰতীয় দণ্ডবিধিৰ ৩৭৫ নং ধাৰাত ২নং ব্যতিক্ৰমত উল্লেখ আছে যে পত্নীৰ সৈতে যৌন সম্পৰ্ক ধৰ্ষণ নহয়, যদিহে পত্নীৰ বয়স ১৫ বছৰৰ তলৰ নহয়। ভাৰতীয় ন্যায় সংহিতাতো বৰ্তমান একেধৰণৰ ব্যতিক্ৰম আছে। বৈবাহিক ধৰ্ষণক অপৰাধ হিচাপে গঢ়ি তুলিবলৈ কেইবাটাও পক্ষই আদালতৰ কাষ চাপিছে। ১৭ অক্টোবৰৰ পৰা উচ্চতম ন্যায়ালয়ত এই গোচৰৰ শুনানি আৰম্ভ হৈছে।

Tags: MaritalRapeCrimeSupremeCourtবৈবাহিকধৰ্ষণৰগোচৰ
Share4Tweet3Send

Related Posts

BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক
National-International

BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক

by News Desk
August 17, 2026
50
Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন
National-International

Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন

by News Desk
August 17, 2026
50
Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ
National-International

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

by News Desk
August 17, 2026
50
Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী
National-International

Rahul Gandhi : অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত ৰাহুল গান্ধীলৈ সকাহ; গোচৰ আগবঢ়োৱাত বাধা উচ্চতম ন্যায়ালয়ৰ

by News Desk
August 17, 2026
50
Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান
National-International

Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান

by News Desk
August 17, 2026
50
UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল
National-International

UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল

by News Desk
August 17, 2026
50
ADVERTISEMENT
BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক
National-International

BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক

August 17, 2026
50
Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন
National-International

Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন

August 17, 2026
50
Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case
Assam

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

August 17, 2026
50
Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ
National-International

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

August 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক

BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক

August 17, 2026
Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন

Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন

August 17, 2026
Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

August 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx