ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home EDUCATION AND TECHNOLOGY

Dimentia : নিসংগতাই ডিমেনচিয়াৰ সম্ভাৱনা ৩১ শতাংশ বৃদ্ধি কৰিব পাৰে, গৱেষণাত প্ৰকাশ

নিউজ ডেস্কঃ

News Desk by News Desk
December 16, 2024
Reading Time: 1 min read
A A
0
Dimentia : নিসংগতাই ডিমেনচিয়াৰ সম্ভাৱনা ৩১ শতাংশ বৃদ্ধি কৰিব পাৰে, গৱেষণাত প্ৰকাশ

RELATED POSTS

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক

The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms

Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace

নিসংগতা (Loneliness) বা একাকীত্ব বৰ্তমান এক গুৰুতৰ সমস্যা (A serious problem) হিচাপে দেখা দিছে। সকলো থাকিও একো নোহোৱাৰ অনুভৱত এতিয়া একাংশই ভুগিবলৈ আৰম্ভ কৰিছে। এই অনুভৱ শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। কিন্তু তাৰ পৰাই জন্ম হয় নিসংগতাৰ ভাব। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতে গান শুনি, চিনেমা আৰু ধাৰাবাহিক চাই বা কামত নিমগ্ন হৈ থাকিবলৈ চেষ্টা কৰে। কিন্তু ই অস্থায়ী। এনেদৰে দীৰ্ঘদিন ধৰি থাকিলে মগজুত প্ৰভাৱ পৰে। শেহতীয়া এক অধ্যয়নেও একেই কথা প্ৰকাশ কৰিছে।

২০২৪ চনত ‘নেচাৰ মেণ্টেল হেল্থ’ নামৰ আলোচনীখনত প্ৰকাশিত গৱেষণা পত্ৰৰ মতে, দীৰ্ঘদিন অকলে থাকিলে সন্মুখীন হোৱা সমস্যাৰ বাবে ডিমেনচিয়া (Dementia)ৰ দৰে নিউৰ’-ডিজেনেৰেটিভ ৰোগত (Neuro-degenerative disease) আক্ৰান্ত হোৱাৰ সম্ভাৱনা প্ৰায় ৩১ শতাংশ বৃদ্ধি পায়।

এই বিষয়টোৰ ওপৰত আলোকপাত কৰিবলৈ মাৰ্টিনা লুচেটীৰ নেতৃত্বত গৱেষকৰ দল এটাই বিশ্বৰ ৬ লাখৰো অধিক লোকৰ ওপৰত এক বৃহৎ অধ্যয়ন চলাইছিল। এটা মেটা বিশ্লেষণত দেখা গৈছে যে অকলে বাস কৰা লোকৰ ডিমেনচিয়া হোৱাৰ সম্ভাৱনা ৩১ শতাংশ বেছি। যিসকলৰ এই সমস্যা নাই তেওঁলোক তুলনামূলকভাৱে সুৰক্ষিত।

নিসংগতাই ডিমেনচিয়াৰ সম্ভাৱনা ৩১ শতাংশ বৃদ্ধি কৰিব পাৰে, গৱেষণাত প্ৰকাশ

নিসংগতা আৰু ডিমেনচিয়াৰ মাজৰ সম্পৰ্ক কি?

নিসংগতাই মগজুৰ কাৰ্যকলাপ হ্ৰাস কৰে। উদ্দীপনাৰ সৃষ্টি নহয়। দীৰ্ঘদিন এনেদৰে থাকিলে মগজুত প্ৰদাহ আৰু মানসিক চাপৰ সৃষ্টি হয়। ফলত মূৰৰ ভিতৰৰ কোষবোৰ লাহে লাহে ধ্বংস হৈ যায়। আকৌ বিচ্ছিন্নতাৰ অনুভৱে নিয়মীয়া শৰীৰচৰ্চাতো বাধা দিয়ে। ফলত ডিমেনচিয়া হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।

নিসংগতা আৰু ডিমেনচিয়াৰ ‘ৰিস্ক ফেক্টৰ’বোৰৰো বহুত মিল আছে। সকলোৰে পৰা নিজকে পৃথক কৰিলেও নিসংগতা আহে। আকৌ নিসংগতাই হতাশাৰ সময়তো গ্ৰাস কৰিব পাৰে। এইটোৱেই হৈছে মানসিক দিশ। গৱেষকসকলে কয় যে দীৰ্ঘদিনীয়া ডায়েবেটিছ, উচ্চ ৰক্তচাপ বা যিকোনো দীৰ্ঘদিনীয়া ৰোগে নিসংগতাৰ সৃষ্টি কৰিব পাৰে। অৱশ্যে গৱেষকসকলে লগতে নিসংগতাৰ বাবে এক নিৰ্দিষ্ট ধৰণৰ ডিমেনচিয়াৰ সৃষ্টি কৰে বুলিও প্ৰকাশ কৰিছে, যাক চিকিৎসা বিজ্ঞানৰ পৰিভাষাত ‘Vascular Dementia’ বুলি কোৱা হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Dimentiaডিমেনচিয়া
Share4Tweet3Send

Related Posts

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক
EDUCATION AND TECHNOLOGY

Albert Einstein : আইনষ্টাইনে ঠিকেই কৈছিল! মংগল গ্ৰহৰ অদ্ভুত পৰিঘটনাত বিজ্ঞানী হতবাক

by News Desk
January 17, 2026
55
The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms
EDUCATION AND TECHNOLOGY

The Rise of Online Communities: Navigating the Shift from Major Social Media Players to Engaging Niche Platforms

by ASSAM TIMES POST
May 12, 2025
58
Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace
EDUCATION AND TECHNOLOGY

Empowering Authentic Leadership: Cultivating Trust and Transparency in Today’s Workplace

by ASSAM TIMES POST
May 11, 2025
55
Uncover the Enchantment: Discover Hidden Gems Beyond the Tourist Trail in Kyoto
EDUCATION AND TECHNOLOGY

Uncover the Enchantment: Discover Hidden Gems Beyond the Tourist Trail in Kyoto

by ASSAM TIMES POST
May 10, 2025
55
The Ripple Effect: Global Events Transforming Local Lives
EDUCATION AND TECHNOLOGY

The Ripple Effect: Global Events Transforming Local Lives

by ASSAM TIMES POST
May 9, 2025
57
Assam’s Hidden Treasures: Unveiling the Enchanting Wonders Awaiting Your Discovery
EDUCATION AND TECHNOLOGY

Assam’s Hidden Treasures: Unveiling the Enchanting Wonders Awaiting Your Discovery

by ASSAM TIMES POST
May 8, 2025
57
ADVERTISEMENT
Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে
Assam

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

September 12, 2026
51
Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ
Assam

Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

September 12, 2026
53
Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪
NORTHEAST

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

September 12, 2026
53
JK terrorist encounter : জম্মু-কাশ্মীৰৰ ডোডাত নিৰাপত্তাৰক্ষীৰ বৃহৎ অভিযানত জৈছ সন্ত্ৰাসবাদী নিহত
National-International

JK terrorist encounter : জম্মু-কাশ্মীৰৰ ডোডাত নিৰাপত্তাৰক্ষীৰ বৃহৎ অভিযানত জৈছ সন্ত্ৰাসবাদী নিহত

September 12, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

September 12, 2026
Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

September 12, 2026
Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

September 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d