ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

NEET student suicide case : জানুৱাৰী মাহতে পাঁচজন, পুনৰ কোটাত নীটৰ ছাত্ৰীৰ আত্মহত্যা

নিউজ ডেস্কঃ

News Desk by News Desk
January 22, 2025
Reading Time: 1 min read
A A
0
NEET student suicide case : জানুৱাৰী মাহতে পাঁচজন, পুনৰ কোটাত নীটৰ ছাত্ৰীৰ আত্মহত্যা

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

ৰাজস্থানৰ কোটা (Kota in Rajasthan)ত নীটৰ এগৰাকী শিক্ষাৰ্থীৰ মৃত্যু। হোষ্টেলৰ কোঠাৰ (Hostel Room) পৰা এগৰাকী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ (Student’s body found) কৰা হয়। প্ৰাথমিকভাৱে তেওঁ আত্মহত্যা কৰা বুলি ধাৰণা কৰা হৈছে। অৱশ্যে কোঠাটোৰ পৰা কোনো চুইচাইড নোট উদ্ধাৰ (Suicide note recovered) কৰা হোৱা নাই।

আৰক্ষীয়ে জনোৱা মতে, ছাত্ৰীগৰাকী মূলতঃ গুজৰাটৰ। তেওঁ চিকিৎসক হোৱাৰ সপোন দেখি কোটাত নামভৰ্তি কৰিছিল। চিকিৎসা প্ৰৱেশ পৰীক্ষা নীটত অৱতীৰ্ণ হোৱাৰ আশাত তেওঁ কোটাত এটা প্ৰশিক্ষণ কেন্দ্ৰত অধ্যয়ন কৰিছিল। কিন্তু হোষ্টেলৰ কোঠাৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

kota 1 | ASSAM TIMES POST
জানুৱাৰী মাহতে পাঁচজন, পুনৰ কোটাত নীটৰ ছাত্ৰীৰ আত্মহত্যা

সহপাঠীসকলে জনোৱা অনুসৰি, তেওঁলোকে বুধবাৰে পুৱা প্ৰায় ৯ বজাত তেওঁক মাতিবলৈ আৰম্ভ কৰে। কিন্তু কোঠাৰ দুৱাৰখন নোখোলাত হোষ্টেল কৰ্তৃপক্ষক খবৰ দিয়া হয়। আৰক্ষী আহি কোঠাৰ দুৱাৰ ভাঙি ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে।

ইয়াৰ সৈতে এই বছৰৰ প্ৰথম মাহটোতে কোটাত পাঁচজন শিক্ষাৰ্থীয়ে আত্মহত্যা কৰে। ১৭ জানুৱাৰীতো কোটাত এজন ১৮ বছৰীয়া যুৱকে আত্মহত্যা কৰে। তেওঁ নীটৰ বাবে প্ৰস্তুতি কৰিবলৈ ওড়িশাৰ পৰা কোটালৈ আহিছিল। ১৬ জানুৱাৰী তাৰিখেও ওড়িশাৰ আন এজন ছাত্ৰই আত্মহত্যা কৰিছিল। তেওঁ যুটীয়া প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল। দুসপ্তাহ পূৰ্বে কোটাত আৰু দুটা মৃতদেহ উদ্ধাৰ কৰা হৈছিল। মুঠ মৃত্যুৰ সংখ্যা হৈছে পাঁচজন। আনহাতে, যোৱা বছৰ কোটাত ১৭ জন শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিছিল।

Tags: KotaNEETstudentsuicideকোটানীটৰছাত্ৰীৰআত্মহত্যা
Share4Tweet3Send

Related Posts

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য
National-International

by News Desk
July 4, 2026
50
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ
National-International

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

by News Desk
July 4, 2026
50
Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত
National-International

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

by News Desk
July 4, 2026
50
Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০

Mumbai Havy Rain : ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন মুম্বাই

PM Modi : বৃহত্তম শক্তি সংকটৰ সফলতাৰে মোকাবিলা কৰিছে : ৰাজস্থানত ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে

ADVERTISEMENT
Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য
National-International

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

July 4, 2026
50
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ
National-International

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

July 4, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026
50
Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত
National-International

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

July 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

July 4, 2026
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

July 4, 2026
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT