ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

Cancer : ক’লা প্লাষ্টিকৰ বাকচত থকা খাদ্য খায় নেকি, হ’ব পাৰে কৰ্কট ৰোগ

নিউজ ডেস্কঃ

News Desk by News Desk
January 31, 2025
Reading Time: 1 min read
A A
0
Cancer : ক’লা প্লাষ্টিকৰ বাকচত থকা খাদ্য খায় নেকি, হ’ব পাৰে কৰ্কট ৰোগ

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

দিনটোত খাদ্য ডেলিভাৰী (Food Delivery) কৰা বিষয়টো যদি ভালদৰে লক্ষ্য কৰা যায়, তেন্তে দেখিব যে বেছিভাগ খাদ্য (Food)ই ক’লা প্লাষ্টিকৰ বাকচ (Black plastic boxes)ত আহে। কিন্তু স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে এই ধৰণৰ বাকচত খাদ্য আহিলে কেন্সাৰৰ প্ৰাদুৰ্ভাৱ বাঢ়ি (incidence of cancer increases) যায়।

ক’লা প্লাষ্টিকৰ বাকচত বিষাক্ত গোন্ধ থাকে, যিটো ক’লা প্লাষ্টিকৰ ৰাসায়নিক পদাৰ্থৰ পৰা উৎপন্ন হয়। তাৰ পিছত যেতিয়া তাত যিকোনো খাদ্য ৰখা হয়, তেতিয়া এই বিষ পোনে পোনে তাত সোমাই যায়। সেই খাদ্যই কেন্সাৰৰ উৎস হ’ব পাৰে।

food 1 | ASSAM TIMES POST
ক’লা প্লাষ্টিকৰ বাকচত থকা খাদ্য খায় নেকি, হ’ব পাৰে কৰ্কট ৰোগ

অৱশ্যে এই সন্দৰ্ভত কোনো সঠিক তথ্য লাভ কৰা হোৱা নাই। ক’লা প্লাষ্টিকৰ বাকচত খাদ্য থাকিলে কেন্সাৰ হোৱাৰ সম্ভাৱনা সন্দৰ্ভত কোনো সতৰ্কবাণী জাৰি (Warning issued) কৰা হোৱা নাই। অৱশ্যে এই ক’লা প্লাষ্টিকৰ বেয়া প্ৰভাৱৰ বিষয়ে ইতিমধ্যে বিজ্ঞানীসকলে সকলোকে সকীয়াই দিছে। ক’লা প্লাষ্টিক খাদ্য প্ৰতিষ্ঠানসমূহে প্ৰতিদিনে বহুলভাৱে ব্যৱহাৰ কৰে। ব্যৱহাৰৰ পিছত পেলাবলৈ সতৰ্কবাণী হিচাপে লিখা হ’লেও বহুতে তেনে নকৰে। তেতিয়া এই ক’লা প্লাষ্টিকৰ বাকচ যিমানেই ব্যৱহাৰ হ’ব সিমানেই ইয়াৰ পৰা বেয়া অংশ ওলাব। এয়া কেন্সাৰ ৰোগৰ অন্যতম কাৰণ।

শেহতীয়াকৈ চলোৱা এক সমীক্ষাত ওলাইছে যে ২০৩টা ক’লা প্লাষ্টিকৰ বাকচ পৰীক্ষাৰ পৰা দেখা গৈছে যে ক’লা প্লাষ্টিকত কিছুমান ক্ষতিকাৰক পদাৰ্থ আছে যাৰ পৰা খাদ্য নষ্ট হোৱাৰ লগতে প্লাষ্টিকৰ কণাবোৰ খাদ্যত মিহলি হৈ যায়। গতিকে ইয়াক যিমান কম ব্যৱহাৰ কৰা হয় সিমানেই ভাল। 

বাৰে বাৰে ক’লা প্লাষ্টিকৰ বাকচত থোৱা খাদ্য খালে পাচনতন্ত্ৰত বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইমানেই নহয়, তাৰ পৰা ডায়েবেটিছ আৰু অন্যান্য ধৰণৰ ৰোগো হ’ব পাৰে। যদি ক’লা প্লাষ্টিক ৰন্ধন বাচন হিচাপে ব্যৱহাৰ কৰা হয়, তেন্তে তাৰ পৰাও শৰীৰত কেন্সাৰ কোষ প্ৰৱেশ কৰিব পাৰে।

Tags: FoodDeliveryBlackBoxক’লাপ্লাষ্টিকৰবাকচখাদ্য
Share4Tweet3Send

Related Posts

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!
Health & Fitness

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

by ASSAM TIMES POST
November 29, 2025
50
India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF
Health & Fitness

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

by ASSAM TIMES POST
September 11, 2025
50
Sugarcane Juice I  কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-
Health & Fitness

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

by Staff Reporter
May 12, 2025
50
Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?
Health & Fitness

Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?

by News Desk
February 22, 2025
50
Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ
Health & Fitness

Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ

by News Desk
February 11, 2025
50
Fetus in fetu : আচৰিত ঘটনাত স্তম্ভিত চিকিৎসক, ভ্ৰূণৰ ভিতৰত ধৰা পৰিল ভ্ৰূণ
Health & Fitness

Fetus in fetu : আচৰিত ঘটনাত স্তম্ভিত চিকিৎসক, ভ্ৰূণৰ ভিতৰত ধৰা পৰিল ভ্ৰূণ

by News Desk
January 29, 2025
50
ADVERTISEMENT
‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?
National-International

‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

April 25, 2026
50
Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব
National-International

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

April 24, 2026
50
US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব
National-International

US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

April 24, 2026
50
Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎
NORTHEAST

Tension between Naga and Kuki : ‎মণিপুৰত নাগা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমাবেশ : সন্ত্ৰাসবাদীৰ আক্ৰমণত দুজন লোকৰ মৃত্যুক লৈ উত্তেজনা ‎

April 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

April 25, 2026
Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

April 24, 2026
US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

April 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx