ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Donald Trump on Indian tariff : ট্ৰাম্পৰ ভাবুকিৰ প্ৰভাৱ, আমেৰিকাৰ ওপৰত শুল্ক হ্ৰাস কৰিব ভাৰতে

নিউজ ডেস্কঃ

News Desk by News Desk
March 8, 2025
Reading Time: 1 min read
A A
0
Donald Trump on Indian tariff : ট্ৰাম্পৰ ভাবুকিৰ প্ৰভাৱ, আমেৰিকাৰ ওপৰত শুল্ক হ্ৰাস কৰিব ভাৰতে

RELATED POSTS

Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী

Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ

Award : কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৬ ঘোষণা

New Logo Smal | ASSAM TIMES POST

আমেৰিকা (America)ত ক্ষমতালৈ অহাৰ পিছৰে পৰা ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বাণিজ্যৰ প্ৰেক্ষাপটত ভাৰতৰ বিৰুদ্ধে শেল নিক্ষেপ কৰি আহিছে। তেওঁ দাবী কৰে যে ভাৰতে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অধিক শুল্ক আদায় কৰে। সেইবাবেই আমেৰিকাই ভাৰতীয় বজাৰত ভালদৰে ব্যৱসায় কৰিব নোৱাৰে। তাৰ মাজতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকালৈ গৈ ট্ৰাম্পৰ সৈতে সাক্ষাৎ কৰে। কিন্তু তাৰ পিছতো ছবিখন সলনি হোৱা নাই। শুকুৰবাৰে হোৱাইট হাউছৰ অ’ভাল অফিচৰ পৰা ট্ৰাম্পে পুনৰবাৰ ভাৰতক শুল্ক আৰোপ সন্দৰ্ভত আঘাত কৰে। তেওঁ কয় যে তেওঁ ইমান দিনৰ ভাৰতৰ এক ‘কীৰ্তি’ উদঙাই দিলে। যাৰ বাবে এইবাৰ নতুন দিল্লীয়ে শুল্ক হ্ৰাস কৰিবলৈ বাধ্য হ’ব।

ভাৰতে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত (India on American products) শুল্ক হ্ৰাস কৰিবলৈ (Reduce tariffs) সন্মত হৈছে বুলি ট্ৰাম্পে কয়। তেওঁ কয়, “ভাৰতে আমাৰ পৰা বিপুল পৰিমাণৰ কৰ সংগ্ৰহ কৰে। ভাৰতত আমি একো বিক্ৰী কৰিব নোৱাৰো। কিন্তু এতিয়া শুল্ক হ্ৰাস কৰিবলৈ সন্মত হৈছে। কাৰণ, ইমান দিনে যি কৰি আহিছে, এতিয়া কোনোবাই সেই কৃতিত্ব উদঙাই দিছে।”

modi 1 | ASSAM TIMES POST
ট্ৰাম্পৰ ভাবুকিৰ প্ৰভাৱ, আমেৰিকাৰ ওপৰত শুল্ক হ্ৰাস কৰিব ভাৰতে

কেৱল ভাৰতেই নহয়, শুল্ক বিষয়ক লৈ বহু দেশক আক্ৰমণ কৰিছে ট্ৰাম্পে। তেওঁ কয় যে ইউৰোপীয় সংঘৰ পৰা আৰম্ভ কৰি চীন, ব্ৰাজিল বা আমেৰিকাৰ চুবুৰীয়া দেশ মেক্সিকো আৰু কানাডাই আমেৰিকাৰ সামগ্ৰীৰ পৰা বিপুল পৰিমাণৰ শুল্ক সংগ্ৰহ কৰে। ভাৰতত এই শুল্ক ১০০ শতাংশতকৈও অধিক। নতুন দিল্লীয়ে যিকোনো সামগ্ৰীৰ ওপৰত প্ৰায় ২০০ শতাংশ শুল্ক আৰোপ কৰে। ট্ৰাম্পে এই নীতিক “অন্যায়” বুলি অভিহিত কৰিছে। আমেৰিকাৰ প্ৰতি বিভিন্ন দেশৰ এই শুল্ক নীতিৰ বিৰুদ্ধে ‘পাৰস্পৰিক শুল্ক’ আৰোপ কৰাৰ বিষয়েও তেওঁ কয়। অৰ্থাৎ যিখন দেশে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অধিক শুল্ক আৰোপ কৰে, সেইখন দেশৰ ওপৰত আমেৰিকাই প্ৰতি শুল্ক আৰোপ কৰিব। ২ এপ্ৰিলৰ পৰা এই নীতি প্ৰৱৰ্তন হ’ব পাৰে। তেনে ক্ষেত্ৰত আমেৰিকাই ভাৰতৰ ওপৰতো অতিৰিক্ত শুল্ক আৰোপ কৰিব পাৰে।

মোদীৰ সৈতে হোৱা বৈঠকৰ অন্তত ট্ৰাম্পে যৌথ সংবাদমেলত ভাৰতৰ শুল্কক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয়, “ভাৰতে যি পৰিমাণৰ শুল্ক আদায় কৰে সেয়া অতি অন্যায়। মই তেওঁলোকক দোষ নিদিওঁ। কিন্তু এইদৰে ব্যৱসায় কৰাটো কঠিন। তেওঁলোকৰ শুল্কৰ বাবে ভাৰতত একো বিক্ৰী কৰাটো কঠিন।”

পৰিসংখ্যা অনুসৰি, ২০২৪ চনত ভাৰত আৰু আমেৰিকাৰ মাজত মুঠ ১২ হাজাৰ কোটি ডলাৰ (ভাৰতীয় মুদ্ৰাত ১১ লাখ কোটি) ব্যৱসায় হয়। ইয়াৰ ভিতৰত আমেৰিকাই ভাৰতলৈ ৪,১ বিলিয়ন ডলাৰৰ সামগ্ৰী ৰপ্তানি কৰিছে। ২০২৩ চনৰ তুলনাত বাণিজ্যিক ঘাটি ৪৫০০ কোটি ডলাৰ (৩ লাখ ৯৮ হাজাৰ কোটি টকা)।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: IndianTariffOnAmericaআমেৰিকাৰওপৰতশুল্কহ্ৰাস
Share4Tweet3Send

Related Posts

Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী
National-International

Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী

by News Desk
October 31, 2026
50
Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ
National-International

Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ

by News Desk
October 31, 2026
50
Award : কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৬ ঘোষণা
National-International

Award : কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৬ ঘোষণা

by News Desk
October 31, 2026
50
Rashtriya Ekta Diwas 2026 : আজি সমগ্ৰ দেশতে ‘ৰাষ্ট্ৰীয় একতা দিৱস’ উদযাপন, গুজৰাটৰ একতা নগৰত বিশেষ পেৰেড আৰু সাংস্কৃতিক অনুষ্ঠান
National-International

Rashtriya Ekta Diwas 2026 : আজি সমগ্ৰ দেশতে ‘ৰাষ্ট্ৰীয় একতা দিৱস’ উদযাপন, গুজৰাটৰ একতা নগৰত বিশেষ পেৰেড আৰু সাংস্কৃতিক অনুষ্ঠান

by News Desk
October 31, 2026
50
ISRO : ভাৰতৰ নিজা ‘জিপিএছ’ অধিক নিখুঁত কৰিবলৈ ইছৰোৰ মহাকাশলৈ বিশেষ উপগ্ৰহ প্ৰেৰণ
National-International

ISRO : ভাৰতৰ নিজা ‘জিপিএছ’ অধিক নিখুঁত কৰিবলৈ ইছৰোৰ মহাকাশলৈ বিশেষ উপগ্ৰহ প্ৰেৰণ

by News Desk
October 31, 2026
50
Uttarakhand Copter crash : বদ্ৰীনাথৰ পৰা ৫ যাত্ৰী লৈ যোশীমঠলৈ উভতাৰ পথত হেলিকপ্টাৰ দুৰ্ঘটনা
National-International

Joshimath copter crashed : যোশীমঠৰ সমীপত হেলিকপ্টাৰ দুৰ্ঘটনাত ৬ জনৰ মৃত্যু, উত্তৰাখণ্ডত ১০ বছৰত ১৩টা দুৰ্ঘটনাত ২৭ জনৰ মৃত্যু

by News Desk
October 30, 2026
51
ADVERTISEMENT
Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী
National-International

Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী

October 31, 2026
50
Karbi Anglong Students protest : শিক্ষকৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অভিযোগ তুলি হাওৰাঘাটৰ একলব্য মডেল স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ
KARBI ANGLONG

Karbi Anglong Students protest : শিক্ষকৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অভিযোগ তুলি হাওৰাঘাটৰ একলব্য মডেল স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

October 31, 2026
50
Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ
National-International

Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ

October 31, 2026
50
Karbi Anglong Langkhon festival : মুখ্যমন্ত্ৰীৰ উপস্থিতিত তিৱা সংস্কৃতিৰ উখল-মাখলেৰে সামৰণি পৰিল ১৯ সংখ্যক লাংখন মহোৎসৱ
KARBI ANGLONG

Karbi Anglong Langkhon festival : মুখ্যমন্ত্ৰীৰ উপস্থিতিত তিৱা সংস্কৃতিৰ উখল-মাখলেৰে সামৰণি পৰিল ১৯ সংখ্যক লাংখন মহোৎসৱ

October 31, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী

Student attack in class room : শ্ৰেণীকোঠাত প্ৰৱেশ কৰি কৰতেৰে আক্ৰমণ, সংকটজনক দুই ছাত্ৰী

October 31, 2026
Karbi Anglong Students protest : শিক্ষকৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অভিযোগ তুলি হাওৰাঘাটৰ একলব্য মডেল স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

Karbi Anglong Students protest : শিক্ষকৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অভিযোগ তুলি হাওৰাঘাটৰ একলব্য মডেল স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

October 31, 2026
Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ

Dhruv Rathi : ধ্ৰুৱ ৰাথীক পুনৰ আৰক্ষীৰ চমন, পুৰণি মানহানিৰ গোচৰত ৱাৰেণ্ট জাৰি দিল্লী আদালতৰ

October 31, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d