ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

IPL 2025 : আই পি এলৰ পৰা বৰ্খাস্ত ইৰফান পাঠানক, কিন্তু কিয়?

নিউজ ডেস্কঃ

News Desk by News Desk
March 22, 2025
Reading Time: 1 min read
A A
0
IPL 2025 : আই পি এলৰ পৰা বৰ্খাস্ত ইৰফান পাঠানক, কিন্তু কিয়?

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ

প্ৰতিবছৰে আই পি এল (IPL)ৰ ধাৰা ভাষ্যকাৰৰ তালিকা (IPL commentator List)ত থকা ইৰফান পাঠান (Irfan Pathan)ৰ নাম কিন্তু এইবাৰ তালিকাত নাই। এইবাৰ তেওঁক বাদ দিয়া হৈছে। কিন্তু কিয় বাদ দিয়া হৈছে ইৰফানক?

জানিব পৰা মতে, নিজৰ ধাৰাভাষ্যৰ সময়ত তেওঁ কেইগৰাকীমান ক্ৰিকেটাৰৰ বিৰুদ্ধে ব্যক্তিগত ক্ষোভ প্ৰকাশ কৰিছিল। সেইকাৰণেই ভাৰতীয় ক্ৰিকেট বোৰ্ডে এই শাস্তি দিছে। এয়াও জানিব পৰা গৈছে যে বিগত দুবছৰ ধৰি তেওঁ মন্তব্য কৰাৰ সময়ত কেইগৰাকীমান ক্ৰিকেটাৰক নিৰন্তৰ সমালোচনা কৰি আছিল। ক্ৰিকেটাৰসকলে সেই সমালোচনা ভালদৰে লোৱা নাছিল। ব’ৰ্ডাৰ-গাভাস্কাৰ শৃংখলাত ইৰফানে এজন ভাৰতীয় ক্ৰিকেটাৰক ইমান সমালোচনা কৰিছিল যে তেওঁ খঙত ইৰফানৰ ম’বাইল নম্বৰ ব্লক কৰিছিল। কেইগৰাকীমান ক্ৰিকেটাৰে আকৌ ইৰফানৰ বিৰুদ্ধে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (বিচিচিআই) ওচৰত অভিযোগো দাখিল কৰে। তাৰ পিছত বোৰ্ডে এই সিদ্ধান্ত লয়।

sp 1 | ASSAM TIMES POST
আই পি এলৰ পৰা বৰ্খাস্ত ইৰফান পাঠানক

বিচিচিআইৰ এক সূত্ৰ মতে, ইৰফানক আগতে সতৰ্ক কৰি দিয়া হৈছিল। কিন্তু তেওঁ শুনা নাছিল। যোৱা দুবছৰ ধৰি একেৰাহে তেওঁ একেটাকে কৰি আহিছে। তেওঁ ধাৰাভাষ্যৰ সময়ত তেওঁৰ ব্যক্তিগত বিষয়বোৰ আলোকপাত কৰি আহিছে। তেওঁ ইচ্ছাকৃতভাৱে কিছুমান ক্ৰিকেটাৰক সমালোচনা কৰি আছে, যিটো বোৰ্ডৰ বাবেও ভাল হোৱা নাই। সেয়ে এই পদক্ষেপ লোৱা হৈছে।

আনহাতে, বোৰ্ডে এই মন্তব্যবোৰৰ বাবে ক্ৰিকেটাৰসকলৰ কোনো মানসিক সমস্যা হোৱাটো নিবিচাৰে। বোৰ্ডে ক্ৰিকেটাৰসকলৰ স্বাৰ্থক প্ৰথম স্থান দিছে। অৱশ্যে এইটো প্ৰথমবাৰৰ যে হৈছে তেনে নহয়। ২০১৯ চনত সঞ্জয় মঞ্জৰেকাৰে সৌৰভ গাংগুলী আৰু ৰবীন্দ্ৰ জাদেজাৰ সৈতে ৰাজহুৱা বিবাদত লিপ্ত হৈছিল। সামাজিক মাধ্যমত তেওঁলোকৰ মাজত প্ৰায়ে বাকযুদ্ধ হৈছিল। তাৰ পিছত মঞ্জৰেকাৰক ২০২০ চনত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ ধাৰা ভাষ্যকাৰৰ তালিকাৰ পৰা বাদ দিয়া হৈছিল।

অৱশ্যে মঞ্জৰেকাৰে নিজৰ ভুল স্বীকাৰ কৰাত তেওঁ পুনৰ নিজৰ স্থান লাভ কৰে। আনহাতে, হৰ্ষ ভোগলেকো ২০১৬ চনৰ আই পি এলৰ পূৰ্বে ধাৰা ভাষ্যকাৰৰ তালিকাৰ পৰা বাদ দিয়া হৈছিল। কিন্তু হৰ্ষে কিয় তেওঁক বাদ দিয়া হৈছিল তাৰ কাৰণ বুজি পোৱা নাছিল আৰু তেওঁ সামাজিক মাধ্যমত সেয়া উল্লেখ কৰিছিল। অৱশ্যে পিছত হৰ্ষ ঘূৰি আহে। এতিয়া এইটো লক্ষণীয় হ’ব যে ইৰফান পাঠান কেতিয়া পুনৰ ধাৰাভাষ্য লৈ ঘূৰি আহে।

Tags: IrfanPathanIPLইৰফানপাঠানআইপিএল
Share4Tweet3Send

Related Posts

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
Sports News

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

by News Desk
June 11, 2026
50
‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক
Sports News

‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

by News Desk
June 9, 2026
50
Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ
Sports News

Curacao in Fifa world cup : জনসংখ্যাৰ দিশত ভাৰতৰ তুলনাত নগণ্য : ডেৰ লাখ জনসংখ্যাৰ দ্বীপ ৰাষ্ট্ৰ কুৰাচাওৱে এইবাৰ খেলিব ফিফা বিশ্বকাপ

by News Desk
June 3, 2026
50
Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে
Sports News

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

by News Desk
June 1, 2026
50
FIFA world cup 2026 : ফুটবলপ্ৰেমীৰ বাবে সুখবৰ, ভাৰতীয় দৰ্শকে পাব পাৰে টেলিভিছনত বিশ্বকাপ ফুটবল চোৱাৰ সুবিধা
Sports News

FIFA World Cup : বিশ্বকাপলৈ ১৩ দিন : ইৰাণৰ ফুটবল খেলুৱৈক এতিয়াও আমেৰিকাই দিয়া নাই ভিছা, কানাডাৰ ভিছাৰ বাবেও আৱেদন, পশ্চিম এছিয়াৰ দেশৰ

by News Desk
May 29, 2026
50
FIFA world cup 2026 : ফুটবলপ্ৰেমীৰ বাবে সুখবৰ, ভাৰতীয় দৰ্শকে পাব পাৰে টেলিভিছনত বিশ্বকাপ ফুটবল চোৱাৰ সুবিধা
Sports News

FIFA world cup 2026 : ফুটবলপ্ৰেমীৰ বাবে সুখবৰ, ভাৰতীয় দৰ্শকে পাব পাৰে টেলিভিছনত বিশ্বকাপ ফুটবল চোৱাৰ সুবিধা

by News Desk
May 23, 2026
50
ADVERTISEMENT
Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে
National-International

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
50
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ
National-International

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
50
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎
National-International

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

‎আত্মৰক্ষা আৰু আক্ৰমণ দুয়োটাৰে বাবে সাজু ইজৰাইল

June 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx