ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

নিউজ ডেস্কঃ

News Desk by News Desk
June 11, 2026
Reading Time: 1 min read
A A
0
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

আৰু মাত্ৰ কেইঘণ্টামানৰ অপেক্ষা। ইয়াৰ পিছতে আৰম্ভ হ’ব বিশ্ব ফুটবলৰ মহাৰণ। ভাৰতীয় সময় অনুসৰি, বৃহস্পতিবাৰে মাজনিশাৰ পৰা আৰম্ভ (Starting from Thursday noon) হ’ব ফিফা বিশ্বকাপ ২০২৬ (FIFA World Cup 2026)। এইবাৰৰ বিশ্বকাপ যুটীয়াভাৱে আয়োজন কৰিছে আমেৰিকা, মেক্সিকো আৰু কানাডাই। আনহাতে, এইবাৰ প্ৰথমবাৰৰ বাবে তিনিখন দেশত তিনিটাকৈ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব। ভাৰতীয় ফুটবল অনুৰাগীয়েও এই অনুষ্ঠান উপভোগ কৰিব পাৰিব। কেতিয়া, ক’ত আৰু কেনেকৈ উপভোগ কৰিব জানিবলৈ পঢ়ক এই প্ৰতিবেদন।

উদ্বোধনী অনুষ্ঠানৰ ষ্টেডিয়াম :

মেক্সিকো : এষ্টাডিঅ’ এছটেকা (মেক্সিকো চহৰ)
কানাডা : বিএমঅ’ ফিল্ড (টৰণ্টো)
আমেৰিকা : ছফী ষ্টেডিয়াম (লছ এঞ্জেলছ)

কেতিয়া হ’ব উদ্বোধনী অনুষ্ঠান?

মেক্সিকো : ভাৰতীয় সময় অনুসৰি ১১ জুনৰ নিশা ১০.৩০ বজাত অনুষ্ঠিত হ’ব এই অনুষ্ঠান। ইয়াৰ পিছতে বিশ্বকাপৰ প্ৰথমখন মেচত দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব মেক্সিকো।
কানাডা : ভাৰতীয় সময় অনুসৰি ১২ জুনৰ নিশা ১১ বজাৰ পৰা আৰম্ভ হ’ব এই অনুষ্ঠান । ইয়াৰ পিছত বছনিয়া আৰু হাৰ্জেগোভিনাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব কানাডা।
আমেৰিকা : ভাৰতীয় সময় অনুসৰি ১৩ জুন তাৰিখে পুৱা ৫ বজাৰ পৰা আৰম্ভ হ’ব উদ্বোধনী অনুষ্ঠান। ইয়াৰ পিছত আমেৰিকাই পানামাৰ বিৰুদ্ধে খেলিব।

world cup copy2 | ASSAM TIMES POST

উদ্বোধনী অনুষ্ঠানত কোন তাৰকাৰ সমাবেশ ঘটিব :

মেক্সিকো : মূল আকৰ্ষণ হৈছে শ্বাকিৰা আৰু বাৰ্না বয়। বিশ্বকাপৰ শীৰ্ষ গীতেৰে অনুষ্ঠান পৰিৱেশন কৰিব। ইয়াৰ উপৰি আলেজান্দ্ৰ’ ফাৰ্নাণ্ডেজ, বেলিণ্ডা, ডেনি অ’চেন, জে বালভিল, লিলা ডাউন্স, লছ এঞ্জেলছ এজুলছ, মানা আৰু টাইলাই অনুষ্ঠান পৰিবেশন কৰিব।
কানাডা : মূল আকৰ্ষণ হৈছে মাইকেল বেবেল। ইয়াৰ উপৰি এই অনুষ্ঠানত উপস্থিত থাকিব এলেছিয়া কাৰা, আলানিছ মৰিছেট, জেছি ৰেয়েছ, নোৰা ফাটেহী (ভাৰতৰ পৰা), সঞ্জয় আৰু উইলিয়াম প্ৰিন্স।
আমেৰিকা : মূল আকৰ্ষণ হৈছে কেটি পেৰী। ইয়াৰ উপৰি ফিউচাৰ, অনিতা, লিজা, ৰেমা আৰু টাইলাই অনুষ্ঠান পৰিবেশন কৰিব।

ভাৰতত কেনেকৈ উপভোগ কৰিব :

বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠান ভাৰতত Unite8 Sportz 1, Unite8 Sportz 1 HD, Unite8 Sportz 2 আৰু Unite8 Sportz 2 HD চেনেলত সম্প্ৰচাৰ কৰা হ’ব। ইয়াৰ উপৰি Zee5 এপতো এই অনুষ্ঠান পোনপটীয়াকৈ উপলব্ধ হ’ব ।

উল্লেখ্য যে প্ৰথমবাৰৰ বাবে এইবাৰৰ বিশ্বকাপত ৪৮ খন দেশে অংশগ্ৰহণ কৰিছে। ৪৮টা দলক এটা গ্ৰুপত চাৰিটাকৈ মুঠ ১২টা গ্ৰুপত ভাগ কৰি হৈছে। প্ৰতিটো গ্ৰুপত ৰাউণ্ড-ৰবীন পদ্ধতিত লীগ মেচসমূহ অনুষ্ঠিত হ’ব। প্ৰতিটে গ্ৰুপৰ পৰা শীৰ্ষ দুটা দল আৰু তৃতীয় স্থানৰ ৮টা দল গ্ৰুপ অব ৩২লৈ উন্নীত হ’ব। ইয়াৰ পিছত শীৰ্ষ ১৬টা দল গ্ৰুপ অব ১৬লৈ উন্নীত হ’ব। ফেইনেল মেচ অনুষ্ঠিত হ’ব ১৯ জুলাইত।

Tags: FIFAWorldCup2026
Share4Tweet3Send

Related Posts

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

by News Desk
July 10, 2026
50
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে
Sports News

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

by News Desk
July 8, 2026
50
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে
Sports News

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

by News Desk
July 8, 2026
50
Fifa world cup 2026 : বিশ্বকাপত অঘটন : আৰ্লিং হালেণ্ডৰ প্ৰেমিকাৰ আৱেগিক প’ষ্ট
Sports News

Fifa world cup 2026 : বিশ্বকাপত অঘটন : আৰ্লিং হালেণ্ডৰ প্ৰেমিকাৰ আৱেগিক প’ষ্ট

by News Desk
July 6, 2026
50
Fifa world cup 2026 : ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে
Sports News

Fifa world cup 2026 : ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে

by News Desk
July 5, 2026
50
Fifa world cup : পোহৰলৈ আহিছে বাংলাদেশৰ বুকুত অদ্ভুত আৰু চিন্তনীয় ছবি : নেতিবাচক প্ৰভাৱ পেলাব অসম, পশ্চিম বংগৰ দৰে সীমান্তৱৰ্তী ৰাজ্যত
Sports News

Fifa world cup : পোহৰলৈ আহিছে বাংলাদেশৰ বুকুত অদ্ভুত আৰু চিন্তনীয় ছবি : নেতিবাচক প্ৰভাৱ পেলাব অসম, পশ্চিম বংগৰ দৰে সীমান্তৱৰ্তী ৰাজ্যত

by News Desk
July 2, 2026
50
ADVERTISEMENT
Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন
DIPHU

Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

July 28, 2026
50
World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন
DIPHU

World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন

July 28, 2026
50
Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized
Assam

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

July 28, 2026
50
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

July 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

July 28, 2026
World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন

World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন

July 28, 2026
Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

Kamrup Police Bust Cattle Smuggling Ring — 3 Arrested, 16 Seized

July 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx