ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

নিউজ ডেস্কঃ

News Desk by News Desk
July 8, 2026
Reading Time: 1 min read
A A
0
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

Fifa world cup 2026 : বিশ্বকাপত অঘটন : আৰ্লিং হালেণ্ডৰ প্ৰেমিকাৰ আৱেগিক প’ষ্ট

মঙলবাৰে অনুষ্ঠিত ফিফা বিশ্বকাপ ফুটবলৰ (Fifa world cup) এখন মেচত প্ৰথমাৱস্থাত পিছপৰি থাকিও আৰ্জেণ্টিনাই ইজিপ্তৰ (Argentina Egypt) বিৰুদ্ধে জয়লাভ কৰে। কিন্তু এই মেচখন বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে। লগতে আৰ্জেণ্টিনাৰ অবিশ্বাস্য জয়ক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে। অভিযোগ উত্থাপন হৈছে যে ৰেফাৰীয়ে আৰ্জেণ্টিনাৰ পক্ষ লৈ মেচখনত পক্ষপাতিত্ব কৰিছে। এইবাৰ ৰেফাৰীৰ সিদ্ধান্তক লৈ মুখ খুলিছে আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰ লিঅ’নেল মেছিয়ে।

আৰ্জেণ্টিনাৰ অধিনায়কগৰাকীয়ে কয় যে ৰেফাৰীৰ কোনো এটা সিদ্ধান্তত তেওঁ কোনো ভুল দেখা পোৱা নাই। অৱশ্যে তেওঁ ভাবে যে সেইখন এখন অতি উত্তম মেচ আছিল। মেছিয়ে কয়, “সঁচা কথা ক’বলৈ গ’লে ৰেফাৰিং উৎকৃষ্ট আছিল। প্ৰতিটো সিদ্ধান্ত প্ৰায় নিখুঁত আছিল। আপোনালোকেই কওক যে ৰেফাৰীয়ে লোৱা কোনটো সিদ্ধান্ত ভুল আছিল। প্ৰতিটো সিদ্ধান্ততে মই সুখী।”

fifa1 | ASSAM TIMES POST
আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

আনহাতে, ইজিপ্তৰ দাবী যে আৰ্জেণ্টিনাৰ তৃতীয়টো গ’লৰ পূৰ্বে মহম্মদ ছালাহক বক্সত ফাউল কৰা হৈছিল। অৱশ্যে ৰিপ্লেত দেখা গ’ল যে ছালাহৰ ভৰিৰ পূৰ্বেই নিকোলাছ টাগ্লিয়াফিকোৰ ভৰিখনে বলটো স্পৰ্শ কৰিছিল। ইয়াৰ পূৰ্বে ইজিপ্তৰ গ’ল এটা অস্বীকাৰ কৰা হৈছিল । কাৰণ আক্ৰমণ আৰম্ভ হোৱাৰ সময়ত লিছাণ্ড্ৰ’ মাৰ্টিনেজক ফাউল কৰা হৈছিল।

ইফালে মেচখনৰ অন্তত মেছিয়ে পেনাল্টিত বিফল হোৱাৰ পিছত নিজৰ ওপৰত খং উঠা বুলি কয়। মেছিয়ে কয়, “মেচৰ পিছত মই অতি সন্তুষ্ট অনুভৱ কৰিছিলোঁ। পেনাল্টিত বিফল হোৱাৰ পিছত মোৰ নিজৰ ওপৰত অতি খং উঠিছিল। মই শ্বটটো লোৱাৰ ধৰণটো একেবাৰেই সঠিক নাছিল। এনে লাগিছিল যেন মই এটা গুৰুত্বপূৰ্ণ সময়ত দলটোক নিৰাশ কৰিলোঁ। কিন্তু দিনটোৰ শেষত ভগৱানে মোৰ বাবে ভাল কিবা এটা লিখিছিল। মই সমতা স্থাপন কৰিলোঁ। মই ইমানেই শান্তি আৰু সুখ অনুভৱ কৰিলোঁ যে মই সেইটো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ।”

মেছিয়ে লগতে কয়, “আমি যদি পেনাল্টি স্পটৰ পৰা গ’ল দিলোঁহেঁতেন তেন্তে খেলখনৰ গতি ঘূৰি গ’লহেঁতেন। কাৰণ তাৰ আগতে আমি ভাল খেলি আছিলোঁ। তেওঁলোকে গ’ল দিয়াৰ পিছতো ভাল খেলিছিলোঁ। আমি কিছুমান ডাঙৰ সুযোগ সৃষ্টি কৰিছিলোঁ। যেনে এলেক্সিছ মেকএলিষ্টাৰ বা জুলিয়ান আলভাৰেজৰ ক্ষেত্ৰত। গ’লৰক্ষকে অৱশ্যে গ’ল লাইনত সেয়া ৰক্ষা কৰে। এই দলটোৱেই জয়ী হোৱাৰ যোগ্য আছিল। মই অতি সুখী।”

Tags: ArgentinaEgyptcontroversy
Share4Tweet3Send

Related Posts

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

by News Desk
July 10, 2026
50
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে
Sports News

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

by News Desk
July 8, 2026
50
Fifa world cup 2026 : বিশ্বকাপত অঘটন : আৰ্লিং হালেণ্ডৰ প্ৰেমিকাৰ আৱেগিক প’ষ্ট
Sports News

Fifa world cup 2026 : বিশ্বকাপত অঘটন : আৰ্লিং হালেণ্ডৰ প্ৰেমিকাৰ আৱেগিক প’ষ্ট

by News Desk
July 6, 2026
50
Fifa world cup 2026 : ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে
Sports News

Fifa world cup 2026 : ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে

by News Desk
July 5, 2026
50
Fifa world cup : পোহৰলৈ আহিছে বাংলাদেশৰ বুকুত অদ্ভুত আৰু চিন্তনীয় ছবি : নেতিবাচক প্ৰভাৱ পেলাব অসম, পশ্চিম বংগৰ দৰে সীমান্তৱৰ্তী ৰাজ্যত
Sports News

Fifa world cup : পোহৰলৈ আহিছে বাংলাদেশৰ বুকুত অদ্ভুত আৰু চিন্তনীয় ছবি : নেতিবাচক প্ৰভাৱ পেলাব অসম, পশ্চিম বংগৰ দৰে সীমান্তৱৰ্তী ৰাজ্যত

by News Desk
July 2, 2026
50
Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত
Sports News

Ismael Saibari : ‘তুমি মোৰ খৰচ বহন কৰিব নোৱাৰা’ : প্ৰেমত পৰাজিতজন এতিয়া নায়ক হৈ পৰিল বিশ্বকাপত

by News Desk
June 30, 2026
50
ADVERTISEMENT
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
50
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ
National-International

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
50
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026
50
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি
National-International

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx