ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

JK Terrorist Attack I কাশ্মীৰত পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ১, আহত ৭

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 22, 2025
Reading Time: 1 min read
A A
0
JK Terrorist Attack I কাশ্মীৰত পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ১, আহত ৭

Oplus_131072

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

‎পূব এছিয়াত ইৰাণৰ জাহাজ হিউজ I বিলিয়ন ডলাৰ মূল্যৰ তেল লৈ দক্ষিণ চীন সাগৰ দ্বীপত উপস্থিত

‎নিৰ্বাচনত পৰাজিত প্ৰাৰ্থীৰ প্ৰতিশোধ I মোডী-শ্বাহৰ ৰাজ্যৰ বাসিন্দা একেৰাহে চাৰি দিন ধৰি খোৱা পানীৰ পৰা বঞ্চিত

‎মুৰ্খামিৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত, ট্ৰাম্পক ভাবুকি ইৰাণৰ

কাশ্মীৰৰ অনন্তনাগ জিলাৰ পেহেলগাঁৱৰ বৈছাৰণ অঞ্চলত সন্ত্ৰাসবাদীৰ আক্ৰমণত (JK terror attack) এজন অচিনাক্ত পৰ্যটক নিহত হোৱাৰ উপৰি আন কেইবাজনো আহত হয়। প্ৰাথমিক তথ্য অনুসৰি, ট্ৰেকিং কৰি থকা পৰ্যটকৰ ওপৰত অচিনাক্ত বন্দুকধাৰীয়ে গুলীচালনা কৰে। খবৰ অনুসৰি ৬ জন লোকৰ ওপৰত গুলীচালনা কৰা হয়। আক্ৰান্তৰ তিনিজন পৰ্যটক আৰু বাকীসকল স্থানীয় লোক।

JK Terrorist Attack I
কাশ্মীৰত পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ১, আহত ৭:

ঘটনাস্থলীত উপস্থিত হয় নিৰাপত্তা বাহিনী। অঞ্চলটো ঘেৰাও কৰি ৰখা হৈছে। সমগ্ৰ অঞ্চলটোত আৰম্ভ হৈছে এক অনুসন্ধান অভিযান। সম্ভাৱ্য সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়ে সতৰ্ক কৰি দিয়া হৈছে। উল্লেখ্য যে আক্ৰমণ সংঘটিত হোৱা অঞ্চলটোত কোনো ধৰণৰ যাতায়াত ব্যৱস্থা নাই।

পিটিআয়ে প্ৰকাশ কৰা অনুসৰি, পেহেলগাঁৱৰ বৈছাৰণ উপত্যকাত বন্দুকৰ গুলীৰ শব্দ শুনা যায়। আৰক্ষীৰ মতে এই অঞ্চললৈ খোজকাঢ়ি বা ঘোঁৰাত উঠিহে যাব পাৰি। বাইছৰাণৰ ঘাঁহনিত ঘোঁৰাত উঠি আনন্দ ল’বলৈ পৰ্যটকসকল আহিছিল। তেওঁলোকক লক্ষ্য কৰি দুইৰ পৰা তিনিজন বন্দুকধাৰীয়ে নিৰ্বিচাৰে গুলীচালনা কৰে।

জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পিপলছ ডেম’ক্ৰেটিক পাৰ্টিৰ মুৰব্বী মেহবুবা মুফতিয়ে পেহেলগাঁৱত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে। তেওঁ কয়, “মৃতক আৰু আহতসকলৰ পৰিয়াললৈ আমাৰ সমবেদনা জ্ঞাপন কৰিছোঁ। এই অৰ্থহীন হিংসাই কোনো উদ্দেশ্য সাধন নকৰে, কেৱল যন্ত্ৰণাহে আনে। এনে কাৰ্যৰ কোনো ন্যায্যতা থাকিব নোৱাৰে।”

Tags: আহত ৭কাশ্মীৰত পৰ্যটকৰ ওপৰতসন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত ১
Share4Tweet3Send

Related Posts

‎পূব এছিয়াত ইৰাণৰ জাহাজ হিউজ I বিলিয়ন ডলাৰ মূল্যৰ তেল লৈ দক্ষিণ চীন সাগৰ দ্বীপত উপস্থিত
National-International

‎পূব এছিয়াত ইৰাণৰ জাহাজ হিউজ I বিলিয়ন ডলাৰ মূল্যৰ তেল লৈ দক্ষিণ চীন সাগৰ দ্বীপত উপস্থিত

by Staff Reporter
May 3, 2026
50
Indore water poison : পৌৰসভাৰ পানী খাই বিষক্ৰিয়াত ৭ জনৰ মৃত্যু, গুৰুতৰভাৱে অসুস্থ শতাধিক
National-International

‎নিৰ্বাচনত পৰাজিত প্ৰাৰ্থীৰ প্ৰতিশোধ I মোডী-শ্বাহৰ ৰাজ্যৰ বাসিন্দা একেৰাহে চাৰি দিন ধৰি খোৱা পানীৰ পৰা বঞ্চিত

by Staff Reporter
May 3, 2026
50
‎মুৰ্খামিৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত, ট্ৰাম্পক ভাবুকি ইৰাণৰ
National-International

‎মুৰ্খামিৰ প্ৰত্যুত্তৰ দিবলৈ প্ৰস্তুত, ট্ৰাম্পক ভাবুকি ইৰাণৰ

by Staff Reporter
May 3, 2026
50
Air India : বিমানত হিন্দু আৰু শিখক ‘হালাল’ খাদ্য পৰিবেশন নকৰে এয়াৰ ইণ্ডিয়াই
National-International

‎এদিনত বাতিল হ’ল ১০০ খন বিমান I ইন্ধনৰ মূল্যবৃদ্ধিত বৃহৎ সিদ্ধান্ত এয়াৰ ইণ্ডিয়াৰ

by Staff Reporter
May 3, 2026
50
‎দিল্লীৰ বিবেক বিহাৰত ভয়ংকৰ অগ্নিকাণ্ড, মৃত্যু ৯ ‎
National-International

‎দিল্লীৰ বিবেক বিহাৰত ভয়ংকৰ অগ্নিকাণ্ড, মৃত্যু ৯ ‎

by Staff Reporter
May 3, 2026
50
Youtube I ইউটিউব চাই ঘৰতে সন্তান প্ৰসৱ ১৫ বছৰীয়া কিশোৰীৰ! নৱজাতকক ডিঙি চেপি হত্যা
National-International

‎প্ৰসৱৰ পিছত বাচি থকা ছোৱালীৰ সংখ্যা বৃদ্ধি পাইছে I কেন্দ্ৰ

by Staff Reporter
May 2, 2026
50
ADVERTISEMENT
Congress MP Gaurav Gogoi’s Emotional Plea to Honor Language Martyrs by Renaming Silchar Railway Station
Assam

Assam Election 2026 । গৌৰৱ গগৈ পৰাস্ত, ১০০ অতিক্ৰম কৰাৰ দিশে বিজেপি

May 4, 2026
50
Assembly elections 2026 I অসমত এগজিট প’ল অনুসৰি প্ৰাৰম্ভিক প্ৰৱণতা, বংগত পট পৰিৱৰ্তনৰ সম্ভাৱনা
Assam

Assembly elections 2026 I অসমত এগজিট প’ল অনুসৰি প্ৰাৰম্ভিক প্ৰৱণতা, বংগত পট পৰিৱৰ্তনৰ সম্ভাৱনা

May 4, 2026
50
‎পূব এছিয়াত ইৰাণৰ জাহাজ হিউজ I বিলিয়ন ডলাৰ মূল্যৰ তেল লৈ দক্ষিণ চীন সাগৰ দ্বীপত উপস্থিত
National-International

‎পূব এছিয়াত ইৰাণৰ জাহাজ হিউজ I বিলিয়ন ডলাৰ মূল্যৰ তেল লৈ দক্ষিণ চীন সাগৰ দ্বীপত উপস্থিত

May 3, 2026
50
Indore water poison : পৌৰসভাৰ পানী খাই বিষক্ৰিয়াত ৭ জনৰ মৃত্যু, গুৰুতৰভাৱে অসুস্থ শতাধিক
National-International

‎নিৰ্বাচনত পৰাজিত প্ৰাৰ্থীৰ প্ৰতিশোধ I মোডী-শ্বাহৰ ৰাজ্যৰ বাসিন্দা একেৰাহে চাৰি দিন ধৰি খোৱা পানীৰ পৰা বঞ্চিত

May 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Congress MP Gaurav Gogoi’s Emotional Plea to Honor Language Martyrs by Renaming Silchar Railway Station

Assam Election 2026 । গৌৰৱ গগৈ পৰাস্ত, ১০০ অতিক্ৰম কৰাৰ দিশে বিজেপি

May 4, 2026
Assembly elections 2026 I অসমত এগজিট প’ল অনুসৰি প্ৰাৰম্ভিক প্ৰৱণতা, বংগত পট পৰিৱৰ্তনৰ সম্ভাৱনা

Assembly elections 2026 I অসমত এগজিট প’ল অনুসৰি প্ৰাৰম্ভিক প্ৰৱণতা, বংগত পট পৰিৱৰ্তনৰ সম্ভাৱনা

May 4, 2026
‎পূব এছিয়াত ইৰাণৰ জাহাজ হিউজ I বিলিয়ন ডলাৰ মূল্যৰ তেল লৈ দক্ষিণ চীন সাগৰ দ্বীপত উপস্থিত

‎পূব এছিয়াত ইৰাণৰ জাহাজ হিউজ I বিলিয়ন ডলাৰ মূল্যৰ তেল লৈ দক্ষিণ চীন সাগৰ দ্বীপত উপস্থিত

May 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx