ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Air India । আকাশত তিনি ঘণ্টা ঘূৰি অৱশেষত মুম্বাইলৈ উভতিল এয়াৰ ইণ্ডিয়াৰ বিমান, কিন্তু কিয়?

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 13, 2025
Reading Time: 1 min read
A A
0
মাজ আকাশতেই বন্ধ হ’ল এয়াৰ ইণ্ডিয়াৰ বিমানৰ ইঞ্জিন! বৃহৎ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা

Increase oil prices : ট্ৰাম্পৰ মন্তব্যৰ পিছত তেলৰ মূল্য বৃদ্ধি

এয়াৰ ইণ্ডিয়াৰ (Air India) এখন বিমানে তিনি ঘণ্টা ধৰি আকাশতে ঘূৰি ঘূৰি মুম্বাই বিমানবন্দৰলৈ উভতিল। শুকুৰবাৰে পুৱা ৫.৩৯ বজাত মুম্বাই বিমানবন্দৰৰ পৰা লণ্ডন অভিমুখে উৰা মাৰিছিল বিমানখন।

Air India ।
আকাশত তিনি ঘণ্টা ঘূৰি অৱশেষত মুম্বাইলৈ উভতিল এয়াৰ ইণ্ডিয়াৰ বিমান:

ফ্লাইট ট্ৰেকিং কোম্পানী Flightradar24ৰ তথ্য বিশ্লেষণ কৰি সংবাদ সংস্থা পিটিআয়ে প্ৰকাশ কৰা অনুসৰি, বিমানখনে প্ৰায় তিনি ঘণ্টা ধৰি আকাশতে ঘূৰি ফুৰিছিল। ইয়াৰ পিছত মুম্বাইলৈ ঘূৰি আহে। এয়াৰ ইণ্ডিয়াই এক বিবৃতি প্ৰকাশ কৰি কয় যে ইৰাণৰ বৰ্তমানৰ পৰিস্থিতিৰ বাবে দেশখনৰ আকাশমাৰ্গ বন্ধ হৈ আছে।

ফলত বিমানবোৰে সেই আকাশমাৰ্গ পাৰ হৈ ইউৰোপীয় দেশসমূহত উপনীত হ’ব নোৱাৰে। এনে পৰিস্থিতিত বহু বিমানৰ পথ সলনি কৰা হৈছে। বহু বিমান মাজপথতে ঘূৰাই দিয়া হৈছে। এয়াৰ ইণ্ডিয়াই জনোৱা মতে, ১৬খন বিমানৰ যাত্ৰাপথ সলনি কৰা হৈছে বা বিমানসমূহ ঘূৰাই অনা হৈছে।

যাত্ৰীসকলৰ অসুবিধাৰ বাবে দুখ প্ৰকাশ কৰিছে এয়াৰ ইণ্ডিয়াই। এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে বুলি বিমান সংস্থাটোৱে জনায়। কোনোবাই যদি বিমানৰ টিকট বাতিল কৰে তেন্তে তেওঁলোকে ধন ঘূৰাই পাব বুলি জনোৱা হৈছে। যিবোৰ বিমানৰ পথ সলনি কৰা হৈছে, তাৰ যাত্ৰীক বিকল্প উপায়েৰে গন্তব্যস্থানলৈ নিয়াৰ আশ্বাস দিয়া হৈছে।

উল্লেখ্য যে শুকুৰবাৰে পুৱাৰে পৰা ইজৰাইলে ইৰাণৰ পাৰমাণৱিক আৰু সামৰিক ঘাটিত আক্ৰমণ আৰম্ভ কৰিছে, যাৰ ফলত এই আশংকা বাস্তৱায়িত হৈছে। ইজৰাইলৰ সেনাই কেৱল ইৰাণৰ ৰাজধানী তেহৰাণতে নহয়, কাষৰীয়া অঞ্চলসমূহতো বিমান আক্ৰমণ চলাইছে। ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে এই খবৰৰ সত্যতা স্বীকাৰ কৰিছে।

ইজৰাইলৰ আক্ৰমণৰ পিছত ইৰাণে সুৰক্ষামূলক ব্যৱস্থা হিচাপে দেশখনৰ আকাশমাৰ্গ বন্ধ কৰি দিয়ে। দেশখনৰ বিমান সেৱা সম্প্ৰতি বন্ধ কৰি দিয়া হৈছে।
আনহাতে, বৃহস্পতিবাৰে বিয়লিৰ পৰাই আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এয়াৰ ইণ্ডিয়া।

বৃহস্পতিবাৰে দিনৰ ১.৩৮ বজাত আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময়ৰ পিছতে লণ্ডন অভিমুখী এ আই ১৭১ নম্বৰৰ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাগ্ৰস্ত বিমানখনত মুঠ ২৪২ জন লোক আছিল। ইয়াৰে ২৩২ জন যাত্ৰী, ১০ জন ক্ৰু মেম্বাৰ আৰু দুজন পাইলট। এজন যাত্ৰীৰ বাহিৰে বাকী সকলোৰে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

Tags: আকাশত তিনি ঘণ্টা ঘূৰি অৱশেষতকিন্তু কিয়মুম্বাইলৈ উভতিল এয়াৰ ইণ্ডিয়াৰ বিমান
Share4Tweet3Send

Related Posts

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড
National-International

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

by News Desk
July 8, 2026
50
Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা
National-International

Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা

by News Desk
July 8, 2026
50
Increase oil prices : ট্ৰাম্পৰ মন্তব্যৰ পিছত তেলৰ মূল্য বৃদ্ধি
National-International

Increase oil prices : ট্ৰাম্পৰ মন্তব্যৰ পিছত তেলৰ মূল্য বৃদ্ধি

by News Desk
July 8, 2026
50
Bihar By-election : বিহাৰৰ বাঁকীপুৰ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰশান্ত কিশোৰৰ বিৰুদ্ধে প্ৰাৰ্থী ঘোষণা বিজেপিৰ
National-International

Bihar By-election : বিহাৰৰ বাঁকীপুৰ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰশান্ত কিশোৰৰ বিৰুদ্ধে প্ৰাৰ্থী ঘোষণা বিজেপিৰ

by News Desk
July 8, 2026
50
Continuous rain : মহাৰাষ্ট্ৰৰ পুনে জিলাত ধাৰাসাৰ বৰষুণ : খহি পৰিল তিনিমহলীয়া ঘৰ, ধ্বংসাৱশেষৰ তলত আবদ্ধ ১৫ শ্ৰমিক
National-International

Continuous rain : মহাৰাষ্ট্ৰৰ পুনে জিলাত ধাৰাসাৰ বৰষুণ : খহি পৰিল তিনিমহলীয়া ঘৰ, ধ্বংসাৱশেষৰ তলত আবদ্ধ ১৫ শ্ৰমিক

by News Desk
July 8, 2026
50
JK Terrorist attack : জম্মু-কাশ্মীৰৰ শ্বোপিয়ানত সেনাৰ সৈতে সংঘৰ্ষত ‘ম’ষ্ট ৱাণ্টেড’ সন্ত্ৰাসবাদী নিহত
National-International

JK Terrorist attack : জম্মু-কাশ্মীৰৰ শ্বোপিয়ানত সেনাৰ সৈতে সংঘৰ্ষত ‘ম’ষ্ট ৱাণ্টেড’ সন্ত্ৰাসবাদী নিহত

by News Desk
July 8, 2026
50
ADVERTISEMENT
Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড
National-International

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

July 8, 2026
50
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে
Sports News

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

July 8, 2026
50
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে
Sports News

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

July 8, 2026
50
Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা
National-International

Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা

July 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

July 8, 2026
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

July 8, 2026
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

July 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx