ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi Assam House 3 I ৰাজধানী দিল্লীত অসম ভৱন উদ্বোধন মুখ্যমন্ত্ৰীৰ

News Desk by News Desk
November 23, 2026
Reading Time: 1 min read
A A
0
Delhi Assam House 3 I ৰাজধানী দিল্লীত অসম ভৱন উদ্বোধন মুখ্যমন্ত্ৰীৰ

RELATED POSTS

Bislari water controversy I খোৱাপানীত কৰ্কট ৰোগৰ উপাদান বিতৰ্ক, বিছলেৰীৰ দাবী ‘নিৰাপদ, খোৱাৰ যোগ্য’

Arunachal China border conflict I অৰুণাচল সন্দৰ্ভত পুনৰ ভাৰত-চীনৰ সামৰিক নেতাৰ সাক্ষাৎ, শীতকালৰ পূৰ্বে সংঘাত নিয়ন্ত্ৰণৰ লক্ষ্য

Bislari water I বিছলেৰীৰ পানী খায় নেকি? সাৱধান হওক, হ’ব পাৰে মাৰাত্মক বেমাৰ

New Logo Smal 1 | ASSAM TIMES POST

দেশৰ ৰাজধানী দিল্লীত অসমৰ ৰাইজৰ সুবিধাৰ বাবে আন এক নতুন সংযোজন। নতুন দিল্লীৰ দ্বাৰকাত ২২ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা নতুন অসম ভৱনটো দেওবাৰে উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ পৰা বিভিন্ন কামত নতুন দিল্লীলৈ যোৱা ছাত্ৰ-ছাত্ৰী, চিকিৎসাৰ বাবে যোৱা ৰোগী আৰু তেওঁলোকৰ পৰিয়াল, চৰকাৰী বিষয়া-কৰ্মচাৰীকে ধৰি অন্যান্য লোকসকলৰ বাবে এই অসম হাউছে এক সুবিধাজনক আৰু উন্নত আৱাসৰ ব্যৱস্থা নিশ্চিত কৰিব।

Delhi Assam House 3 I
ৰাজধানী দিল্লীত অসম ভৱন উদ্বোধন মুখ্যমন্ত্ৰীৰ:

আধুনিক সা-সুবিধাৰে নিৰ্মিত এই অসম হাউছত আছে ২১টা অতিথিশালা, ২টা ভিআইপি ছুইট, ২টা ডৰমিটৰী, এটা সন্মিলন কক্ষ আৰু এখন ৰেস্তোৰাঁ। ইয়াৰ জৰিয়তে অসমৰ পৰা ৰাজধানীলৈ যোৱা লোকসকলে এক উন্নত আৰু স্বাচ্ছন্দ্যপূৰ্ণ পৰিৱেশ লাভ কৰিব। উল্লেখ্য যে দিল্লীত পূৰ্বৰে পৰা থকা দুটা অসম হাউছৰ সৈতে এই নতুন তৃতীয় ভৱনটোৱে ৰাষ্ট্ৰীয় ৰাজধানীত অসমৰ আৱাসিক সুবিধা অধিক শক্তিশালী কৰিব। অসমৰ জনসাধাৰণৰ প্ৰয়োজনীয়তাক অগ্ৰাধিকাৰ দি আন্তঃগাঁথনি আৰু জনসেৱাৰ সুবিধা সম্প্ৰসাৰণৰ দিশত এয়া এক উল্লেখযোগ্য পদক্ষেপ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

WhatsApp Image 2026 11 23 at 2.53.41 PM 2 | ASSAM TIMES POST

WhatsApp Image 2026 11 23 at 2.53.41 PM 1 | ASSAM TIMES POST

আনহাতে, দ্বাৰকাৰ ছেক্টৰ ১৭ত নামঘৰ আৰু অভিবর্তন কক্ষসহ ১০০ কোঠালিযুক্ত চতুৰ্থটো অসম ভৱন নিৰ্মাণৰ কথাও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: উদ্বোধন মুখ্যমন্ত্ৰীৰৰাজধানী দিল্লীত অসম ভৱন
Share4Tweet3Send

Related Posts

Bislari water controversy I খোৱাপানীত কৰ্কট ৰোগৰ উপাদান বিতৰ্ক, বিছলেৰীৰ দাবী ‘নিৰাপদ, খোৱাৰ যোগ্য’
National-International

by News Desk
November 23, 2026
50
Arunachal China border conflict I অৰুণাচল সন্দৰ্ভত পুনৰ ভাৰত-চীনৰ সামৰিক নেতাৰ সাক্ষাৎ, শীতকালৰ পূৰ্বে সংঘাত নিয়ন্ত্ৰণৰ লক্ষ্য
National-International

Arunachal China border conflict I অৰুণাচল সন্দৰ্ভত পুনৰ ভাৰত-চীনৰ সামৰিক নেতাৰ সাক্ষাৎ, শীতকালৰ পূৰ্বে সংঘাত নিয়ন্ত্ৰণৰ লক্ষ্য

by News Desk
November 23, 2026
50
Bislari water I বিছলেৰীৰ পানী খায় নেকি? সাৱধান হওক, হ’ব পাৰে মাৰাত্মক বেমাৰ
National-International

Bislari water I বিছলেৰীৰ পানী খায় নেকি? সাৱধান হওক, হ’ব পাৰে মাৰাত্মক বেমাৰ

by News Desk
November 23, 2026
50
UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল
National-International

NEET paper case I বুধবাৰৰ পৰা আৰম্ভ হ’ব নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ বিচাৰ, ১৪ জনৰ বিৰুদ্ধে চাৰ্জশ্বীট

by Staff Reporter
November 21, 2026
50
Nitish setu I বিহাৰত দেশৰ সৰ্বাধিক দৈৰ্ঘ্যৰ ‘নীতিশ সেতু’ উদ্বোধন প্ৰধানমন্ত্ৰীৰ, ধলা-শদিয়াৰ ৰেকৰ্ড ভংগ
National-International

Nitish setu I বিহাৰত দেশৰ সৰ্বাধিক দৈৰ্ঘ্যৰ ‘নীতিশ সেতু’ উদ্বোধন প্ৰধানমন্ত্ৰীৰ, ধলা-শদিয়াৰ ৰেকৰ্ড ভংগ

by Staff Reporter
November 21, 2026
50
Meta office attack I কংগ্ৰেছ নেতাৰ ইনষ্টাগ্ৰাম একাউণ্ট ব্লক, মেটা কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিলে যুৱ কংগ্ৰেছীয়ে
National-International

Meta office attack I কংগ্ৰেছ নেতাৰ ইনষ্টাগ্ৰাম একাউণ্ট ব্লক, মেটা কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিলে যুৱ কংগ্ৰেছীয়ে

by News Desk
November 21, 2026
50
ADVERTISEMENT
Pregnant Woman Killed in Ambulance-BSF Crash in Dense Manipur Fog
KARBI ANGLONG

Pregnant Woman Killed in Ambulance-BSF Crash in Dense Manipur Fog

November 23, 2026
50
Bislari water controversy I খোৱাপানীত কৰ্কট ৰোগৰ উপাদান বিতৰ্ক, বিছলেৰীৰ দাবী ‘নিৰাপদ, খোৱাৰ যোগ্য’
National-International

Bislari water controversy I খোৱাপানীত কৰ্কট ৰোগৰ উপাদান বিতৰ্ক, বিছলেৰীৰ দাবী ‘নিৰাপদ, খোৱাৰ যোগ্য’

November 23, 2026
50
Delhi Assam House 3 I ৰাজধানী দিল্লীত অসম ভৱন উদ্বোধন মুখ্যমন্ত্ৰীৰ
National-International

Delhi Assam House 3 I ৰাজধানী দিল্লীত অসম ভৱন উদ্বোধন মুখ্যমন্ত্ৰীৰ

November 23, 2026
50
Arunachal China border conflict I অৰুণাচল সন্দৰ্ভত পুনৰ ভাৰত-চীনৰ সামৰিক নেতাৰ সাক্ষাৎ, শীতকালৰ পূৰ্বে সংঘাত নিয়ন্ত্ৰণৰ লক্ষ্য
National-International

Arunachal China border conflict I অৰুণাচল সন্দৰ্ভত পুনৰ ভাৰত-চীনৰ সামৰিক নেতাৰ সাক্ষাৎ, শীতকালৰ পূৰ্বে সংঘাত নিয়ন্ত্ৰণৰ লক্ষ্য

November 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pregnant Woman Killed in Ambulance-BSF Crash in Dense Manipur Fog

Pregnant Woman Killed in Ambulance-BSF Crash in Dense Manipur Fog

November 23, 2026
Bislari water controversy I খোৱাপানীত কৰ্কট ৰোগৰ উপাদান বিতৰ্ক, বিছলেৰীৰ দাবী ‘নিৰাপদ, খোৱাৰ যোগ্য’

Bislari water controversy I খোৱাপানীত কৰ্কট ৰোগৰ উপাদান বিতৰ্ক, বিছলেৰীৰ দাবী ‘নিৰাপদ, খোৱাৰ যোগ্য’

November 23, 2026
Delhi Assam House 3 I ৰাজধানী দিল্লীত অসম ভৱন উদ্বোধন মুখ্যমন্ত্ৰীৰ

Delhi Assam House 3 I ৰাজধানী দিল্লীত অসম ভৱন উদ্বোধন মুখ্যমন্ত্ৰীৰ

November 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d