ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Meta office attack I কংগ্ৰেছ নেতাৰ ইনষ্টাগ্ৰাম একাউণ্ট ব্লক, মেটা কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিলে যুৱ কংগ্ৰেছীয়ে

News Desk by News Desk
November 21, 2026
Reading Time: 1 min read
A A
0
Meta office attack I কংগ্ৰেছ নেতাৰ ইনষ্টাগ্ৰাম একাউণ্ট ব্লক, মেটা কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিলে যুৱ কংগ্ৰেছীয়ে

RELATED POSTS

NEET paper case I বুধবাৰৰ পৰা আৰম্ভ হ’ব নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ বিচাৰ, ১৪ জনৰ বিৰুদ্ধে চাৰ্জশ্বীট

Nitish setu I বিহাৰত দেশৰ সৰ্বাধিক দৈৰ্ঘ্যৰ ‘নীতিশ সেতু’ উদ্বোধন প্ৰধানমন্ত্ৰীৰ, ধলা-শদিয়াৰ ৰেকৰ্ড ভংগ

Srinagar pollution I প্ৰদূষণৰ তালিকাৰ শীৰ্ষত ভূ-স্বৰ্গ শ্ৰীনগৰ, এটা ব্যক্তিগত সংস্থাৰ আচৰিত তথ্য

New Logo Smal 1 | ASSAM TIMES POST

হায়দৰাবাদত যুৱ কংগ্ৰেছ কৰ্মীয়ে ফেচবুক আৰু ইনষ্টাগ্ৰামৰ নিয়ন্ত্ৰক মেটাৰ কাৰ্যালয় ভাঙি (Meta office attack) লণ্ডভণ্ড কৰে। শুকুৰবাৰে কংগ্ৰেছৰ যুৱ শাখাৰ কেইবাজনো সদস্যই মেটা কাৰ্যালয়ত প্ৰৱেশ কৰি ফুলৰ টাব আৰু অন্যান্য আচবাব ভাঙি পেলায়। তেওঁলোকৰ প্ৰতিবাদৰ বাবে কাৰ্যালয়ৰ কাম কিছু সময়ৰ বাবে স্তব্ধ হৈ পৰে। শেহতীয়াকৈ মেটা কৰ্তৃপক্ষই যুৱ কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি উদয়ভানু শিৱ আৰু সংগঠনটোৰ আন এজন শীৰ্ষ নেতা মনীষ শৰ্মাৰ ইনষ্টাগ্ৰাম একাউণ্টত বাধা-নিষেধ আৰোপ কৰিছিল।

Meta office attack I
কংগ্ৰেছ নেতাৰ ইনষ্টাগ্ৰাম একাউণ্ট ব্লক, মেটা কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিলে যুৱ কংগ্ৰেছীয়ে:

ইয়াৰ বিৰুদ্ধে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। তেলেংগানা প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জাকিডি শিৱচৰণ ৰেড্ডীৰ নেতৃত্বত এই প্ৰতিবাদ সাব্যস্ত হয়। যুৱ কংগ্ৰেছ কৰ্মীয়ে মেটা আৰু বিজেপিৰ বিৰুদ্ধে শ্লোগান দিয়ে। কেন্দ্ৰৰ বিজেপি চৰকাৰে মেটাৰ দৰে সংগঠনৰ সহায়ত ছ’চিয়েল মিডিয়াত বিৰোধী দলৰ কৰ্মী আৰু সমৰ্থকৰ কণ্ঠৰোধ কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে। কংগ্ৰেছৰ নেতা-কৰ্মীৰ যিবোৰ একাউণ্টত নিষেধাজ্ঞা আৰোপ কৰা হৈছে, সেই সকলোবোৰ একাউণ্ট পুনৰ সক্ৰিয় কৰিবলৈ দাবী জনায়।

যুৱ কংগ্ৰেছৰ ফেচবুক পেজৰ এটা পোষ্টত দাবী কৰা হৈছে যে মেটা কৰ্তৃপক্ষই বিজেপিৰ আঙুলিৰ মূৰত নাচিছে। তাত লিখা আছে যে বিৰোধী কৰ্মী আৰু সমৰ্থকৰ একাউণ্ট ‘ব্লক’ কৰি স্বতন্ত্ৰ কণ্ঠ নিস্তব্ধ কৰা হৈছে। মেটাই এইবাৰ ভাৰতৰ সংবিধান মানি চলিব লাগে। বিজেপিৰ নিৰ্দেশ নহয়। পোষ্টটোত সকীয়াই দিয়া হৈছে যে যদি সাত দিনৰ ভিতৰত যুৱ সংগঠনৰ শীৰ্ষ নেতা দুগৰাকীৰ ইনষ্টাগ্ৰাম একাউণ্টত থকা বাধা প্ৰত্যাহাৰ নকৰে, তনেহʼলে মেটাৰ সকলো কাৰ্যালয় বন্ধ হৈ যাব।

হায়দৰাবাদৰ উপৰি মুম্বাইৰ মেটা কাৰ্যালয়ৰ বাহিৰতো মহাৰাষ্ট্ৰৰ যুৱ কংগ্ৰেছৰ নেতৃত্বই প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যখনৰ যুৱ কংগ্ৰেছৰ সভাপতি জিনাত শ্বাব্ৰিনৰ নেতৃত্বত বান্দ্ৰা-কুৰ্লা অঞ্চলৰ মেটা কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ প্ৰতিমূৰ্তি দাহ কৰে। হায়দৰাবাদৰ মেটা কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰি তেলেংগানা কংগ্ৰেছ চৰকাৰক আক্ৰমণ কৰিছে ৰাজ্যৰ বিৰোধী দল ভাৰত ৰাষ্ট্ৰ সমিতিয়ে। তেওঁলোকে কয় যে মেটাৰ দৰে সংস্থাৰ কাৰ্যালয়ত আক্ৰমণৰ ফলত ভৱিষ্যতে বিদেশী বিনিয়োগত নেতিবাচক প্ৰভাৱ পৰিব পাৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: কংগ্ৰেছ নেতাৰ ইনষ্টাগ্ৰাম একাউণ্ট ব্লকমেটা কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিলে যুৱ কংগ্ৰেছীয়ে
Share4Tweet3Send

Related Posts

UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল
National-International

NEET paper case I বুধবাৰৰ পৰা আৰম্ভ হ’ব নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ বিচাৰ, ১৪ জনৰ বিৰুদ্ধে চাৰ্জশ্বীট

by Staff Reporter
November 21, 2026
50
Nitish setu I বিহাৰত দেশৰ সৰ্বাধিক দৈৰ্ঘ্যৰ ‘নীতিশ সেতু’ উদ্বোধন প্ৰধানমন্ত্ৰীৰ, ধলা-শদিয়াৰ ৰেকৰ্ড ভংগ
National-International

Nitish setu I বিহাৰত দেশৰ সৰ্বাধিক দৈৰ্ঘ্যৰ ‘নীতিশ সেতু’ উদ্বোধন প্ৰধানমন্ত্ৰীৰ, ধলা-শদিয়াৰ ৰেকৰ্ড ভংগ

by Staff Reporter
November 21, 2026
50
Srinagar pollution I প্ৰদূষণৰ তালিকাৰ শীৰ্ষত ভূ-স্বৰ্গ শ্ৰীনগৰ, এটা ব্যক্তিগত সংস্থাৰ আচৰিত তথ্য
National-International

Srinagar pollution I প্ৰদূষণৰ তালিকাৰ শীৰ্ষত ভূ-স্বৰ্গ শ্ৰীনগৰ, এটা ব্যক্তিগত সংস্থাৰ আচৰিত তথ্য

by News Desk
November 21, 2026
50
Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য
National-International

Sonia Gandhi memoir I একেটা পৰিয়ালৰ বোৱাৰী মেনকাৰ সৈতে ছোনিয়া গান্ধীৰ সম্পৰ্ক কেনে আছিল, মেনকাক লৈ বিস্ফোৰক বক্তব্য

by News Desk
November 21, 2026
50
FlyDubai pilot case I ফ্লাইডুবাই বিমানখনৰ ওমানী পাইলটৰ সৈতে ভাৰতৰ সম্পৰ্কৰ তদন্ত কৰিব নিয়াই, আমিৰশ্বাহীলৈ পত্ৰ
National-International

FlyDubai pilot case I ফ্লাইডুবাই বিমানখনৰ ওমানী পাইলটৰ সৈতে ভাৰতৰ সম্পৰ্কৰ তদন্ত কৰিব নিয়াই, আমিৰশ্বাহীলৈ পত্ৰ

by News Desk
November 21, 2026
50
Indian Air Force I ভাৰতত সক্ৰিয় যুদ্ধ বিমানৰ সংখ্যা কমাৰ দাবী নাকচ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ
National-International

Indian Air Force I ভাৰতত সক্ৰিয় যুদ্ধ বিমানৰ সংখ্যা কমাৰ দাবী নাকচ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

by News Desk
November 21, 2026
50
ADVERTISEMENT
UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল
National-International

NEET paper case I বুধবাৰৰ পৰা আৰম্ভ হ’ব নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ বিচাৰ, ১৪ জনৰ বিৰুদ্ধে চাৰ্জশ্বীট

November 21, 2026
50
ডিফুত ‘বীৰ শম্ভুধন ফংল আৰু ডিমাছা বিশেষ’ গ্ৰন্থ উন্মোচন
KARBI ANGLONG

ডিফুত ‘বীৰ শম্ভুধন ফংল আৰু ডিমাছা বিশেষ’ গ্ৰন্থ উন্মোচন

November 21, 2026
50
Nitish setu I বিহাৰত দেশৰ সৰ্বাধিক দৈৰ্ঘ্যৰ ‘নীতিশ সেতু’ উদ্বোধন প্ৰধানমন্ত্ৰীৰ, ধলা-শদিয়াৰ ৰেকৰ্ড ভংগ
National-International

Nitish setu I বিহাৰত দেশৰ সৰ্বাধিক দৈৰ্ঘ্যৰ ‘নীতিশ সেতু’ উদ্বোধন প্ৰধানমন্ত্ৰীৰ, ধলা-শদিয়াৰ ৰেকৰ্ড ভংগ

November 21, 2026
50
Manipur liquor tragedy I বিষাক্ত সুৰা সেৱন কৰি ৪৮ ঘণ্টাত কমেও ১৩ জনৰ মৃত্যু, ৩ শতাধিক চিকিৎসালয়ত ভৰ্তি
NORTHEAST

Manipur liquor tragedy I বিষাক্ত সুৰা সেৱন কৰি ৪৮ ঘণ্টাত কমেও ১৩ জনৰ মৃত্যু, ৩ শতাধিক চিকিৎসালয়ত ভৰ্তি

November 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল

NEET paper case I বুধবাৰৰ পৰা আৰম্ভ হ’ব নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ বিচাৰ, ১৪ জনৰ বিৰুদ্ধে চাৰ্জশ্বীট

November 21, 2026
ডিফুত ‘বীৰ শম্ভুধন ফংল আৰু ডিমাছা বিশেষ’ গ্ৰন্থ উন্মোচন

ডিফুত ‘বীৰ শম্ভুধন ফংল আৰু ডিমাছা বিশেষ’ গ্ৰন্থ উন্মোচন

November 21, 2026
Nitish setu I বিহাৰত দেশৰ সৰ্বাধিক দৈৰ্ঘ্যৰ ‘নীতিশ সেতু’ উদ্বোধন প্ৰধানমন্ত্ৰীৰ, ধলা-শদিয়াৰ ৰেকৰ্ড ভংগ

Nitish setu I বিহাৰত দেশৰ সৰ্বাধিক দৈৰ্ঘ্যৰ ‘নীতিশ সেতু’ উদ্বোধন প্ৰধানমন্ত্ৰীৰ, ধলা-শদিয়াৰ ৰেকৰ্ড ভংগ

November 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d