ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিবেশনৰ অন্যতম আকৰ্ষণ নামঘৰৰ তোৰণ

ASSAM TIMES POST by ASSAM TIMES POST
February 6, 2020
Reading Time: 1 min read
0
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিবেশনৰ অন্যতম আকৰ্ষণ নামঘৰৰ তোৰণ

0 1 e1574345654996 | ASSAM TIMES POST ASSAM TIMES POST

 সমন্বয় ক্ষেত্ৰৰ পৰা অজন্তা তালুকদাৰ
অসমৰ বিশিষ্ট ভাস্কৰ্য শিল্পী পাপু ঘোষৰ প্ৰচেষ্টাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিবেশনৰ অস্থায়ী নামঘৰৰ তোৰণৰ শলাগনীয় প্ৰচেষ্টা। কাজিৰঙাৰ বিশিষ্ট চিত্ৰ আৰু ভাস্কৰ্য শিল্পী জনাৰ সুন্দৰ শৈল্পিক হাতৰ পৰশত প্ৰাণ পাই উঠা এই নিপুণ ভাস্কৰ্য শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বোকাখাত অধিবেশনৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰ হৈ উঠিছে।

ADVERTISEMENT
https://wordpress-440531-1379741.cloudwaysapps.com/wp-content/uploads/2020/02/WhatsApp-Video-2020-02-06-at-10.42.22-AM.mp4

অসমৰ বৈষ্ণৱ সংস্কৃতিৰ বৈশিষ্ট্য সমূহ প্ৰতিফলিত কৰি গঢ় লৈ উঠা এই তোৰণখনিত আছে কাছ, কাছৰ পিঠিত হাতী, হাতীৰ পিঠিত সিংহ আৰু দশাৱতাৰ ইত্যাদি। শিল্পী গৰাকীয়ে জানিবলৈ পোৱা মতে দিবা-নৈশ প্ৰচেষ্টাৰে পাঁচ দিনৰ ভিতৰতে এই তোৰণখনি সম্পূৰ্ণ কৰিব পৰা গ’ল। তোৰণখনি সংঘৰ বোকাখাত জিলা শাখাৰ প্ৰাক্তন সভাপতি স্বৰ্গীয় ভোলা বৰুৱাৰ সোঁৱৰণত প্ৰসন্ন বৈষ্ণৱ বৰুৱা আৰু তেখেতৰ মাতৃয়ে প্ৰদান কৰিছে।

RELATED POSTS

চাহ শ্ৰমিকলৈ ভাল খবৰ, ২৩২টকালৈ বৃদ্ধি দৈনিক মজুৰী

শিক্ষা বিভাগৰ বিশেষ নিৰ্দেশনা : এতিয়াৰে পৰা ৰাতিপুৱা প্ৰাৰ্থনা সভা কৰা হ’ব শ্ৰেণীৰ ভিতৰত

গোলাঘাট আৰক্ষীয়ে স্বাধীনতা দিৱস উপলক্ষে চলোৱা এক তালাচী অভিযানত প্ৰায় ১ কোটি টকাৰ ড্ৰাগছ জব্দঃ

ADVERTISEMENT

Like this:

Like Loading...

Related

Tags: Featured2
Share15Tweet10Send

Related Posts

চাহ শ্ৰমিকলৈ ভাল খবৰ, ২৩২টকালৈ বৃদ্ধি দৈনিক মজুৰী
Assam

চাহ শ্ৰমিকলৈ ভাল খবৰ, ২৩২টকালৈ বৃদ্ধি দৈনিক মজুৰী

by News Desk
August 10, 2022
50
শিক্ষা বিভাগৰ বিশেষ নিৰ্দেশনা : এতিয়াৰে পৰা ৰাতিপুৱা প্ৰাৰ্থনা সভা কৰা হ’ব শ্ৰেণীৰ ভিতৰত
Assam

শিক্ষা বিভাগৰ বিশেষ নিৰ্দেশনা : এতিয়াৰে পৰা ৰাতিপুৱা প্ৰাৰ্থনা সভা কৰা হ’ব শ্ৰেণীৰ ভিতৰত

by News Desk
August 10, 2022
50
গোলাঘাট আৰক্ষীয়ে স্বাধীনতা দিৱস উপলক্ষে চলোৱা এক তালাচী অভিযানত প্ৰায় ১ কোটি টকাৰ ড্ৰাগছ জব্দঃ
Assam

গোলাঘাট আৰক্ষীয়ে স্বাধীনতা দিৱস উপলক্ষে চলোৱা এক তালাচী অভিযানত প্ৰায় ১ কোটি টকাৰ ড্ৰাগছ জব্দঃ

by ASSAM TIMES POST
August 9, 2022
54
আলফা (স্বা) আৰু এন এছ চি এন (কে) সংগঠনৰ ভাৰতীয় সেনাৰ ওপৰত ভয়ংকৰ এম্বুশ্ব:
NORTHEAST

আলফা (স্বা) আৰু এন এছ চি এন (কে) সংগঠনৰ ভাৰতীয় সেনাৰ ওপৰত ভয়ংকৰ এম্বুশ্ব:

by ASSAM TIMES POST
August 9, 2022
60
নগৰবেৰাত জঘণ্য কাণ্ডঃ ৰাজমিস্ত্ৰী হাকিম আলীয়ে নাবালিকাক কৰিলে ধৰ্ষণৰ চেষ্টা
Assam

নগৰবেৰাত জঘণ্য কাণ্ডঃ ৰাজমিস্ত্ৰী হাকিম আলীয়ে নাবালিকাক কৰিলে ধৰ্ষণৰ চেষ্টা

by Staff Reporter
August 9, 2022
50
বৰখালাত পুখুৰীৰ উপঙা অৱস্থাত মৃতদেহ উদ্ধাৰ:
Assam

বৰখালাত পুখুৰীৰ উপঙা অৱস্থাত মৃতদেহ উদ্ধাৰ:

by News Desk
August 8, 2022
53
ADVERTISEMENT
চাহ শ্ৰমিকলৈ ভাল খবৰ, ২৩২টকালৈ বৃদ্ধি দৈনিক মজুৰী
Assam

চাহ শ্ৰমিকলৈ ভাল খবৰ, ২৩২টকালৈ বৃদ্ধি দৈনিক মজুৰী

August 10, 2022
50
গুৱাহাটী প্ৰেছ ক্লাবত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফৰাম অসমৰ সাধাৰণ সভা
Guwahati

গুৱাহাটী প্ৰেছ ক্লাবত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফৰাম অসমৰ সাধাৰণ সভা

August 10, 2022
50
২০১৪ চনত জয়ী হৈছিল, কিন্তু ২০২৪ চনত জয়ী হʼবনে? শপত গ্ৰহণ কৰিয়েই মোদীক আক্ৰমণ নীতিশ কুমাৰৰ
National-International

২০১৪ চনত জয়ী হৈছিল, কিন্তু ২০২৪ চনত জয়ী হʼবনে? শপত গ্ৰহণ কৰিয়েই মোদীক আক্ৰমণ নীতিশ কুমাৰৰ

August 10, 2022
50
৭ ছেপ্টেম্বৰৰ পৰা কংগ্ৰেছৰ ‘ভাৰত যোৰো’ যাত্ৰা
National-International

৭ ছেপ্টেম্বৰৰ পৰা কংগ্ৰেছৰ ‘ভাৰত যোৰো’ যাত্ৰা

August 10, 2022
50
818385
Total views : 5203488
Who's Online : 22
চাহ শ্ৰমিকলৈ ভাল খবৰ, ২৩২টকালৈ বৃদ্ধি দৈনিক মজুৰী

চাহ শ্ৰমিকলৈ ভাল খবৰ, ২৩২টকালৈ বৃদ্ধি দৈনিক মজুৰী

August 10, 2022
গুৱাহাটী প্ৰেছ ক্লাবত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফৰাম অসমৰ সাধাৰণ সভা

গুৱাহাটী প্ৰেছ ক্লাবত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফৰাম অসমৰ সাধাৰণ সভা

August 10, 2022
২০১৪ চনত জয়ী হৈছিল, কিন্তু ২০২৪ চনত জয়ী হʼবনে? শপত গ্ৰহণ কৰিয়েই মোদীক আক্ৰমণ নীতিশ কুমাৰৰ

২০১৪ চনত জয়ী হৈছিল, কিন্তু ২০২৪ চনত জয়ী হʼবনে? শপত গ্ৰহণ কৰিয়েই মোদীক আক্ৰমণ নীতিশ কুমাৰৰ

August 10, 2022

Categories

ALL NEWS (17194) Assam (11952) BREAKING NEWS (6431) Business (23) Economy (45) Editorial (10) EDUCATION AND TECHNOLOGY (51) Entertainment (555) Entertrainment (257) EXCLUSIVE (122) Fashion (8) Featured (17) Features (29) Guwahati (1766) Health & Fitness (587) Jobs & Career (5) KARBI ANGLONG (2122) Lifestyle (23) literature (16) National-International (3786) NORTHEAST (436) Novels (3) Photo (4) Poems (9) Political (94) Recipes (5) Sports News (312) Stories (6) Tech (7) Travel (6) Uncategorized (14) Video News (88)

© 2020 Assam Times Post.

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post.

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: