ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Cloudburst in JK I জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত ডাৱৰ বিস্ফোৰণ, আকস্মিক বানত ১৫ জনৰ মৃত্যু

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
August 14, 2025
Reading Time: 1 min read
A A
0
Cloudburst in JK I জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত ডাৱৰ বিস্ফোৰণ, আকস্মিক বানত ১৫ জনৰ মৃত্যু

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক

Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

উত্তৰাখণ্ডৰ ধাৰালীৰ দৰে এইবাৰ জম্মু-কাশ্মীৰৰ (Cloud Burst in JK) কিষ্টৱাৰতো ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হয় ভয়ংকৰ হিমস্খলন। বৃহস্পতিবাৰে বিয়লি চাশোটি গাঁৱৰ সমীপৰ মাচৈল মাতা মন্দিৰৰ সমীপত ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয়।

Cloudburst in JK I
জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত ডাৱৰ বিস্ফোৰণ:

ইয়াৰ বাবে সৃষ্টি হোৱা হিমস্খলনত বহু লোক আবদ্ধ হৈ পৰিছে। এজন প্ৰশাসনিক বিষয়াই সংবাদ সংস্থা পি টি আইক জনোৱা মতে, কমেও ১৫ জন লোকৰ মৃত্যু হৈছে। অৱশ্যে মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

কিষ্টৱাৰৰ উপায়ুক্ত পংকজ শৰ্মাই কয়, “চাশোটি গাঁৱত ভূমিস্খলন হৈছে। এই গাঁৱৰ পৰাই আৰম্ভ হৈছিল ‘মাচৈল মাতা যাত্ৰা’। ঘটনাৰ কিছু সময়ৰ পাছতে উদ্ধাৰকাৰী দল গাঁওখনত উপস্থিত হয়। উদ্ধাৰৰ কাম আৰম্ভ হৈছে।”

আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে উপাযুক্তগৰাকীৰ সৈতে কথা পাতি পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে।
স্থানীয় বিধায়ক সুনীল কুমাৰ শৰ্মাই কয় যে কেইবাজনো লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে। অৱশ্যে উদ্ধাৰৰ কাম আৰম্ভ কৰিছে প্ৰশাসনে। লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই আৰক্ষী, সেনা আৰু দুৰ্যোগ ব্যৱস্থাপনা দলক ক্ষিপ্ৰতাৰে উদ্ধাৰৰ কাম সম্পন্ন কৰিবলৈ নিৰ্দেশ দিছে।

উল্লেখ্য যে ৫ আগষ্টত উত্তৰাখণ্ডৰ উত্তৰাকাশীৰ ধৰালী আৰু হৰ্ষিল গাঁৱত ডাৱৰ বিস্ফোৰণৰ ফলত আকস্মিক বান নামি আহিছিল। উক্ত প্ৰাকৃতিক দুৰ্যোগৰ বাবেই অধিকাংশ ধৰালী শিল আৰু বোকাৰ তলত আবদ্ধ হৈ পৰিছিল। উত্তৰাখণ্ডৰ এই ঘটনাত ৫ জন লোকৰ মৃত্যু হৈছে।

Tags: আকস্মিক বানত ১৫ জনৰ মৃত্যুজম্মু-কাশ্মীৰৰ কিষ্টৱাৰত ডাৱৰবিস্ফোৰণ
Share4Tweet3Send

Related Posts

BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক
National-International

by News Desk
August 17, 2026
50
Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন
National-International

Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন

by News Desk
August 17, 2026
50
Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ
National-International

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

by News Desk
August 17, 2026
50
Rahul Gandhi : আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ, এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তদন্তৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰাহুল গান্ধী
National-International

Rahul Gandhi : অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত ৰাহুল গান্ধীলৈ সকাহ; গোচৰ আগবঢ়োৱাত বাধা উচ্চতম ন্যায়ালয়ৰ

by News Desk
August 17, 2026
50
Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান
National-International

Jharkhand protest : ঝাৰখণ্ডত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত হেমন্ত-ৰাহুলৰ প্ৰতিমূৰ্তি দাহ, মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বাসগৃহ ঘেৰাওৰ আহ্বান

by News Desk
August 17, 2026
50
UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল
National-International

UGC-NET row : পুনৰ বিতৰ্কত এনটিএ, এইবাৰ প্ৰশ্নকাকতত ত্ৰুটিৰ বাবে ইউজিচি-নেটৰ তিনিটা বিষয়ৰ পৰীক্ষা বাতিল

by News Desk
August 17, 2026
50
ADVERTISEMENT
BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক
National-International

BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক

August 17, 2026
50
Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন
National-International

Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন

August 17, 2026
50
Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case
Assam

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

August 17, 2026
50
Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ
National-International

Air India Pilot controversy : এয়াৰ ইণ্ডিয়াৰ আৰু দুজন পাইলট প্ৰাৰম্ভিক ড্ৰাগছ পৰীক্ষাত ব্যৰ্থ

August 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক

BJP new team : নীতিন নবীনৰ দলত বিজেপিৰ ডাঙৰ দায়িত্বত দুই সংখ্যালঘু নেতা, কোন তেওঁলোক

August 17, 2026
Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন

Sniffer Dog Tyson : স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান লাভ ‘টাইছন’ৰ, কোন এই টাইছন

August 17, 2026
Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

Urgent : SC Defers Mahanta Bail to Oct 5 in Zubeen Garg Death Case

August 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT